10 Jul 2023

HS 2nd Year Education Chapter 1 Question Answer AHSEC

HS 2nd Year Education Chapter 1 Question Answer AHSEC 

HS 2nd Year Education Chapter 1 Question Answer AHSEC


HS 2nd Year Education Chapter 1 Question Answer AHSEC: HS 2nd Year Education Chapter 1; Development of Secondary Education in Assam after Independence (স্বাধীনােত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা). Here you can avail HS 2nd Year Education Chapter 1 Question Answer AHSEC Assamese Medium/English Medium. 



Class 12 Education Question and Answer Assam | Higher Secondary 2nd Year Education Important Answer | Assamese Medium HS 2nd Year Education Notes and Suggestion | HS 2nd Year Education Common Answer | HS 2nd Year Education Solution | Class 12 Education Model | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ শিক্ষা পাঠ্যপুথিৰ প্ৰশ্ন আৰু উত্তৰ 


Q1.  What is secondary education ? 
মাধ্যমিক শিক্ষা কি ?
Ans: Secondary education is the period between primary education and higher education. Secondary education is the education system provided for the transition period.

উত্তৰঃ প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ চাবিকাঠীটোৱে হ'ল মাধ্যমিক শিক্ষা। বয়ঃ সন্ধি কালৰ বাবে যি শিক্ষা ব্যৱস্থা প্ৰদান কৰা হয় তাকে মাধ্যমিক শিক্ষা বোলে।


Q2. When or in which year did the Government of India constitute the Secondary Education Commission ?
ভাৰত চৰকাৰে মাধ্যমিক শিক্ষা আয়োগ কেতিয়া বা কোন চনত গঠন কৰে ?

Ans: The Secondary Education Commission was constituted by the Government of India in 1952-53.

উত্তৰঃ ভাৰত চৰকাৰে মাধ্যমিক শিক্ষা আয়োগ ১৯৫২-৫৩ চনত গঠন কৰে।


Q3. On what date was the Secondary Education Commission officially inaugurated ?
মাধ্যমিক শিক্ষা আয়োগ খন কোন তাৰিখে আনুষ্ঠানিক উদ্বোধন কৰে ?

Ans:  It was officially inaugurated on 6th October in 1952.

উত্তৰঃ ১৯৫২ চনৰ ৬ অক্টোবৰ তাৰিখে আনুষ্ঠানিক উদ্বোধন কৰে।


Q4. Who was the President of the Secondary Education Commission ?
মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল ?

Ans: The President of the Secondary Education Commission was Dr. Laxmanswamy Mudaliar.

উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি আছিল  ড ° লক্ষ্মণস্বামী মুদালিয়াৰ।

 
Q5. How many members were there in the Secondary Education Commission (1952-53) ?
মাধ্যমিক শিক্ষা আয়োগ (১৯৫২-৫৩)খনৰ সৰ্বমুঠ কিমান জন সদস্য আছিল ?
Ans: There were 9 members in the Secondary Education Commission.

উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগত সৰ্বমুঠ ৯ জন সদস্য আছিল।


Q6. In which year did the Government of India constitute the Kothari Commission ?
ভাৰত চৰকাৰে কোঠাৰী আয়োগ কিমান চনত গঠন কৰে ?

Ans: The Government of India established the Kothari Commission in 1964-66

উত্তৰঃ ভাৰত চৰকাৰে ১৯৬৪-৬৬ চনত কোঠাৰী আয়োগ গঠন কৰে।



AHSEC CLASS 12 EDUCATION CHAPTER-1 DEVELOPMENT OF SECONDARY EDUCATION IN INDIA & ASSAMI SOLVED QUESTIONS FOR 1 MARK EACH H.S. 2ND YEAR

Q7. What was the main objective of forming the Kothari Commission ?
কোঠাৰী আয়োগ গঠন কৰাৰ মূল উদ্দেশ্য কি আছিল ?

Ans: The main objective of the formation of the Kothari Commission is to develop national education.

উত্তৰঃ কোঠাৰী আয়োগ গঠন কৰাৰ মূল উদ্দেশ্য হল জাতীয় শিক্ষাৰ বিকাশ সাধন কৰা।


Q8. Who was the Chairman of the Kothari Commission ?
কোঠাৰী আয়োগৰ অধ্যক্ষ কোন আছিল ?

Ans: The Chairman of the Kothari Commission was D. S. Kothari.

উত্তৰঃ কোঠাৰী আয়োগৰ অধ্যক্ষ আছিল ডি. এচ. কোঠাৰী।


Q9. What formula did the Kothari Commission recommend for the development of secondary education ?
কোঠাৰী আয়োগে মাধ্যমিক শিক্ষাৰ বিকাশ সাধনৰ বাবে কি সূত্ৰৰ পৰামৰ্শ দিছিল ? 

Ans: The Kothari Commission recommended the development of education through the 10+2+3 formula.

উত্তৰঃ কোঠাৰী আয়োগে ১০+২+৩ সূত্ৰ টোৰ মাধ্যমত শিক্ষাৰ বিকাশ সাধন কৰাৰ পৰামৰ্শ দিছিল।


Q10. In which year did the Government of India introduce the new Education Policy ?
ভাৰত চৰকাৰে কিমান চনত নতুন শিক্ষা নীতি প্ৰৱৰ্ত্তন কৰে ?

Ans: The Government of India introduced the New Education Policy in 1986.

উত্তৰঃ ভাৰত চৰকাৰে ১৯৮৬ চনত নতুন শিক্ষানীতি প্ৰৱৰ্ত্তন কৰে।


Q11. The days of solving education problems by the existing methods are over and new formulas must be invented.”  Whose word is that ?
প্ৰচলিত পদ্ধতিৰে শিক্ষা সমস্যা সমাধান কৰাৰ দিন উকলিল, নতুন সূত্ৰ উদ্ভাৱন কৰিব লাগিব।” কথাষাৰ কাৰ ? 

Ans: These words were spoken by Maulana Abul Kalam Azad, the first Minister of Education of India.

উত্তৰঃ কথাষাৰ ভাৰতৰ প্ৰথম শিক্ষামন্ত্রী মৌলানা আবুল কালাম আজাদৰ।


Q12. Who was the chairman of the Education Commission of 1964-66 ?
১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল ?

Ans: Dr. D. S. Kothari was the chairman of the Education Commission in 1964-66.

উত্তৰঃ ১৯৬৪-৬৬ চনত ড° ডি.এছ.কোথাৰী শিক্ষা আয়োগৰ অধ্যক্ষ আছিল।


Q13. What is the name of the programme suggested by NPE for improvement of primary education ? 
প্ৰাথমিক পৰ্যায়ৰ উন্নতিৰ বাবে এন NPE য়ে পৰামৰ্শ দিয়া কাৰ্যসূচীৰ নাম কি শিক্ষা ? 

Ans: The name of the programme suggested by NPE for improvement of primary education is Integrated Child Development Services Programme.

উত্তৰঃ প্ৰাথমিক শিক্ষাৰ উন্নতিৰ বাবে NPE য়ে পৰামৰ্শ দিয়া কাৰ্যসূচীৰ নাম হৈছে সংহত শিশু উন্নয়ন সেৱা কাৰ্যসূচী।


Q14. Which Commission suggested the 10+2+3 structure of education ? 
কোনটো আয়োগে শিক্ষাৰ ১০+২+৩ গাঁথনিৰ পৰামৰ্শ দিছিল ? 
Ans: Kothari Commission had suggested 10+2+3 structure of education.

উত্তৰঃ কোথাৰী আয়োগে শিক্ষাৰ ১০+২+৩ গাঁথনিৰ পৰামৰ্শ দিছিল।


Q15. What is the other name of the Education Commission, 1964-66 ?
১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগৰ আনটো নাম কি ? 

Ans: The other name of Education Commission 1964-66 is Kothari Commission.

উত্তৰঃ ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগৰ আনটো নাম হৈছে কোথাৰী আয়োগ।


Q16. What is the name of the first secondary school in Assam ? 
অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি ?  

Ans: Guwahati Seminary was the first secondary school in Assam./Cotton Collegiate School

উত্তৰঃ অসমৰ প্ৰথমখন মাধ্যমিক স্কুলৰ নাম গুৱাহাটী ছেমিনাৰী স্কুল আছিল।


Q17. In which year the Assam Secondary Education Act came into force ?
অসম মাধ্যমিক শিক্ষা আইন কেতিয়া গৃহীত হৈছিল ? 

Ans: 1961.

উত্তৰঃ ১৯৬১ চন।


Q18. Write the name of the first commission appointed in the field of secondary education.
মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত নিযুক্ত প্ৰথম আয়োগৰ নাম লিখা।

Ans: Secondary Education Commission 1952-53.

উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগ ১৯৫২-৫৩।


Q19. What was the purpose of appointing Mudaliar Commission ?
মুদলিয়াৰ আয়োগ নিযুক্তিৰ উদ্দেশ্য কি আছিল ?

Ans: For the reconstruction and revision of secondary education.

উত্তৰঃ মাধ্যমিক শিক্ষাৰ পুনৰ্গঠন আৰু পুনৰীক্ষণৰ বাবে।


HS 2nd Year Education Chapter 1 Common Short Question Answer for AHSEC 2024

Q20. When was the report of the Mudaliar Commission presented ?
মুদলিয়াৰ আয়োগৰ প্ৰতিবেদন কেতিয়া দাখিল কৰা হৈছিল ?

Ans: 29 August 1953.

উত্তৰঃ ২৯ আগষ্ট ১৯৫৩।


Q21. Which commission suggested two years of higher secondary education ?
কোনখন আয়োগে দুবছৰ উচ্চতৰ মাধ্যমিক শিক্ষাৰ পৰামৰ্শ দিছিল ?

Ans: Kothari Commission suggested two years of higher secondary education.

উত্তৰঃ কোথাৰী আয়োগে দুবছৰ উচ্চতৰ মাধ্যমিক শিক্ষাৰ পৰামৰ্শ দিছিল।



Q22. Write the full form of U.G.C
U.G.C. r সম্পূর্ণ ৰূপটো লিখা।

উত্তৰঃ University Grants Commission.


Q23. Write the full form of A.I.C.T.E
A.I. C.T.E. ৰ সম্পূৰ্ণ ৰূপটো কি ?

উত্তৰঃ All India Council For Technical Education.


Q24. Write the full form of I.C.A.R
I.C.A.R ৰ সম্পূৰ্ণ ৰূপটো কি ?

উত্তৰঃ Indian Council of Agricultural Research.


Q25. Write the full form of N.C.E.R.T.
N.C.E.R.T. ৰ সম্পূৰ্ণ ৰূপটো কি ?

উত্তৰঃ National Council of Educational Research and training. 


Q26. Write the full form of E.C.C.E.
E.C.C.E. ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ Early childhood care and education.


PHYSICS MODEL PAPER SET 1 PDF


BIOLOGY MODEL PAPER PDF


CHEMISTRY MODEL PAPER PDF


Also Read




 







No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.