22 Aug 2022

Class 12 Assamese Question Paper 2020

Class 12 Assamese Question Paper 2020 

Class 12 Assamese Question Paper 2020


Class 12 Assamese Question Paper 2020: Assamese 2020 AHSEC Questions Paper, Board Questions Paper are a good source for preparation for Board Exam. Here you can avail Class 12 Assamese Question Paper 2020.



AHSEC Question Papers – Assam Class 12th Previous Question Papers

Students who are studying in class 12 must be looking for Previous Question Papers/model question paper/sample question paper. Practicing question papers is a good source for exam preparation.


In this article you can find a sample question paper for upcoming AHSEC 2023 board exam according to new question pattern and new marking style. 



HS 2nd Year Question Paper 2020 AHSEC 


2020


ASSAMESE


(MODERN INDIAN LANGUAGE)


(NEW COURSE)


Full Marks: 100


Pass Marks: 30


Time: Three hours


The figures in the margin indicate full marks for the questions.


Q. No. 1 carries 1 mark each 1x7 = 7


Q. No. 2 carries 2 marks each 2x7 = 14


Q. No. 3 carries 4 marks each 4×1= 4


Q. No. 4 carries 5 marks each 5x2 = 10


Q. No. 5 carries 1 mark each 1x5 = 5


Q. No. 6 carries 2 marks each 2x5 = 10


Q. No. 7 carries 4 marks each 4x1= 4


Q. No. 8 carries 3 marks each 3×2 = 6


Q. No. 9 carries 1 mark each 1x2 = 2


Q. No. 10 carries 2 marks each 2×2 = 4


Q. No. 11 carries 4 marks each 4×1 = 4


Q. No. 12 carries 3 marks each 3×2 = 6


Q. No. 13 carries 1 mark each 1x6 = 6


Q. No. 14 carries 2 marks each 2×4 = 8


Q. No. 15 carries 10 marks each 10×1 = 10


Total =100



HS 2nd Year Final Exam Question Paper Assamese 2020

১ । তলৰ যিকোনো সাতোটা প্ৰশ্নৰ কেৱল উত্তৰ লিখা: ১×৭=৭

(ক) Comedy of Errors'- ৰ অসমীয়া ভাঙনি 'ভ্ৰমৰংগ' কোন চনত প্ৰকাশ পাইছিল ?


(খ) কথা-কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি ?


(গ) 'এনক আৰ্ডেন'ৰ অনুবাদকগৰাকীৰ নাম লিখা ।


(ঘ) আনন্দৰাম বৰুৱাই ল'ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি ? 


(ঙ) কোন দেশৰ প্ৰাচীন নৃপতিসকলক 'গজজ' খিতাপেৰে বিভূষিত কৰা হৈছিল ?


(চ) সংযতভাৱে জীবন যাপন কৰি প্ৰাপ্তিতো নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হয় ?


(ছ) শীলভদ্ৰৰ প্ৰথম গল্প সংকলনটিৰ নাম কি ?


(জ) ভূপেন হাজৰিকাই 'প্রতিধ্বনি' ছবিখন কোন জনগোষ্ঠীৰ লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল ?


(ঝ) 'উপকল্প' শব্দটোৰ অৰ্থ লিখা।



২। তলৰ যিকোনো সাতোটা প্ৰশ্নৰ কেৱল উত্তৰ লিখা : ২×৭=১৪


(ক) “যথা নিযুক্তোহস্মি তথা কৰোমি।” ----- পদটিৰ অৰ্থ লিখা ।


(খ) কথা-কবিতাৰ দুটা বৈশিষ্ট্য লিখা ।


(গ) 'তোমাৰে আনন্দ বৰুৱাই ...' বুলি কোনটো কবিতাত কোনে আনন্দৰাম বৰুৱাৰ প্ৰশক্তি গাইছে ?


(ঘ) “বিদ্যা লাভৰ চৰম প্ৰাপ্য বা অর্জনীয় বিষয়ো এই দুটাই।” - প্রাপ্যলৈ আঙুলিয়াইছে ?


(ঙ) বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা আৰু মধুৰতা কমি যোৱাৰ মূল কাৰণ কি ?


(চ) কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি ? পৰিচালকগৰাকীৰ নাম লিখা।


(ছ) বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান কি কি ?


(জ) পদার্থ কণা-ত্বক কাক বোলে ?


(ঝ) ‘মুকুতা' আৰু ‘জাংফাই জোনাক' ছবি দুখনৰ পৰিচালক দুগৰাগীৰ নাম লিখা ।




৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা : (যিকোনো এছোৱা) ৪×১=৪


(ক) “কালৰ পীড়নত আজিৰ অসম জীৰ্ণ-শীৰ্ণ-দীর্ণ।”


(খ) ... অসমীয়া চিনেমাই এতিয়াও আন্তর্জাতিক প্রেক্ষাপটত সবল খোজ দিব পৰা নাই।” 


(গ) আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান।




৪ । যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা : ৫×২=১০


(ক) 'মগনিয়াৰ' পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত লিখা।


(খ) জীৱন আৰু কৰ্মৰ দ্বাৰা আনন্দৰাম বৰুৱাই কেনেকৈ প্ৰাচ্য আৰু পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল চমুকৈ লিখা।


(গ) উপনিষদৰ কৰ্ম যোগৰ নিৰ্দেশত কি তত্ত্ব নিহিত হৈ আছে পাঠৰ আধাৰত চমুকৈ লিখা।


(ঘ) 'চিঠি' গল্পটিৰ নামকৰন সাৰ্থকতা বিচাৰ কৰা ।




৫ । তলৰ যিকোনো পাঁচটা প্ৰশ্নৰ কেৱল উত্তৰ লিখা: ৫×১=৫


(ক) মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল ?


(খ) তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কোনগৰাকী কবি 'জোনাকী' কাকতৰ স'তে জড়িত নাছিল ?


(গ) 'বিশ্বদীপা' শীর্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক কোন ?


(ঘ) জ্যোতিপ্ৰসাদ আগৰৱালাই 'ইন্দ্ৰমালতী' কথাছবিখন কোন চনত নিৰ্মাণ কৰিছিল ?


(ঙ) 'কাঠমিস্ত্ৰীৰ ঘৰ' কবিতাটি প্রথম ক'ত প্ৰকাশ হৈছিল ?


(চ) 'পছোৱা' আলোচনীখনৰ সম্পাদকগৰাকীৰ নাম লিখা ।


(ছ) নৱকান্ত বৰুৱাৰ 'ৰত্নাকৰ' এখন উপন্যাস–কথাষাৰ শুদ্ধনে ?



৬। তলৰ যিকোনো পাঁচোটা প্ৰশ্নৰ উত্তৰ লিখা : ২×৫=১০


(ক) মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি ?


(খ) নলিনীবালা দেৱীৰ কোন দুখন কাব্যগ্ৰন্থৰ ভালেমান কবিতাত স্বদেশপ্ৰেমৰ সুৰ প্ৰবাহিত হৈছে ?


(গ) 'ষোড়শোপচাৰ' কি বুজাই লিখা।


(ঘ) কাঠ খুলিবলৈ আৰু মিহিকৈ চুঁচিবলৈ কাঠমিস্ত্রীয়ে কি কি বিশেষ সঁজুলি ব্যৱহাৰ কৰে ?


(ঙ) 'আঘোণৰ কুঁৱলী' কবিতাটিত কবিয়ে সেউতীক উদ্দেশ্যি বৌদেউক বন্ধনীত সোধা কাব্যপংক্তিটো কি আছিল ?


(চ) নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখাঁ।


(ছ) অর্থ লিখা : ভূষণ, যদিস্যাে



৭ । প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা (যিকোনো এফাকি) ৪×১=৪


(ক) উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল।

      কমল নয়ন, বুলি ঘনে ঘন, যশোৱা ডাকিতে লৈল।


(খ) আজি জনতাৰ পঙ্কজ ৰূপ 

                   জাগে পদুমৰ দৰে, 

    বোকাত জনমা মানুহে আজি 

            আলোকলে' উঠি আহে 

                  বেলিমুৱা হৈ হাঁহে।।


(গ) ম‍ই নাহে মই নাহো

      পৃথিবী, তোমাক ভাল পাই গ'লোঁ 

       তথাপিও মই নাহোঁ।




৮ । তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা : ৩×২=৬


(ক) সত্ত্বঃ, ৰজঃ আৰু তমঃ গুণে মানৱ জীৱনলৈ কি কঢ়িয়াই আনে ?


(খ) লোৱা অধিকাৰ নিজ বাহুবলে” – কবিয়ে সমাজৰ কোন কোন শ্ৰেণীৰ লোকক নিজে কৰা কৰ্মৰ অধিকাৰ ল'বলৈ আহ্বান জনাইছে ?


(গ) ‘বিশ্বখনিকৰ কবিতাত কবিয়ে 'কুঁহি-গজালি' বুলি কোন গছৰ নাম বন্ধনীত উল্লেখ কৰিছে ?


(ঘ) নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা । 




৯ । তলৰ যিকোনো দুটা প্ৰশ্নৰ কেৱল উত্তৰ: ১×২=২


(ক) নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি- কাঠী কি ? 


(খ) কৈশোৰ কালে কোন দুখন জগত সংযোগ কৰে ?


(গ) 'জীৱনৰ শাস্তি পৰ্ব' শীৰ্ষক প্ৰবন্ধটোৰ ৰচক কোন ?


(ঘ) 'প্ৰতীতি' শব্দৰ অৰ্থ লিখা । 



১০। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা: ২×২=৪


(ক) ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক কেনে ধৰণৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে ?


(খ) সহজ অর্থত মূল্যবোধ মানে কি ?


(গ) মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্ৰাথমিক আৰু মৌলিক বিষয় কি কি ?


(খ) মানসিক শক্তি মানে কি ?



১১। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিবা : ৪×১=৪


(ক) ভাৰতীয় দৰ্শনত 'মূল্যবোধ' সম্পর্কে চমুকৈ লিখা ।


(খ) “কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিচিতিৰ সংঘাত।”

- ব্যাখ্যা কৰা।



১২। চমুকৈ লিখাঁ : (যিকোনো দুটা ) ৩×২=৬


(ক) বিভক্তিৰ সংজ্ঞা আৰু প্ৰকাৰ


(খ) অসমীয়া শব্দবিভক্তি


(গ) প্রত্যয়ৰ সংজ্ঞা আৰু ইয়াৰ শ্ৰেণীবিভাগ


(ঘ) তদ্ধিত প্রত্যয় : সংজ্ঞা আৰু উদাহৰণ



১৩। তলৰ যিকোনো ছটা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্রত্যয় যোগ হৈছে লিখা : ১x৬=৬


ৰণুৱা, জিৰণীয়া, মগনিয়াৰ, উজনি, পতিয়ন, বেগাই, সাধুতা, গাঁৱলীয়া, খেতি ।


১৪। তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য-ৰচনা কৰা (যিকোনো চাৰিটা): ৪×২=৮


ঢৌতে খৰ মৰা, কাণ বাগৰা, গোৰ মাৰি গংগাত পেলোৱা, শালৰ মাজত শিঙি, চকুৰ মণি, পেটে-ভাতে খা, নাদৰ ভেকুলী, সোণৰ সোলেং।



১৫। তলৰ যিকোনো এটি বিষয় লৈ এখন ৰচনা লিখা : ১০


(ক) অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ 


(আৰম্ভণি – প্রাকৃতিক সম্পদ মানে কি? অসমৰ প্ৰাকৃতিক সম্পদৰ শ্ৰেণীবিভাগ -- প্রাকৃতিক সম্পদ ৰক্ষণা-বেক্ষণৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপ -- সামৰণি।)


(খ) একবিংশ শতিকাত প্রকাশিত তুমি ভালপোৱা এখন গ্ৰন্থ 


(আৰম্ভণি গ্ৰন্থ আৰু গ্ৰন্থকাৰৰ পৰিচয় -- পঢ়ি ভালপোৱাৰ কাৰণ -- বিষয়বস্তুৰ আলোচনা  -- সামৰণি।) 


(গ) পৰ্যটন আৰু অসম


(আৰম্ভণি পৰ্যটন কি — পৰ্যটনৰ শ্ৰেণীবিভাগ – অসমত পৰ্যটনৰ ক্ষেত্ৰত দেখা পোৱা সমস্যা -- পৰ্যটকৰ আকৰ্ষণৰ বাবে কৰণীয় দিশ -- উদ্যোগ হিচাপে পর্যটন -- সামৰণি।) 



(ঘ) গোলকীয় উষ্ণতা বৃদ্ধি : কাৰণ আৰু প্ৰতিকাৰ 


(আৰম্ভণি – গোলকীয় উষ্ণতা কি ? - উষ্ণতা বৃদ্ধিৰ মূল কাৰণসমূহ -- ভয়াবহতা -- প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত ব্যক্তি আৰু সমাজৰ দায়িত্ব -- সামৰণি।)



(ঙ) জৈব বৈচিত্র্য আৰু সাম্প্ৰতিক সময়


(আৰম্ভণি জৈব বৈচিত্র্য আৰু মানৱ সমাজ - জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰয়োজনীয়তা - জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ উপায় – জৈৱ বৈচিত্ৰ্য ৰক্ষাত আমাৰ কৰণীয় – সামৰণি।)



Class 12 Assamese question paper 2020 PDF

Students who are preparing for the upcoming Higher Secondary Final Examination, are able to download all the available question papers of the previous year of Assam Higher Secondary Education Council.



FAQ

Q. How do I download AHSEC question paper ?

Ans: Inorder to download AHSEC question paper, you are advised to visit www.edunation19.in. Here you can easily find all Board Questions Papers. 


You just need to scroll down the webpage and click on the Board Paper tab. Click on that paper's link which you want to download. After clicking on a link, the file will start downloading to your device. Open the downloaded PDF file with a valid PDF reader. If you need you can also print that downloaded PDF.


Assamese 

AHSEC 2019

No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.