15 Nov 2023

Class 10 Science Model Question Paper HSLC 2024

Class 10 Science Model Question Paper HSLC 2024

Class 10 Science Model Question Paper HSLC 2024


Class 10 Science Model Question Paper HSLC 2024: Attempting mock tests and papers helps understand which part of the syllabus needs more attention. Every student has their own strengths and weaknesses. Solving such test papers helps assess the level of preparation and work upon the weaknesses. This thereby helps maneuver preparation time effectively. Here you can avail Class 10 Science Model Question Paper HSLC 2024




Science Model Paper for Class 10 HSLC 2024


1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ  1X10=10 

(i) একুৱা ৰেজিয়াত গাঢ় Hcl আৰু গাঢ় HNO₃ ৰ অনুপাত হ'ল - 

(a) 1:3 (b) 1:2 (c) 2:1 (d) 3:1


(ii) নেমু টেঙাত থকা এছিড বিধৰ নাম হ'ল -  

(a) চাইট্রিক  (b) লেকটিক  (c) এছেটিক  (d) টাৰটাৰিক 


(iii) প্রাকৃতিক গেছৰ দহন তলৰ কোনটো শ্রেণীৰ বিক্রিয়াৰ উদাহৰণ 

(a) তাপ গ্রাহী (b) তাপ বৰ্জী  (c) দুয়োটা  (d) ইয়াৰ কোনোটোৱেই নহয়


(iv) সজীব, উদাসীন তাঁৰ দুডালৰ মাজৰ বিভৱভেদ হ'ল-

(a) 200V  (b) 220V  (c) 120V  (d) 100 V 


(v) এমিটাৰ সদায় সংযোগ কৰা হয় _______

(a) শ্রেণীবদ্ধ সজ্জাত  (b) সমান্তৰাল সজ্জাত  (c) দুয়োটাত  (d) ইয়াৰ কোনোটোৱেই নহয়


(vi) সৌৰ কোষৰ প্ৰস্তুত কৰণত ব্যবহাৰ হয় _______

(a) কপাৰ (b) সোণ (c) চিলিকন (d) এলুমিনিয়াম


(vii) সূর্যৰ পোহৰ সহজে ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰিব পৰা উদ্ভিদবিধ হৈছে -

(a) কল গছ  (b) আম গছ  (c) a আৰু b দুয়োটা  (d) কুঁহিয়াৰ


(viii) অজ'নৰ অনুটো অক্সিজেনৰ কেইটা পৰমাণুৰে গঠিত ?

(a) 2 টা  (b) 4 টা  (c) 3 টা (d) 1 টা


(ix) এটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টিক্ষেত্রৰ প্ৰসাৰ -

(a) 180°  (b) 150°  (c) 220° (d) 90°


(x) এখন অৱতল লেনছৰ ফ'কাছ দৈর্ঘ্য 50cm, ক্ষমতা হ'ব -

(a) - 2D   (b) +5D   (c) +2D   (d) - 5D



2. শুদ্ধ উত্তৰটো নির্ণয় কৰাঃ‌ 1x10=10

(i) সৌৰ ভাঁতীত ব্যবহাৰ কৰা হয় - 

(a) উত্তল দাপোন (b) অবতল লেনছ (c) উত্তল লেনছ (d) অবতল দাপোন


(ii) যদি বিবৰ্ধন ধনাত্মক, তেন্তে প্রতিবিম্বটো হ'ব -

(a) অসৎ (b) সৎ (c) a আৰু b দুয়োটা (d) ইয়াৰ কোনোটোৱেই নহয়


(iii) সুস্থ মানুহৰ বৃক্কই এদিনত কিমান তেজ চেকীব পাৰে ?

(a) 20L (b) 50L (c) 180L (d) 150L


(iv) মলত্যাগ কাৰ্য্যক কিহে নিয়ন্ত্রণ কৰে ?

(a) কোষ প্ৰৰসে (b) স্ফিনক্টাৰ পেশীয়ে (c) হিম'গ্ল'বিনে (d) ইয়াৰ কোনোটোৱেই নহয়


(v) কোনটো গ্ৰন্থিয়ে নিঃ সৰণ কৰা হৰম'নৰ অভাৱত সংশ্লিষ্ট ব্যক্তি বাওনা হয় ?

(a) পিটুইটাৰী গ্রন্থি (b) অগ্নাশয় (c) থাইৰয়েড গ্রন্থি (d) হাইপ'থেলামাছ


(vi) কৈশোৰ কালত ল'ৰাৰ কি হৰ’মন নিঃসৰণ হয় ?

(a) টেষ্ট'টেৰণ (b) অক্সিন (c) এস্ট'জেন (d) কেলাইন


(vii) স্ত্রী প্ৰজনন কোষ উৎপন্ন হয় -

(a) ডিম্বাশয়ত (b) ডিম্বকোষত  (c) শুক্ৰকোষত (d) ডিম্বনলীত


(viii) পুং আৰু স্ত্রীজননকোষৰ মিলনক কোৱা হয় - 

(a) অংকুৰণ  (b) স্ব-পৰাগযোগ  (c) ইতৰ-পৰাগযোগ (d) নিশেষণ


(ix) বংশগতিৰ ভৌতিক আধাৰ হ'ল -  

(a) কোষকেন্দ্ৰ (b) ক্ৰম’জ’ম (c) কোষপ্ৰৰস, (d) ইয়াৰ কোনোটোৱেই নহয়


(x) মাছৰ জীৱাশ্মটোৰ নাম হ'ল -  

(a) নাইছিয়া  (b) ৰাজাচ'ৰাছ  (c) এম'নাইট  (d) ট্রাইল'বিট্‌



3.  খালী ঠাই পূৰ কৰা (যিকোনো দহ টা) 1×10=10

(i) E = mc² সমীকৰণটো  __________ য়ে নির্ণয় কৰিছিল । 

(ii) ৰাসায়নিক বিক্ৰিয়া এটাত __________ ৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে । 

(iii) শৰীৰৰ কঠিনতম পদাৰ্থ হ'ল দাঁতৰ __________ অংশ । 

(iv) অম্লৰাজৰ আন এটা নাম __________ । 

(v) যৌন ক্ৰিয়াৰ দ্বাৰা __________ হয় । 

(vi) ত্রিবান্ধনিযুক্ত যৌগক __________ বোলে ৷

(vii) লসিকা হ'ল __________ । 

(viii) __________ দাপোনে +1 বিবর্ধন দিয়ে ।

(ix) বিদ্যুত সৰবৰাহ তাঁৰত __________ আৰু __________ ব্যৱহাৰ কৰা হয় । 

(x) আমাৰ দেহত __________ ৰ বাবে পাচন ঘটে । 

(xi) স্নায়ুতন্ত্ৰই উদ্দীপনা প্ৰেৰণৰ কাৰণে __________ প্ৰেৰণ কৰে ।

(xii) ধাতু প্ৰকৃতিত __________ অৱস্থাত পোৱা যায় । 

(xiii) কোনো এডোখৰ ঠাইত থকা বিভিন্ন প্ৰজাতিৰ জীৱসমষ্টিক __________ বুলি কোৱা হয় ।



4. সত্য নে অসত্যঃ ‍1×5=5

(i) টুথপেষ্ট ক্ষাৰকীয় । 

(ii) লেড মানে সীহ ।

(iii) মৌলাবোৰৰ ধর্ম সিহঁতৰ পাৰমানবিক ভৰৰ পর্যায় ক্রমে সলনি হয়।

(iv) প্রবাহৰ একক কুলম্ব।

(v) দহন কৰিলে কার্বন যৌগ সহজে জাৰিত হয় ।



5. 15.0cm ফ'কাছ দৈর্ঘ্যৰ অৱতল দাপোন এখনৰ সম্মুখত 25.0cm দূৰত্বত 4.0cm আকাৰৰ লক্ষ্যবস্তু এটা ৰখা হৈছে । স্পষ্ট প্রতিবিম্ব এটা পাবলৈ দাপোন-খনৰ পৰা কিমান দূৰত্বত পর্দা এখন ৰাখিব লাগিব। প্রতিবিম্বৰ প্রকৃতি আৰু আকাৰ নির্ণয় কৰা । 3

OR

5 cm দৈর্ঘ্যৰ বস্তু এটা 10 cm ফ'কাছ দৈর্ঘ্যৰ অভিসাৰী লেনছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ'ল । গঠিত প্রতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্রকৃতি নির্ণয় কৰা । 3



6. জৈৱ অনুঘটবোৰ কি ? ইয়াক কি বুলি কোৱা হয় ? ADP কি ? বায়ুকূপ কি ? 1+½+½+1=3 

OR 

কি কি প্রথাৰে বিভিন্ন জীৱদেহত গ্লুক'জ জাৰিত হৈ শক্তি উৎপন্ন হয় ? হাইপাৰ টেনচন' কি ? 2+1=3



7. উত্তৰ দিয়াঃ 1×10=10

(i) পটাছিয়ামক কিয় কেৰাচিন তেলত ভুবাই ৰখা হয় ?

(ii) এনামেল কিহেৰে তৈয়াৰী ।

(iii) অনুমান আৰু প্রচেষ্টা পদ্ধতি কাক বোলে ? 

(iv) ধাতুৰ নিনাদীগুণ কি ?

(v) অক্ষিগোলকৰ ব্যাস কিমান ?

(vi) গানিতিকভাবে ওমৰ সূত্ৰটো শিখা । 

(vii) প্রত্যক্ষ প্রবাহৰ উৎস এটাৰ নাম লিখা।

(viii) মানুহৰ আদিভূমি ক'ত ? 

(ix) DNA ৰ কার্যকাৰী একক কি ?

(x) পাকগ্রন্থি কাক বোলে ?


৪. প্লাষ্টাৰ অব পেৰিছ কি ? ইয়াৰ দুটা ব্যৱহাৰ কি ? 1+1=2

9. শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে ? ব্যাখা কৰা । 2

10. ট্রায়াড কি ? ড’বাৰেইনাবৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি আছিল ? 1+1=2 

11. পানীত চাবোন দিলে কিয় ফেন উঠে ? 2

12. অৱতল দাপোন এখনৰ ভাঁজ কেন্দ্ৰত লক্ষ্যবস্তু ৰাখি ইয়াৰ প্রতিবিম্ব গঠনৰ ৰশ্মিচিত্র আঁকা । 2

13. সন্তলিত ৰাসায়নিক সমীকৰণ লিখা - 1+1= 2

(a) যিংক + ছিলভাৰ নাইট্রেট → যিংক নাইট্রেট+ ছিলভাৰ

(b) হাইড্রজেন গেছে নাইট্ৰ'জেনৰ সৈতে লগ হৈ এমনিয়া প্রস্তুত কৰে।


14. জাৰণ, বিজাৰন কি ? উদাহৰণসহ ব্যাখ্যা কৰা । 2 


15. চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা । 2


16. সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি ? 2


17. পৰিস্থিতি তন্ত্রত বিয়োজকৰ ভূমিকা কি ? 2


18. বন আৰু বন্য প্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে ? 2


19. টিণ্ডেল পৰিঘটনা কি ? ৰামধেনু কোন দিশত সৃষ্টি হয় ? 1+1 = 2


20. উদাহৰণৰ সৈতে তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো বুজাই লিখা ? 2


21. এটা বৈদ্যুতিক বাল্বৰ তাঁৰ ডালে 10 মিনিট সময়ত O.5 A প্রবাহ লয় । বর্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমান উলিওৱা। 2


22. পক্ষী আৰু স্তন্যপায়ী প্রানীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্রয়োজন ? 2 

OR

মানুহৰ ৰেচন তন্ত্রটো কিহেৰে গঠিত ? শ্বসন কেই প্রকাৰৰ আৰু কি কি ? 2


23. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ? 2

OR 

কিছুমান ডায়েবেটিচ ৰোগীকে ইনচুলিনৰ বেজী দিয়া হয় কিয় ? 2 


24. ঋতুস্রাৱ কিয় হয় ? গর্ভধাৰণ প্রতিবোধৰ কাৰণে অবলম্বন কৰা দুটা পদ্ধতি উল্লেখ কৰা ? 1+1=2

OR 

দীর্ঘচ্ছেদত এপাহ ফুলৰ চিত্র আঁকি বিভিন্ন অংশ সমূহ চিহ্নিত কৰা । নাইবা এখিলা পাতৰ প্রস্থচ্ছেদ আঁকা আৰু সঠিকভাবে চিহ্নিত কৰা । 2


25. বিবর্তন প্রক্রিয়াত জীৱাশ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা । 2

OR 

প্রভাবী চৰিত্র আৰু অপ্রভাৱী চৰিত্র বুলিলে কি বুজা ? 2


26. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় ? 2

OR 

পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় ? 2





Class 10 Model Question Paper SET I (English)

Class 10 Science Model Paper SET I 

Class 10 Social Science Model Paper SET I


Important MCQ for HSLC 2023

A Letter to God MCQ 

A Tiger in the zoo MCQ 

The Midnight Visitor MCQ 

A Question of Trust MCQ 

Animals MCQ 

A Letter to God VSA for HSLC 2023

Long Walk to Freedom VSA for HSLC 2023

A Tiger in the Zoo VSA for HSLC 2023

The Tale of Custard the Dragon VSA for HSLC 2023


The Midnight Visitor Important VSA

A Letter to God Important Questions Answers 

Long Walk to Freedom Important Questions Answers

The Midnight Visitor Important Questions Answers

The Hack Driver Important Questions Answers


                

First Flight Solutions
• Dust of Snow
• Fire and Ice
• Long Walk to Freedom
• A Tiger in the Zoo
• Two Stories about Flying
• How to tell wild Animals
• The Ball Poem
• From the Diary of Anne Frank
• Amanda
• Animals
• Coorg
• Tea from Assam
• The Trees














No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.