12 Apr 2024

Class 10 Science Chapter 10 MCQ Assamese Medium

Class 10 Science Chapter 10 MCQ Assamese Medium

Class 10 Science Chapter 10 MCQ Assamese Medium


Class 10 Science Chapter 10 MCQ Assamese Medium: Class 10 Science Chapter 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ Important MCQ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer. Here in this article you can avail Class 10 Science Chapter 10 MCQ Assamese Medium. 



Class 10 Science Chapter 10 MCQ Assamese Medium With Answers

Class 10 Light Reflection and Refraction chapter describes light as an essential element which makes things visible to us. Light originates from a point source and then bounces back as perceived by the eyes. Technically, light is the representation of a form of energy that results from the sensation of sight. 

Hence, light reflection occurs when the beam of light bounces back to the same surface after striking the surface of any object. Light refraction occurs when the medium of light gets changed from one form to another form.



Class 10 Science Chapter 6 Question Answer In Assamese

দশম শ্ৰেণীৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ অধ্যায়ত পোহৰক এক অপৰিহাৰ্য উপাদান হিচাপে বৰ্ণনা কৰা হৈছে যিয়ে আমাৰ বাবে বস্তুবোৰ দৃশ্যমান কৰি তোলে।  পোহৰ এটা বিন্দু উৎসৰ পৰা উৎপত্তি হয় আৰু তাৰ পিছত চকুৱে অনুভৱ কৰা ধৰণে পিছলৈ উঠা-নমা কৰে।  কাৰিকৰীভাৱে পোহৰ হৈছে দৃষ্টিৰ অনুভূতিৰ ফলত হোৱা শক্তিৰ এটা ৰূপৰ প্ৰতিনিধিত্ব।

সেয়েহে যিকোনো বস্তুৰ পৃষ্ঠত আঘাত কৰাৰ পিছত পোহৰৰ ৰশ্মি পুনৰ একে পৃষ্ঠলৈ উঠা-নমা কৰিলে পোহৰৰ প্ৰতিফলন ঘটে।  পোহৰৰ মাধ্যমটো এটা ৰূপৰ পৰা আন এটা ৰূপলৈ সলনি হ’লে পোহৰৰ বিবৰ্তন ঘটে।



জীবন প্রক্রিয়া Class 10 Question Answer MCQ

Light Reflection and Refraction (পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ)


1. তলৰ কোনটোৱে প্রতিফলনৰ নিয়মবোৰ মানি চলে ?

(a) সমতল দাপোণ
(b) অৱতল দাপোণ আৰু উত্তল দাপোণ
(c) সকলো ধৰণৰ দাপোশ
(d) সকলো প্রতিফলনকাৰী পৃষ্ঠ

উত্তৰঃ (d) সকলো প্রতিফলনকাৰী পৃষ্ঠ 


2. তলৰ কোনটোৱে প্ৰতিসৰপৰ নিয়মবোৰ মানি ঢেলে ?

(a) উত্তল লেনছ
(b) অৱতল লেনছ
(c) সকলো ধৰণৰ লেনছ
(d) সকলো প্ৰকাৰৰ প্ৰসিকৰণকাৰী পৃষ্ঠ

উত্তৰঃ (d) সকলো প্ৰকাৰৰ প্ৰসিকৰণকাৰী পৃষ্ঠ 


3. সমতল দাপোনৰ ফকাছ দৈৰ্ঘ্য 

(a) ধনাত্মক 
(b) শূণ্য 
(c) ঋনাত্মক
(d) অসীম 

উত্তৰঃ (d) অসীম 


4. উত্তল দাপোণে উৎপন্ন কৰা প্রতিবিম্ব-

(a) সৎ, বিবর্ধিত
(b) সৎ, সংকুচিত
(c) অসৎ, বিবর্ষিত
(d) অসৎ, সংকুচিত

উত্তৰঃ (d) অসৎ, সংকুচিত


5. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে ব্যৱহাৰ কৰা হয়-

(a) উত্তল দাপোণ
(b) অৱতল দাপোণ
(c) সমতল দাপোশ
(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (a) উত্তল দাপোণ


6. সমতল দাপোণত উৎপন্ন প্রতিবিম্ব-

(a) সৎ, ওলোটা, সংকুচিত।
(b) অসৎ, নিয়, বিবর্ধিত
(c) অসৎ, থিয়, সমান
(d) অসৎ, থিয়, সংকুচিত

উত্তৰঃ (c) অসৎ, থিয়, সমান


7. তলৰ কোনখন দাপোণৰ দৃষ্টিক্ষেত্র আটাইতকৈ বহল-

(a) সমতল
(b) উত্তল
(c) অৱভল
(d) এটাও নহয়

উত্তৰঃ (b) উত্তল


8. অবতল দাপোণে উৎপন্ন কৰা প্ৰতিবিম্ব

(a) সদায় সৎ
(b) সদায় অসৎ
(c) সৎ আৰু অসৎ দুয়োটাই হ'ব পাৰে
(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) সং আৰু অসৎ দুয়োটাই হ'ব পাৰে


9. লেন্‌ছ ক্ষমতাৰ একক হ'ল-

(a) cm
(b) kg
(c) ভায়'প্টাৰ 
(d) m

উত্তৰঃ (c) ভায়'প্টাৰ


10. 50 ছে. মি. ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেনছৰ ক্ষমতা-

(a) 2D
(b) 0.5D
(c) 5D
(d) 25D

উত্তৰঃ (a) 2D


11. -1.5D ক্ষমতাৰ লেনছৰ ফ'কাছ দৈর্ঘ্য হ'ব

(a) -15 cm
(b) -65.6 cm
(c) 1.5 cm
(d) 1 cm

উত্তৰঃ (b) -66.6 cm


12. উত্তল লেনছত উৎপন্ন প্রতিবিম্ব

(a) সদায় সৎ
(b) সদায় অসৎ
(c) সৎ আৰু অসৎ দুয়োটাই হ'ব পাৰে
(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) সৎ আৰু অসৎ দুয়োটাই হ'ব পাৰে


13. অৱতল লেন্‌ছত উৎপন্ন প্রতিবিম্ব

(a) সৎ, সংকুচিত
(b) অসৎ, সংকুচিত
(c) অসৎ, সমান
(d) অসৎ, বিবর্ধিত

উত্তৰঃ (b) অসৎ, সংকুচিত


14. এখন গোলাকাৰ দাপোণৰ ভাজব্যাসার্দ্ধ (R) আৰু ফ'কাছ দৈৰ্ঘ্য (f) ৰ মাজৰ সম্পৰ্ক— 

(a) R= f/2 
(b) R= 2f 
(c) R = f
(d) R= f/4 

উত্তৰঃ (a) R= f/2


Class 10 General Science Chapter 10 Common MCQ with Answer 

15. সদায় এটা অসৎ, যথাযথ আৰু সৰু প্ৰতিবিম্ব গঠিত হয়— 

(a) অবতল দাপোণৰ দ্বাৰা 
(b) উত্তল দাপোণৰ দ্বাৰা 
(c) সমতল দাপোণৰ দ্বাৰা 
(d) ওপৰৰ এটাও নহয় ৷ 

উত্তৰঃ (b) উত্তল দাপোণৰ দ্বাৰা


16. পোহৰৰ বেগ সর্বোচ্চ — 

(a) হীৰাত 
(b) গ্লাছত 
(c) পানীত 
(d) শূন্যস্থানত 

উত্তৰঃ (d) শূন্যস্থানত 


17. এখন অবতল লেন্‌ছৰ দ্বাৰা গঠিত প্ৰতিবিম্ব— 

(a) সৎ আৰু সৰু 
(b) সৎ আৰু পৰিবৰ্ধিত 
(c) অসৎ আৰু সৰু 
(d) অসৎ আৰু পৰিবৰ্ধিত 

উত্তৰঃ (b) সৎ আৰু পৰিবৰ্ধিত 


18. দাড়ি খুৰাবলৈ এখন দাপোণ ব্যৱহাৰ কৰা হয় । দাপোণখন কি প্ৰকৃতিৰ - 

(a) অবতল দাপোণ 
(b) উত্তল দাপোণ
(c) সমতল দাপোণ 
(d) ওপৰৰ এটাও নহয় 

উত্তৰঃ (a) অবতল দাপোণ


19. কোনো পূষ্ঠত পোহৰ পৰিলে উভতি আহিলে তাক পোহৰৰ হিচাপে জনা যায় 

(a) প্ৰতিসৰণ 
(b) ঘূৰ্নন 
(c) প্ৰতিফলন 
(d) প্ৰত্যাৱৰ্তন 

উত্তৰঃ (c) প্ৰতিফলন 


20. প্ৰতিফলন ৰ সূত্ৰ কেইটা 

(a) 1
(b) 2
(c) 3 
(d) 4

উত্তৰঃ (b) 2


21. অৱতল লেন্সৰ আন এটা নাম কি হয় ?

(a) অভিসাৰী  লেন্স 
(b) অপসাৰী লেন্স 
(c) অভিসাৰী দাপোন 
(d) অপসাৰী দাপোন 

উত্তৰঃ (b) অপসাৰী লেন্স 


22. লেন্সৰ কেন্দ্ৰ বিন্দুক বুলি কোৱা হয়  ?

(a) মেৰু 
(b) কেন্দ্ৰ 
(c) আলোক কেন্দ্ৰ 
(d) গবাক্ষ 

উত্তৰঃ (c) আলোক কেন্দ্ৰ


23. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব পাবলৈ হ'লে, লক্ষ্যবস্তুটি উত্তল লেন্‌ছৰ সম্মুখত কোন স্থানত ৰাখিব লাগিব ? HSLC 2019

(a) লেন্‌ছৰ মুখ্য ফ'কাছত
(b) ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
(c) অসীমত
(d)লেন্‌ছৰ আলোক কেন্দ্র আৰু মুখ্য ফ'কাছৰ মাজত

উত্তৰঃ (b) ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত 


24. খুউৱ সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেনছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা ?

(a) 50 cm ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ 
(b) 5 cm ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ
(c) 5 cm ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ
(d) 50 cm ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ

উত্তৰঃ (c) 5 cm ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ 


25. এখন অৱতল দাপোণে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎপ্ৰতিবিদ গঠন কৰিবলৈ লক্ষ্যবস্তুটো থ'ব লাগিব

(a) মেৰুৰ আৰু মুখ্য ফ'কাছৰ মাজত
(b) মুখ্য ফ'কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত
(c) ভাঁজকেন্দ্রত 
(d) ভজকেন্দ্ৰৰ বাহিৰত

উত্তৰঃ (c) ভাঁজকেন্দ্রত


26. তলৰ কোনটো লক্ষ্যবস্তুৰ অৱস্থানৰ বাবে অৱ তল দাপোণ এখনে সৎ ওলোটা প্রতিবিম্ব গঠন নকৰে

(a) অসীমত
(b) মুখ্য ফ'কাছ আৰু ভাঁজকেন্দ্রৰ মাজত
(c) ভাঁজকেন্দ্ৰৰ বাহিৰত
(d) ফ'কাছ আৰু দাপোণৰ মেৰুৰ মাজত

উত্তৰঃ (d) ফ'কাছ আৰু দাপোণৰ মেৰুৰ মাজত


27. অসীমত থকা কোনো লক্ষ্যবস্তুৰ বাবে গোলাকাৰ দাপোণৰ এখনে প্রতিবিম্ব গঠন কৰে-

(a) ভাঁজকেন্দ্রত
(b) মুখ্য ফ'কাছত
(c) মুখ্য ফ'কাছ আৰু জাজকেন্দ্ৰৰ মাজত
(৫) মুখ্য ফ'কাছ আৰু দাপোণৰ মেৰুৰ মাজত

উত্তৰঃ (b) মুখ্য ফ'কাছত


28. অসীম আৰু দাপোণৰ মেৰুৰ মাজত যিকোনো অবস্থানত লক্ষ্যবস্তু এটা ৰাখিলে উত্তল দাপোণ এখনে প্রতিবিম্ব গঠন কৰে-

(a) মুখ্য ফ'কাছত
(b) মুখ্য ফ'কাছ আৰু ভাঁজকেন্দ্রৰ মাজত
(c) ভাঁজকেন্দ্রত
(d) মুখ্য ফ'কাছ আৰু দাপোণৰ মেৰুৰ মাজত

উত্তৰঃ (d) মুখ্য ফ'কাছ আৰু দাপোণৰ মেৰুৰ মাজত


29. অৱতল দাপোণ এখনৰ মুখ্য ফ'কাছত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্রতিবিম্বৰ আৱস্থান

(a) ভাঁজকেন্দ্রত
(b) ভাঁজকেন্দ্রৰ বাহিৰত
(c) অসীমত
(d) মুখ্য ফ'কাছত

উত্তৰঃ (c) অসীমত


Class 10 General Science Chapter 10 Important MCQ with Answer 

30. অৱতল দাপোণ এখনৰ ভাঁজকেন্দ্ৰত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্রতিবিম্বৰ স্থান-

(a) ভাঁজকেন্দ্র
(b) অসীম
(c) মুখ্য ফ'কাছ 
(d) ভাঁজকেন্দ্ৰৰ বাহিৰত

উত্তৰঃ (a) ভাঁজকেন্দ্র 


31. এখন গোলাকাৰ দাপোণে আটাইতকৈ সংকুচিত প্রতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তু থাকিব লাগিব-

(a) মুখ্য ফ'কাছত
(b) অসীমত
(c) ভাঁজকেন্দ্ৰৰ বাহিৰত
(d) মুখ্য ফ'কাছ আৰু মেৰুৰ মাজত

উত্তৰঃ (b) অসীমত


32. এখন অৱতল দাপোণত আটাইতকৈ বিবর্ধিত প্রতিবিম্ব পাৰলৈ লক্ষ্যবস্তু ৰাখিব লাগিব

(a) অসীমত
(b) ভাঁজকেন্দ্রত
(c) ভাঁজকেন্দ্র আক মুখ্য ফ'কাছৰ মাজত
(d) মুখ্য ফকাছত 

উত্তৰঃ (d) মুখ্য ফ'কাছত


33. উত্তল লেন্‌ছ এখন ব্যৱহাৰ কৰি লক্ষ্যবস্তুৰ এটা অসৎ, থিয় আৰু বিবর্ধিত প্রতিবিম্ব পাবলৈ চেষ্টা কৰা হ'ল। লক্ষ্যবস্তুটো খাব লাগিব

(a) অসীমত
(b) মুখ্য ফ'কাছত
(c) 2F দুৰত্বত
(d) মুখ্য ফ'কাছ আৰু আলোককেন্দ্র মাজত

উত্তৰঃ (d) মুখ্য ফ'কাছ আৰু আলোককেন্দ্র মাজত


34. এখন উত্তল লেন্‌ছ সৎ, ওলোটা আৰু বিবর্ধিত প্রতিবিম্ব গঠন কৰিলে, লক্ষ্যবস্তুৰ অৱস্থান হ'ব-

(a) মুখ্য ফ'কাছ F1
(b) F1 আৰু 2 F1 ব মাজত
(c) 2F1 ত
(d) 2F14 বাহিৰত

উত্তৰঃ (b) F1 আৰু 2 F1 ৰ মাজত


35. এখন উত্তল লেন্‌ছ সৎ, ওলোটা আৰু সংকুচিত প্রতিবিম্ব গঠন কৰিলে, লক্ষ্যবস্তুৰ অৱস্থান হ'ব

(a) 2F1 ৰ বাহিৰত
(b) 2F1 ত
(c) F1
(d) অসীমত

উত্তৰঃ (a) 2F1 ৰ বাহিৰত


36. এটা লক্ষ্যবস্তু উত্তল লেন্‌ছ এখনৰ মুখ্য ফ'কাছ F1 ত ৰখা হ'ল। প্রতিবিম্বটো হব-

(a) সৎ, সংকুচিত
(b) অসৎ, বিবর্ধিত
(c) সৎ, অতিকৈ বিবর্ধিত
(d) সৎ, সমান আকাৰৰ

উত্তৰঃ (c) সৎ, অতিকৈ বিবর্ধিত


37. উত্তল লেন্‌ছ এখনৰ মুখ্য ফ'কাছ F1 আৰু আকোলকেন্দ্র ৰ মাজত লক্ষ্যবস্তু এটা ৰখা হৈছে। উৎপন্ন প্রতিবিম্বটো হ'ব

(a) সৎ, সংকুচিত
(b) অসৎ, সংকুচিত
(c) সৎ, বিবর্ধিত
(d) অসৎ, বিবর্ধিত

উত্তৰঃ (d) অসৎ, বিবর্ধিত


38. অসীম আৰু আলোককেন্দ্রৰ মাজত লক্ষ্যবস্তু এটা ৰাখিলে অবতল লেন্‌ছ এখনে উৎপন্ন কৰা প্রতিবিশ্বৰ অৱস্থান হব

(a) মুখ্য ফ'কাছ F1
(b) অসীমত
(c) মুখ্য ফ'কাছ F1 আৰু আলোককেন্দ্ৰৰ মাজত
(d) 2F1 ত

উত্তৰঃ (c) মুখ্য ফ'কাছ F1 আৰু আলোককেন্দ্ৰৰ মাজত


39. উত্তল লেন্‌ছ এখনৰ 2F ও লক্ষ্যবস্তু এটা ৰাখিলে এটা সৎ, সমান আকাৰৰ প্ৰতিবিদ পোৱা যাব

(a) 2F1
(b) 2F23
(c) F26
(d) 2F2 ৰ বাহিৰত

উত্তৰঃ (d) 2F2 ৰ বাহিৰত


40. 10 ছে. মি. ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ এখনৰ পৰা 20 ছে. মি. দূৰত লক্ষ্যবস্তু এটা বাখিলে, প্রতিবিম্বটো হ'ব

(a) সৎ, বিবর্ধিত
(b) সৎ, সংকুচিত
(c) অসৎ, বিবর্ধিত
(d) সৎ, সমান আকাৰৰ 

উত্তৰঃ (d) সৎ, সমান আকাৰৰ 


41. 15 ছে. মি. ফ'কাছ দৈৰ্ঘ্যৰ গোলাকাৰ দাপোণ এখনৰ ভাঁজব্যাসার্দ্ধ হ'ব

(a) 1.5 cm
(b) 7.5 cm
(c) 30 cm
(d) 15 cm

উত্তৰঃ (c) 30 cm


42. এখন 15 ছে. মি. ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণৰ মেকৰ পৰা 12 ছে. মি. অভিবত লক্ষ্যবস্তু এটা বখা হ'ল। প্রতিবিম্বটো হ'ব-

(a) সৎ, বিবর্ধিত
(b) অসৎ, বিবর্ষিত
(c) সৎ সমান আকাৰৰ
(d) সৎ, সংকুচিত

উত্তৰঃ (b) অসৎ, বিবর্ধিত


43. তলৰ কোনখন দাপোণে এটা থিয়  বিবর্ধিত প্রতিবিম্ব দিব ?

(a) সমতল
(b) উত্তল
(c) অৱতল
(d) ওপৰৰ আটাইকেইটা

উত্তৰঃ (c) অৱতল


44. পোহৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্রৱেশ কৰিছে। পানীত পোহৰ ৰশ্মিডাল-

(a) একেটা দিশত গতি কৰি থাকিব
(b) অভিলম্বৰ দিশত বেঁকা হ'ব
(c) অভিলম্বৰ পৰা আঁতৰলৈ বেঁকা হ'ব
(d) অভিলম্বৰ ওপৰেৰে গতি কৰিব

উত্তৰঃ (b) অভিলম্বৰ দিশত বেঁকা হ'ব


45. গোলাকাৰ দাপোণৰ  ফ'কাছ দৈর্ঘ্য ভাঁজব্যাসার্দ্ধৰ অনুপাত হ'ল-

(a) 0.5
(b) 1
(c) 2
(d) 3

উত্তৰঃ (a) 0.5




Comparison of Degree for HSLC class 10

Assamese to English Translation 

Vocabulary for HSLC Exam

Verb & Phrase for HSLC Exam 

Tense Correction for HSLC Exam 

Preposition for HSLC Exam 

Determiners for HSLC Exam 

Sentence Correction for HSLC Exam 



Class 10 Model Question Paper SET I (English)

Class 10 Science Model Paper SET I 

Class 10 Social Science Model Paper SET I


Important MCQ for HSLC 2024

A Letter to God MCQ 

A Tiger in the zoo MCQ 

The Midnight Visitor MCQ 

A Question of Trust MCQ 

Animals MCQ 

A Letter to God VSA for HSLC 

Long Walk to Freedom VSA for HSLC 

A Tiger in the Zoo VSA for HSLC 

The Tale of Custard the Dragon VSA for HSLC 

The Midnight Visitor Important VSA

A Letter to God Important Questions Answers 

Long Walk to Freedom Important Questions Answers

The Midnight Visitor Important Questions Answers

The Hack Driver Important Questions Answers


                

First Flight Solutions
• Dust of Snow
• Fire and Ice
• Long Walk to Freedom
• A Tiger in the Zoo
• Two Stories about Flying
• How to tell wild Animals
• The Ball Poem
• From the Diary of Anne Frank
• Amanda
• Animals
• Coorg
• Tea from Assam
• The Trees







No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.