12 Feb 2023

Social Science HSLC Model Question Paper

Social Science HSLC Model Question Paper

Social Science HSLC Model Question Paper


Social Science HSLC Model Question Paper: Many students find problem in collecting previous year's final board papers, So here, we have tried to present a Social Science HSLC Model Question Paper.




Social Science class 10 Model Question Paper HSLC 2023

Previous years papers are a good source for the students. It helps them in their studies and preparation for their exams as well. With the help of these papers they can have an idea about the questions patterns and they can acquire knowledge and get themselves prepared for the final exam.




Social Science class 10 Model Paper HSLC 2023


SOCIAL SCIENCE


Total Marks: 100

Total Marks: 27


Time: 3 Hours



The figures in the margin indicate full marks for the questions.


ক - শাখা 


১. শুদ্ধ উত্তৰটো বাছি উলিওৱা : ১×১০=১০


(i) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা কেইখন ?  

(ক) ৫ খन   

(খ) ২০ খन

(গ) ১০ খन  

(ঘ) ১৫ খन


(ii) অসমৰ আটাইতকৈ ঘন জনবসতিৰ জিলাখনৰ নাম লিখা-

(ক) নলবাৰী 

(খ) ধুবুৰী  

(গ) নগাঁও     

(ঘ) কামৰূপ (মহানগৰ) 


(iii) তলৰ কোনটো অনবীকৰণ সম্পদ নহয় ? 

(ক) কয়লা             

(খ) শস্য 

(গ) খনিজ পদার্থ    

(ঘ) চূণশিল  


(iv) বংগদেশৰ একত্ৰিকৰণ কোন চনত হৈছিল ? 

(ক) ১৯১১ চনত  

(খ) ১৯১২ চনত

(গ) ১৯০৫ চনত   

(ঘ) ১৯১৫চনত


(v) ৰঙিয়াৰ কৃষক বিদ্ৰোহ কোন চনত হৈছিল?

(ক) ১৮৬১ চনত 

(খ) ১৮৯৪ চনত

(গ) ১৮৩৪ চনত 

(ঘ) ১৮৯৩ চনত


(vi) ‘এছিয়া আৰু ইউৰোপ মহাদেশক' প্রাকৃতিকভাৱে কিহে পৃথক কৰিছে ? 

(ক) ককেচাচ পর্বতে         

(খ) কাস্পিয়ান সাগৰে 

(গ) ইউৰাল পর্বতমালাই    

(ঘ) ভল্গা নদীয়ে


(vii) জোনাকীৰ প্ৰথম সম্পাদক আছিল -

(ক) অমিয় কুমাৰ দাস        

(খ) হেমচদ্ৰ গোস্বাमी           

(গ) লক্ষ্মীনাথ বেজবৰুৱা    

(ঘ) চন্দ্ৰ কুমাৰ আগৰৱালা  


(viii) বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হয়- 

(ক) ১৮৩৬ চনত    

(খ) ১৮৫৭ চনত

(গ) ১৮৭২ চনত     

(ঘ) ১৮৭৩ চনত


(ix) ভাৰতীয় সংবিধানত চৰকাৰী স্বীকৃতিপ্রাপ্ত ভাষাৰ সংখ্যা কিমান ? 

(ক) ২০ টা 

(খ) ২২ টা

(গ) ২৫ টা 

(ঘ) ৩০ টা


(x) যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোনখন দেশক কোৱা হয় ? 

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰক  

(খ) ইংলেণ্ডক 

(গ) ভাৰতবৰ্ষক                 

(ঘ) কানাডাক 



খ - শাখা 


২. শুদ্ধ উত্তৰটো বাছি উলিওৱা : ১×৪=৪


(i) কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে 'কৰিম কিম্বা মৰিম' শ্লোগানটো দিছিল ?

(ক) অসহযোগ আন্দোলন 

(খ) স্বদেশী আন্দোলন            

(গ) ভাৰত ত্যাগ আন্দোলন 

(ঘ) আইন অমান্য আন্দোলন  


(ii) 'বেংগল কেমিকেলছ' নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন ?  

(ক) জগদীশ চন্দ্র বসু       

(খ) নীলৰতন চৰকাৰ 

(গ) আচাৰ্য্য প্রফুল্ল ৰয়     

(ঘ) আৰু. চি. দত্ত 


(iii) স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল গৰাকী কোন আছিল ?

(ক) মহম্মদ আলী জিন্না  

(খ) লর্ড ৱাভেল 

(গ) লর্ড মাউন্ট বেটেন     

(ঘ) জৱহৰলাল নেহৰু    


(iv) ভাৰত আৰু পাকিস্থানৰ মাজৰ সীমা ৰেখাক কি নামেৰে জনা যায় ?  

(ক) ৰেডক্লিফ লাইন  

(খ) ৰেড ক্রচ 

(গ) গ্রীন হাউস         

(ঘ) ওপৰৰ এটাও নহয় 


৩। ‘মিজো’ শব্দৰ অৰ্থ কি ? ১


৪। কেঞাসকল কোন আছিল ? ১


৫। মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল ?  ১


৬। “আন্তৰাষ্ট্ৰীয় যোগ দিৱস” কিমান তাৰিখে পালন কৰা হয় ? ১


৭। কোম্পানীৰ আমোল বুলিলে কোনছোৱা সময়ক কোৱা হয় ? ১


৮। 'হৰ্ণবিল' কোন জনগোষ্ঠীৰ উৎসৱ ? ১


৯। অসমৰ লোকসংগীতৰ বিষয়ে চমুকৈ লিখা । ৩


১০। স্বদেশী আন্দোলনৰ চাৰিটা অৱদানৰ বিষয়ে লিখা । ৪


১১। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ লিখা । ৪


১২। জালিবানৱালাবাগ হত্যাকাণ্ডৰ বিষয়ে চমুকৈ লিখা । ৪


১৩। যোৰহাটৰ সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পর্কে লিখা। ৫


নাইবা 


অসমত ভাৰতত্যাগ আন্দোলনৰ বিষয়ে চমুকৈ লিখা । ৫



গ - শাখা 


১৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা : ১×৫=৫


(i) বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান শতাংশ লিখা - 

(ক) ২০.৯৪% 

(খ) ২৮.৯৪%

(গ) ৩০.৯৪%  

(ঘ) ৩২.৯৪% 


(ii) অৰ্থনৈতিক ভূগোলৰ পিতৃ হিচাপে কাক গণ্য কৰা হয় ? 

(ক) জর্জ ছিজহম   

(খ) জন্স 

(গ) ডার্কেনৱাল্ড     

(ঘ) এডাম স্মিথ 


(iii) মানুহৰ ‘চতুৰ্থক বৃত্তি'ৰ এটা উদাহৰণ দিয়া

(ক) বজাৰ 

(খ) কৃষিকাৰ্য

(গ) পৰিবহন 

(ঘ) বেংক


(iv) পৃথিৱীৰ স্থল ভাগৰ প্ৰায় কিমান শতাংশ ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কৱলত পৰিছে ?

(ক) ২০% 

(খ) ২৫%

(গ) ৩৫% 

(ঘ) ৪০%


(v) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন ?

(ক) প্ৰশান্ত মহাসাগৰ        

(খ) ভাৰত মহাসাগৰ

(গ) আটলাণ্টিক মহাসাগৰ 

(ঘ) দক্ষিণ মহাসাগৰ


১৫। বৰ্ত্তমান অসমত তেল শোধনাগাৰৰ সংখ্যা কিমান ? ১


১৬। ইকুৱেড'ৰ কোনখন মহাদেশত অৱস্থিত ? ১


১৭। অসমৰ আটাইতকৈ বেছি মাছ কোন জিলাত উৎপাদন হয় ? ১


১৮। অসমলৈ আগমন ঘটা দ্বিতীয় জনস্রোতটো কি জনগোষ্ঠীৰ আছিল ? ১ 


১৯। জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো কি ? ১


২০। অসমৰ ৰেল পৰিবহনৰ বিষয়ে চমুকৈ আলোচনা কৰা ।  ৪


২১। পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় চমুকৈ লিখা । ৪


২২। সম্পদ সংৰক্ষণ বুলিলে কি বুজা ? ইয়াৰ প্ৰয়োজনীয়তা কি লিখা । ২+২=৪


২৩। এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা । ৫


২৪। অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা মূল কাৰণ উল্লেখ কৰা । ৫


নাইবা


অসমৰ এখন মানচিত্র আঁকা আৰু তাত তলত দিয়া সমূহ বহুওঁৱাঃ  ২+৩=৫


(ক) গুৱাহাটী বিশ্ববিদ্যালয়


(খ) ডিগবৈ


(গ) মানস অভয়াৰণ্য


 

ঘ - শাখা 


২৫। শুদ্ধ উত্তৰটো বাছি উলিওৱা : ১×২=২


(i) ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদস্যক কি নামেৰে জনা যায় ? 

(ক) ৰাজ্যসভা        

(খ) লোকসভা 

(গ) টাউন কমিটি    

(ঘ) ওপৰৰ এটাও নহয় 


(ii) ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যলয় ক'ত অৱস্থিত ? 

(ক) জাপান            

(খ) ফ্রান্স 

(গ) নিউইয়র্ক          

(ঘ) ওপৰৰ এটাও নহয় 


২৬। সেউজ বিপ্লৱ মানে কি ? ১


২৭। জাতীয় আয় বুলিলে কি বুজা ? ১


২৮। মুদ্ৰাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। ১


২৯। গোলকীকৰণ বুলিলে কি বুজা ? ১


৩০। নিটি (NITI) আয়োগ কেতিয়া গঠন হয় ? ১


৩১। NABARD ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ? ১


৩২। বৰ্ত্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজনৰ নাম লিখা । ১


৩৩। বাণিজ্যিক বেংকৰ এটা কাৰ্য্য উল্লেখ কৰা । ১


৩৪। ভাৰতবৰ্ষত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম লিখা । ১


৩৫। ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কোন চনত গঠন হয় ? ১


৩৬। ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) কেতিয়া স্থাপিত হৈছিল ? ১


৩৭। ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ এটা লক্ষ্য দাঙি ধৰা । ১


৩৮। আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ (ICC) মুখ্য কাৰ্য্যালয় ক'ত অৱস্থিত ? ১


৩৯। “ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ' -ইয়াৰ তাৎপৰ্য্য ব্যাখ্যা কৰা। ৩


Blind Lady and Doctor Story Writing 

Twelve Fools Story Writing 

A Rich Man and Stolen Watch Story Writing 

The Workman and his sons Story Writing

The Goose that laid golden eggs Story Writing





No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.