29 Oct 2024

Class 10 Science Chapter 8 Common MCQ for HSLC 2025

Class 10 Science Chapter 8 Common MCQ for HSLC 2025

Class 10 Science Chapter 8 Common MCQ for HSLC 2025


Class 10 Science Chapter 8 Common MCQ for HSLC 2025: How do Organisms Reproduce, in biology, the two types of reproduction are sexual and asexual reproduction. Sexual reproduction involves two organisms of the same species, each supplying half the genes for the descendant. Asexual reproduction only involves a single organism; it works by division of the cell. Here you can avail Class 10 Science Chapter 8 Common MCQ for HSLC 2025.


জীৱই কেনেকৈ বংশবিস্তাৰ কৰে | How do Organisms Reproduce Class 10 MCQ PDF with Answers

১। তলৰ কোনটো এককোষী জীৱ যিয়ে কলিৰ দ্বাৰা বংশবৃদ্ধি কৰে:

(a) হাইড্ৰা
(b) প্লেনেৰিয়া
(c) ঈষ্ট
(d) স্পাইৰ’গাইৰা

উত্তৰঃ (d) স্পাইৰ’গাইৰা


২। তলৰ কোনটোক প্ৰটিন সংশ্লেষণৰ তথ্যৰ উৎস বোলা হয়

(a) কোষকেন্দ্র
(b) ডি এণ এ (DNA)
(c) অতিকেন্দ্র
(d) কোষকেন্দ্ৰ প্ৰৰস

উত্তৰঃ (b) ডি এণ এ (DNA


৩। তলৰ কোনটো প্ৰক্ৰিয়াৰে এমিবাই প্রজনন কৰে।

(a) পুনৰুৎপত্তি
(b) বিভংগন
(c) বেণু গঠন
(d) বিভাজন

উত্তৰঃ (d) বিভাজন


৪। তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লাজম'ডিয়ামে প্রজনন কৰে-

(a) দ্বি-ভাজন
(b) পুনৰুৎপত্তি
(c) বহুবিভাজন
(d) মুকুলোদ্‌গম

উত্তৰঃ (c) বহুবিভাজন


৫। তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লেনেৰিয়াই প্রজনন কৰে-

(a) পুনৰুৎপত্তি
(b) মুকুলোদ্‌গম
(c) বিভাজন
(d) ৰেণু গঠন

উত্তৰঃ (a) পুনৰুৎপত্তি


৬। দুপৰটেঙাত হোৱা প্ৰজনন তলৰ কোনটোৰ উদাহৰণ-

(a) মুকুলোদ্‌গম
(b) আংগিক বিস্তাৰণ
(c) বিভাজন
(d) ৰেণু গঠন

উত্তৰঃ (b) আংগিক বিস্তাৰণ


৭। ৰাইজ'পাচে ব্যৱহাৰ কৰা প্ৰজনন পদ্ধতি

(a) আংগিক বিস্তাৰণ
(b) মুকুলোদ্গম
(c) বিভাজন
(d) ৰেণু গঠন

উত্তৰঃ (d) ৰেণু গঠন


৮। ফুলত থকা তলৰ কোনটো অংশ বীজলৈ ৰূপান্তৰিত হয়

(a) ডিম্বক
(b) গর্ভাশয়
(c) 
গর্ভমুণ্ড
(d) স্ত্রীস্তৱক

উত্তৰঃ (a) ডিম্বক


৯। ফুলত পোৱা তলৰ কোনটো অংশ ফললৈ ৰূপান্তৰিত হয়

(a) ডিম্বক
(b) গর্ভাশয়
(c) পাহি
(d) বেটুপাত

উত্তৰঃ (b) গর্ভাশয়


Class 10 Science Chapter 8 Common MCQ for HSLC 2025 Assamese Medium

১০। পুং আৰু স্ত্রীজননকোষৰ মিলনক কোৱা হয়-

(a) অংকুৰণ
(b) নিষেচন
(c) ইতৰ-পৰাগযোগ
(d) স্ব-পৰাগযোগ

উত্তৰঃ (b) নিষেচন


১১। তলৰ কোনটো অংশত মানুহৰ পুং জননকোষ বা শুক্রাণু গঠিত হয়

(a) প্রষ্টেট গ্রন্থি
(b) শুক্রবাহী নলী
(c) শুক্ৰাধাৰ
(d) শুক্রাশয়

উত্তৰঃ (d) শুক্রাশয়


১২। পুং আৰু স্ত্রীজননকোষৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক কোৱা হয়।

(a) ভ্রূণ
(b) ডিম্বাণু
(c) যোজন কোষ
(d) শুক্রাণু

উত্তৰঃ (c) যোজন কোষ


১৩। তলৰ কোনটোৱে বিজাণু গঠনৰ দ্বাৰা বংশবৃদ্ধি নকৰে

(a) পেনিচিলিয়াম ভেঁকুৰ
(b) ঈষ্ট ভেঁকুৰ
(c) শ্লেষ্মা ভেঁকুৰ
(d) ৰাইজ’পাছ ভেঁকুৰ

উত্তৰঃ (b) ঈষ্ট ভেঁকুৰ


১৪। দুটা অযৌন প্ৰজনন পদ্ধতিৰে বংশবৃদ্ধি কৰিব পৰা এটা জীৱ হ’ল

(a) স্পাইৰ’গাইৰা
(b) হাইড্ৰা
(c) ব্ৰাইঅ’ফিলাম
(d) পেৰামেছিয়াম

উত্তৰঃ (b) হাইড্ৰা


১৫। তলত দিয়া প্ৰক্ৰিয়াসমূহৰ ভিতৰত কোনটোৱে ক্ল’ন গঠন নকৰে

(a) নিষেচন
(b) বিভাজন
(c) কলা সংস্কৃতি
(d) খণ্ডিতকৰণ

উত্তৰঃ (a) নিষেচন


১৬। মানুহৰ জাইগ’ট আৰু মানুহৰ শুক্ৰাণুৰ ক্ৰম’জমৰ সংখ্যাৰ অনুপাত হ’ল

(a) ২ : ১
(b) ৩ : ১
(c) ১ : ২
(d) ১ : ৩

উত্তৰঃ (a) ২ : ১


১৭। ফুলৰ পুৰুষ প্ৰজনন অংশ অৰ্থাৎ পুংকেশৰক সামূহিকভাৱে বুলি জনা যায়

(a) এণ্ড্ৰ’চিয়াম
(b) ফিলামেণ্ট
(c) এন্থাৰ
(d) গাইনোচিয়াম

উত্তৰঃ (a) এণ্ড্ৰ’চিয়াম


১৮। কোনো বিশেষ প্ৰজাতিৰ পিতৃ-মাতৃ আৰু সন্তানৰ ক্ৰম’জমৰ সংখ্যা স্থিৰ হৈ থাকে কাৰণ

(a) জাইগ’ট গঠনৰ পিছত ক্ৰম’জমৰ দুগুণ হোৱা
(b) গেমেট গঠনৰ সময়ত ক্ৰম’জমৰ আধা অংশ হোৱা
(c) গেমেট গঠনৰ পিছত ক্ৰম’জমৰ দুগুণ হোৱা
(d) গেমেট গঠনৰ পিছত ক্ৰম’জমৰ আধা অংশ হোৱা

উত্তৰঃ (b) গেমেট গঠনৰ সময়ত ক্ৰম’জমৰ আধা অংশ হোৱা


১৯। তলৰ কোনটো বিকল্পই পুৰুষৰ প্ৰজনন তন্ত্ৰৰ পৰা শুক্ৰাণু মুক্ত হ’লে লোৱা পথটো সঠিকভাৱে দেখুৱাইছে ?

(a) অণ্ডকোষ → মূত্ৰনলী → মূত্ৰনলী → লিংগ
(b) অণ্ডকোষ → ভেছ ডিফেৰেন্স → মূত্ৰনলী → লিংগ
(c) অণ্ডকোষ → মূত্ৰনলী → ভেছ ডিফেৰেন্স → লিংগ
(d) অণ্ডকোষ → ভেছ ডিফেৰেন্স → মূত্ৰনলী → লিংগ

উত্তৰঃ (d) অণ্ডকোষ → ভেছ ডিফেৰেন্স → মূত্ৰনলী → লিংগ


২০। শুক্ৰাণু পৰিবহণৰ বাবে পুৰুষৰ প্ৰজনন তন্ত্ৰৰ অংগসমূহৰ সঠিক ক্ৰম হ’ল

(a) অণ্ডকোষ → ভেছ ডিফেৰেন্স → মূত্ৰনলী
(b) অণ্ডকোষ → মূত্ৰনলী → মূত্ৰনলী
(c) অণ্ডকোষ → মূত্ৰনলী → মূত্ৰনলী
(d) অণ্ডকোষ → ভেছ ডিফেৰেন্স → মূত্ৰনলী

উত্তৰঃ (a) অণ্ডকোষ → ভেছ ডিফেৰেন্স → মূত্ৰনলী


২১। তলৰ কোনটো যৌৱনকালত অণ্ডকোষৰ কাৰ্য্য নহয় ?

(i) বীজাণু কোষৰ গঠন
(ii) টেষ্টষ্টেৰন নিঃসৰণ
(iii) প্লেচেণ্টাৰ বিকাশ
(iv) ইষ্ট্ৰজেন নিঃসৰণ

(a) (i) আৰু (ii)     (b) (ii) আৰু(iii)     (c) (iii) আৰু (iv)    (d) (i) আৰু (iv)

উত্তৰঃ (c) (iii) আৰু (iv) 


২২। তলৰ মাজৰ পৰা ফুলৰ গছত যৌন প্ৰজননৰ সম্পৰ্কে সত্য বুলি কোৱা কথাবোৰ বাছি লোৱা ?

(i) নিষেচন এটা বাধ্যতামূলক পৰিঘটনা
(ii) ইয়াৰ ফলত সদায় জাইগোট গঠন হয়
(iii) গঠিত সন্তান ক্ল’ন
(iv) ইয়াৰ বাবে দুবিধ গেমেটৰ প্ৰয়োজন

(a) (i) আৰু (iv)  (b) (i), (ii) আৰু (iii)  (c) (i), (ii) আৰু (iv)  (d) (ii), (iii) আৰু (iv)

উত্তৰঃ (c) (i), (ii) আৰু (iv)


২৩। অযৌন প্ৰজননৰ দ্বাৰা উৎপন্ন হোৱা সন্তানৰ মাজত অধিক সাদৃশ্য থকাৰ কাৰণ হ'ল

(i) অযৌন প্ৰজননত মাত্ৰ এজন পিতৃ-মাতৃহে জড়িত হৈ থাকে
(ii) অযৌন প্ৰজননত দুজন পিতৃ-মাতৃ জড়িত হৈ থাকে
(iii) অযৌন প্ৰজননত গেমেট জড়িত হৈ থাকে
(iv) অযৌন প্ৰজননত গেমেট জড়িত নহয়

(a) (i) আৰু (ii)    (b) (i) আৰু (iii)    (c) (ii) আৰু (iv)    (d) (i) আৰু (iv)

উত্তৰঃ (d) (i) আৰু (iv)


২৪। তলৰ চিত্ৰখনত A, B আৰু C অংশ ক্ৰমাগতভাৱে



(a) কটিলিডন, প্লুমুল আৰু ৰেডিকেল
(b) প্লুমুল, ৰেডিকেল আৰু কটিলেডন
(c) প্লুমুল, কটিলেডন আৰু ৰেডিকেল
(d) ৰেডিকল, কটিলিডন আৰু প্লুমুল

উত্তৰঃ (c) প্লুমুল, কটিলেডন আৰু ৰেডিকেল


২৫। ছবিখনত এটা ফুলৰ গঠন দেখুওৱা হৈছে।



ফুলৰ পৰা লেবেলযুক্ত অংশটো আঁতৰাই দিলে তলৰ কোনটো প্ৰক্ৰিয়া বিঘ্নিত হ’ব বা নহ’ব ?

(a) ফলৰ গঠন
(b) পৰেগ পৰিবহণ
(c) পৰেগ গঠন
(d) পৰেগ নলীৰ বিকাশ

উত্তৰঃ (a) ফলৰ গঠন


Also Read

Comparison of Degree for HSLC class 10

Assamese to English Translation 

Vocabulary for HSLC Exam

Verb & Phrase for HSLC Exam 

Tense Correction for HSLC Exam 

Preposition for HSLC Exam 

Determiners for HSLC Exam 

Sentence Correction for HSLC Exam 



Class 10 Model Question Paper SET I (English)

Class 10 Science Model Paper SET I 

Class 10 Social Science Model Paper SET I


Important MCQ for HSLC 2025

A Letter to God MCQ 

A Tiger in the zoo MCQ 

The Midnight Visitor MCQ 

A Question of Trust MCQ 

Animals MCQ 

A Letter to God VSA for HSLC 

Long Walk to Freedom VSA for HSLC 

A Tiger in the Zoo VSA for HSLC 

The Tale of Custard the Dragon VSA for HSLC 

The Midnight Visitor Important VSA

A Letter to God Important Questions Answers 

Long Walk to Freedom Important Questions Answers

The Midnight Visitor Important Questions Answers

The Hack Driver Important Questions Answers


                

First Flight Solutions
• Dust of Snow
• Fire and Ice
• Long Walk to Freedom
• A Tiger in the Zoo
• Two Stories about Flying
• How to tell wild Animals
• The Ball Poem
• From the Diary of Anne Frank
• Amanda
• Animals
• Coorg
• Tea from Assam
• The Trees





No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.