3 Jun 2023

Class 10 Social Science Chapter 1 MCQ Assamese Medium

Class 10 Social Science Chapter 1 MCQ Assamese Medium

Class 10 Social Science Chapter 1 MCQ Assamese Medium


Class 10 Social Science Chapter 1 MCQ Assamese Medium: Class 10 Social Science Chapter 1 (বংগ বিভাজন আৰু স্বদেশী আন্দোলন). Here you can avial Class 10 Social Science Chapter 1 MCQ Assamese Medium. 




Class 10 Social Science Chapter 1 Important MCQ with Answer 


১। বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন ? 


(ক) অমৰ নাথ।


(খ) গিৰীশ কুমাৰ।


(গ) অমৃত প্রভা।


(ঘ) অম্বিকাগিৰি ৰায় চৌধুৰী।


উত্তৰঃ (ঘ) অম্বিকাগিৰি ৰায় চৌধুৰী।




২। কোন চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল ?


(ক) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত


(খ) ১৯০৫ খ্ৰীষ্টাব্দৰ ১০ অক্টোবৰত


(গ) ১৯০০ খ্ৰীষ্টাব্দৰ ১১ অক্টোবৰত


(ঘ) ১৯০৪ চনত ১৫ অক্টোবৰত


উত্তৰঃ (ক) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত




৩। কত ‘পূর্ব বংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল ? 


(ক) শ্বিলঙত।


(খ) পাকিস্তানত।


(গ) বংগদেশত।


(ঘ) ঢাকাত।


উত্তৰঃ (ঘ) ঢাকাত।




৪। কোনজন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল ? 


(ক) লর্ড মিন্টো।


(গ) লর্ড নেথানিয়েল কার্জন।


(খ) লর্ড হামিল্টন।


(ঘ) লর্ড ৰিপণ।


উত্তৰঃ (গ) লৰ্ড নেথানিয়েল কার্জন।




৫। ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয় ? 


(ক) দিল্লীক।


(খ) বাংলাদেশক।


(গ) বংগদেশক।


(ঘ) ঢাকাক।


উত্তৰঃ (গ) বংগদেশক।



৬। ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল ? 


(ক) অমৃতলাল।


(খ) ভূপেন্দ্রনাথ দত্ত।


(গ) অৰবিন্দ ঘোষ।


(ঘ) মহিৰাম বসু।


উত্তৰঃ (খ) ভূপেন্দ্ৰনাথ দত্ত।




৭। “ডি ডন” পত্ৰিকাৰ সম্পাদক কোন আছিল ?


(ক) চাৰু দাস বন্দোপাধ্যায়


(খ) সতীশচন্দ্র মুখোপাধ্যায়


(গ) ৰবীন্দ্ৰনাথ ঠাকুৰ


(ঘ) আব্দুল ৰছুল


উত্তৰঃ (খ) সতীশচন্দ্ৰ মুখোপাধ্যায়




৮। বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল ? 


(ক) ১৯১০ খ্ৰীষ্টাব্দৰ ২২ ডিচেম্বৰত।


(খ) ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰত।


(গ) ১৯১২ খ্ৰীষ্টাব্দৰ ২ ডিচেম্বৰত।


(ঘ) ১৯১৩ খ্ৰীষ্টাব্দৰ ২২ ডিচেম্বৰত।


উত্তৰঃ (খ) ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰত।




৯। বংগদেশত জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন হৈছিল ?


(ক) ১৯০২ চনৰ ৫ আগষ্ট।


(খ) ১৯০৩ চনৰ ২৬ আগষ্ট।


(গ) ১৯০৪ চনৰ ১৫ আগষ্ট।


(ঘ) ১৯০৬ চনৰ ১১ মাৰ্চত।


উত্তৰঃ (ঘ) ১৯০৬ চনৰ ১১ মাৰ্চত।




Class 10 Social Science Chapter 1 Question Answer in Assamese Medium


১০। ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন  ?


(ক) আচার্য প্রফুল্ল ৰায়।


(খ) অমৃতলাল বসু।


(গ) গিৰীশ ঘোষ।


(ঘ) খীৰোদ প্ৰসাদ।


উত্তৰঃ (ক) আচার্য প্রফুল্ল ৰায়।




১১। ‘বংগলক্ষী কটন মিল’ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন ? 


(ক) অম্বিকাগিৰী ৰায় চৌধুৰী।


(খ) নীলৰতন চৰকাৰ।


(গ) ভূপেন্দ্রনাথ।


(ঘ) লর্ড মিন্টো।


উত্তৰঃ (খ) নীল ৰতন চৰকাৰ৷




১২। অসম নামৰ প্ৰদেশখন কেতিয়া গঠন হৈছিল ?


(ক) ১৮৭৪ খ্রীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।


(খ) ১৮৮৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।


(গ) ১৮৮৫ খ্রীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।


(ঘ) ১৮৮৭ খ্রীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।


উত্তৰঃ (ক) ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।




১৩। স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত প্ৰকাশ হৈ আছিল ?


(ক) অৰুণোদয়


(খ) যুগান্তৰ


(গ) বন্দিনী ভাৰত


(ঘ) ওপৰৰ এটাও নহয


উত্তৰঃ (খ) যুগান্তৰ




১৪। ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তারিত “পূব বংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ জনসংখ্যা হ’ল-


(ক) ৫ কোটি ১০ লাখ।


(খ) ৪ কোটি ১০ লাখ।


(গ) ৩ কোটি ১০ লাখ।


(ঘ) ৬ কোটি ১০ লাখ।


উত্তৰঃ (গ) ৩ কোটি ১০ লাখ।




১৫। ‘বন্দে মাতৰম’ সংবাদপত্ৰৰ সম্পাদক কোন ? 


(ক) সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়।


(খ) বংকিমচন্দ্র চট্টোপাধ্যায়।


(গ) ৰবীন্দ্ৰনাথ ঠাকুৰ।


(ঘ) ঋষি অৰবিন্দ ঘোষ।


উত্তৰঃ (ঘ) ঋষি অৰবিন্দ ঘোষ।




১৬। কাৰ নেতৃত্বত ‘ছাত্র সংসদ’ গঠন হৈছিল ? 


(ক) ৰবীন্দ্ৰ নাথ ঠাকুৰ।


(খ) অমৃত লাল বসু।


(গ) অমৰেন্দ্ৰ নাথ।


(ঘ) সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়।


উত্তৰঃ (ঘ) সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়।




১৭। স্বদেশী আন্দোলনৰ সময়ত ৰচিত প্রমথনাথ ৰায় চৌধুৰীৰ গ্ৰন্থখন হ’ল


(ক) জয় সংগীত।


(খ) জাপানী বীচ।


(গ) কেশৰী।


(ঘ) যুগান্তৰ।


উত্তৰঃ (ক) জয় সংগীত।




১৮। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা গীতৰ সংখ্যা কিমানটা ? 


(ক) ৩৩ টা।


(খ) ১৮ টা।


(গ) ২৩ টা।


(ঘ) ২২ টা।


উত্তৰঃ (গ) ২৩ টা।




১৯। মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী হ’ল—


(ক) মহম্মদ আলি জিন্না।


(খ) নবাব ছলিমউল্লা।


(গ) হেমপ্রভা মজুমদাৰ।


(ঘ) নবাব ইকবাল।


উত্তৰঃ (খ) নবাব ছলিমউল্লা।




Class 10 History Chapter 1 Assamese Medium Question Answer


২০। “শাসন আৰু শোষণ একে লগে চলাই যোৱা হ’ব” – কথাষাৰ কোনে কৈছিল ? 


(ক) ৰবাৰ্টচনে।


(খ) লর্ড কার্জনে।


(গ) লর্ড হেমিল্টনে।


(ঘ) ডেভিদ স্কটে।


উত্তৰঃ (খ) লর্ড কার্জনে।




২১। ১৯০৬ খ্ৰীষ্টাব্দৰ ২১ নৱেম্বৰত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ দ্বাবিংশতম অধিবেশনৰ সভাপতি আছিল - 


(ক) দাদাভাই নৌৰজী।


(খ) চৌকত আলি।


(গ) গোপাল কৃষ্ণ গোখলে।


(ঘ) লালা লাজপত ৰায়।


উত্তৰঃ (ক) দাদাভাই নৌৰজী।




২২। ভাইচৰয় লর্ড মিন্টোৰ ব্যক্তিগত সচিবজনৰ নাম কি আছিল ?


(ক) কর্ণেল ডানলপ স্মিথ


(খ) লাল-বাল-পাল


(গ) ছাৰ এ. ঠি অৰণ ডেলৰ


(ঘ) এলিজাবেথ নবোল


উত্তৰঃ (a) কর্ণেল ডানলপ স্মিথ




২৩। কিমান চনত ক্ষুদিৰাম বসুক ফাঁচি দিয়া হৈছিল ?


(ক) ১৯১১ চনত।


(খ) ১৯১০ চনত।


(গ) ১৯০৮ চনত।


(ঘ) ১৯০৯ চনত।


উত্তৰঃ (গ) ১৯০৮ চনত।




২৪। কিমান চনত বংগ বিভাজন কাৰ্যকৰী হৈছিল ? 


(ক) ১৯০৩ চনত।


(খ) ১৯০৬ চনত।


(গ) ১৯০৪ চনত।


(ঘ) ১৯০৫ চনত।


উত্তৰঃ (ঘ) ১৯০৫ চনত।




২৫। ১৯০৬ চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন হ’ল—


(ক) লর্ড মিন্টো।


(খ) লর্ড কার্জন।


(গ) লৰ্ড কৰ্ণৱালিছ।


(ঘ) লৰ্ড ৰিপণ।


উত্তৰঃ (ক) লর্ড মিন্টো।




২৬। ব্ৰিটিছ চৰকাৰে বংগ-ভংগ আঁচনি বাতিল কৰিছিল—


(ক) ১৯১১ চনৰ ২ ডিচেম্বৰত।


(খ) ১৯১১ চনৰ ১৬ ডিচেম্বৰত।


(গ) ১৯১১ চনৰ ১৮ ডিচেম্বৰত।


(ঘ) ১৯১১ চনৰ ২০ ডিচেম্বৰত।


উত্তৰঃ (ক) ১৯১১ চনৰ ২ ডিচেম্বৰত।




২৭। কাৰ কাৰ্যকালত “বংগ বিভাজন আঁচনিখন” কাৰ্যকৰী কৰা হৈছিল ?


(ক) লর্ড মাউন্ট বেটেন।


(খ) লর্ড উইলিয়াম বেণ্টিংক।


(গ) লর্ড ডেলহাউচী।


(ঘ) লর্ড কার্জন।


উত্তৰঃ (ঘ) লর্ড কার্জন।




২৮। ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল ? 


(ক) ২৬ জানুৱাৰী।


(খ) ১৬ অক্টোবৰ।


(গ) ১৫ আগষ্ট।


(ঘ) ১৪ মার্চ।


উত্তৰঃ (খ) ১৬ অক্টোবৰ।




২৯। মটক আৰু শদিয়া ৰাজ্য কেতিয়া ইংৰাজৰ অধীনস্থ হয় ?


(ক) ১৮৩৮ খ্রীষ্টাব্দত


(খ) ১৮৩৯ খ্ৰীষ্টাব্দত


(গ) ১৮৪০ খ্রীষ্টাব্দত


(ঘ) ১৮৪১ খ্রীষ্টাব্দত


উত্তৰঃ (খ) ১৮৩৯ খ্ৰীষ্টাব্দত




৩০। পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল ?


(ক) কলকতা


(খ) পূর্ব বংগ


(গ) ঢাকা


(ঘ) কাছাৰ


উত্তৰঃ (গ) ঢাকা


1.  ব্রিটিছ ভাইচৰয় লর্ড কার্জনে বংগদেশক দুভাগত ভাগ কৰা দিনটো আছিল-
     (ক) ১৯২১ চনৰ ১৫ আগষ্ট           (খ) ১৯০৫ চনৰ ১৬ অক্টোবৰ
     (গ) ১৯০৫ চনৰ ২০ জুলাই            (ঘ) ১৯০৯ চনৰ ২৬ জানুৱাৰী
উত্তৰঃ ১৯০৫ চনৰ ১৬ অক্টোবৰ।


2. ৰামকৃষ্ণ মিছনৰ প্রতিষ্ঠাতা আছিল- (HSLC 2010)
     (ক) স্বামী দয়ানন্দ সৰস্বতী            (খ) স্বামী বিবেকানন্দ
     (গ) ৰাজা ৰামমোহন ৰায়               (ঘ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
উত্তৰঃ স্বামী বিবেকানন্দ


3. নৱগঠিত প্রদেশ পূর্ববংগ আৰু অসমৰ মুঠ জনসংখ্যা আছিল-
    (ক) ৭১ নিযুত                               (খ) ৫০ নিযুত
    (গ) ৩১ নিযুত                                (ঘ) ২৬ নিযুত
উত্তৰঃ ৩১ নিযুত।


4. কলিকতা টাউন হলত বিশাল জনসভা অনুষ্ঠিত কৰি বংগ ভংগবিৰোধী আন্দোলনৰ সূচনা কৰা দিনটো আছিল-
    (ক) ১৮৯৭ চনৰ ৩১ জুলাই                  (খ) ১৯০৫ চনৰ ৭ আগষ্ট
    (গ) ১৯১৭ চনৰ ৫ অক্টোবৰ                 (ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ ১৯০৫ চনৰ ৭ আগষ্ট।


5. 'বংগলক্ষ্মী কটন মিল' গঢ়ি উঠিছিল-
    (ক) গুৱাহাটীত                                  (খ) শিলিগুৰিত
    (গ) পাটনাত                                       (ঘ) কলিকতাত
উত্তৰঃ কলিকতাত।


6. কাৰ কাৰ্যকালত 'বংগ বিভাজন আঁচনিখন' কাৰ্যকৰী কৰা হৈছিল ? (HSLC 2014, 17)
    (a) লর্ড কার্জন                              (b) লর্ড উইলিয়াম বেন্টিংক
    (c) লর্ড ডেলহাউচী                        (d) লর্ড মাউন্টবেটেন
উত্তৰঃ লর্ড কার্জন


7.  'বেংগল কেমিকেলছ' স্থাপন কৰা ব্যক্তিজন আছিল-
     (ক) আচার্য প্রফুল্ল চন্দ্র বায়                     (খ) বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰ
     (গ) সুৰেন্দ্ৰনাথ বেনার্জী                           (ঘ) অৰবিন্দ ঘোষ
উত্তৰঃ আচার্য প্রফুল্ল চন্দ্ৰ ৰায়।


8. ১৯০৬ চনৰ ১১ মাৰ্চত 'জাতীয় শিক্ষা পৰিষদ' গঠন হৈছিল-
     (ক) দিল্লীত                              (খ) বোম্বাইত
     (গ) মাদ্রাজত                           (ঘ) কলিকতাত
উত্তৰঃ কলিকতাত।


9. ১৯০৫ চনত বেনাৰসত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত সভাপতিত্ব কৰিছিল-
    (ক) মহাত্মা গান্ধীয়ে                  (খ) জৱাহৰলাল নেহৰুৱে
    (গ) বাল গঙ্গাধৰ তিলকে           (ঘ) গোপাল কৃষ্ণ গোখলেই
উত্তৰঃ গোপাল কৃষ্ণ গোখলেই।


10. ১৯০৪ চনৰ ডিচেম্বৰ মাহত দেশান্তৰিত কৰা এজন আগ শাৰীৰ নেতা আছিল
      (ক) মতিলাল নেহৰু                         (খ) ৰবীন্দ্ৰ নাথ ঠাকুৰ
      (গ) লালা লাজপত ৰায়                    (ঘ) কৃষ্ণ কুমাৰ মিত্ৰ 
উত্তৰঃ কৃষ্ণ কুমাৰ মিত্ৰ 


11. ১৯০৬ চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্রশাসক জন কোন আছিল ? (HSLC 2015, 17)
      (ক) লর্ড কার্জন                            (খ) লর্ড মিন্টো
      (গ) লর্ড ৰিপণ                              (ঘ) লর্ড কর্ণওৱালিছ
উত্তৰঃ লর্ড মিন্টো


12. বাল গঙ্গাধৰ তিলক আছিল-
      (ক) মহাৰাষ্ট্ৰৰ                      (খ) পঞ্জাবৰ
      (গ) বিহাৰৰ                         (ঘ) অসমৰ
উত্তৰঃ মহাৰাষ্ট্ৰৰ।


13. ক্ষুদিৰাম বসুক ফাঁচী দিছিল-
     (ক) ১৯০২ চনত                    (খ) ১৯০৫ চনত
     (গ) ১৯০৮ চনত                     (ঘ) ১৯১২ চনত
উত্তৰঃ ১৯০৮ চনত।


14.  'সৰ্বভাৰতীয় মুছলিম লীগ'-ৰ জন্ম হৈছিল-
      (ক) ১৮৯৭ চনত                  (খ) ১৯০৬ চনত
      (গ) ১৯২১ চনত                   (ঘ) ১৯৪২ চনত
উত্তৰঃ ১৯০৬ চনত।


15. বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক-
      (ক) অমৰ নাথ                             (খ) গিৰীশ কুমাৰ
      (গ) অমৃত প্রভা                            (ঘ) অম্বিকাগিৰি ৰায় চৌধুৰী
উত্তৰঃ অম্বিকাগিৰি ৰায় চৌধুৰী।



১।  'বন্দে মাতৰম' গীতটো কোনে ৰচনা কৰিছিল ?  (HSLC 2011, 14) 
উত্তৰঃ বন্দে মাতৰম' গীতটোৰ ৰচক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ।

২। কোনজন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল ?
উত্তৰঃ ভাইচৰয় লর্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল।

৩। ভাইচৰয় লর্ড নেথানিয়েল কার্জনে কেতিয়াৰ পৰা কেতিয়ালৈকে শাসন কৰিছিল ?
উত্তৰঃ ভাইচৰয় লর্ড নেথানিয়েল কার্জনে ১৮৯৯ চনৰ পৰা ১৯০৫ চনলৈকে শাসন কৰিছিল।

৪। চিপাহী বিদ্রোহ কেতিয়া হৈছিল ?
উত্তৰঃ চিপাহী বিদ্রোহ ১৮৫৭ চনত হৈছিল।

৫। ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ প্ৰথমটো উল্লেখনীয়া ঘটনা কি ?
উত্তৰঃ ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ প্ৰথমটো উল্লেখনীয়া ঘটনা হ'ল- ১৮৫৭ চনৰ চিপাহী বিদ্রোহ।

৬। ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয়া ঘটনা কি ?
উত্তৰঃ ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয়া ঘটনা হ'ল ১৯০৫ চনৰ বংগ বিভাজন।

৭। বংগ ভংগৰ জৰিয়তে সৃষ্টি হোৱা প্রদেশ দুখনৰ নাম কি কি ? 
উত্তৰঃ বংগ ভংগৰ জৰিয়তে সৃষ্টি হোৱা প্রদেশ দুখনৰ নাম হ'ল-
            (ক) পূর্ব বংগ আৰু অসম প্রদেশ, (খ) বংগ প্রদেশ

৮। ব্রিটিছ শাসনৰ বিৰুদ্ধে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্রিয় তথা জাতীয়তাবাদী সংগ্রাম বুলি কোনটো আন্দোলনক কোরা হয় ?
উত্তৰঃ ব্রিটিছ শাসনৰ বিৰুদ্ধে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্রিয় তথা জাতীয়তাবাদী সংগ্রাম হ'ল- বংগ ভংগবিৰোধী আন্দোলন।

৯। স্বদেশী আন্দোলনৰ জন্ম ক'ত হৈছিল ?
উত্তৰঃ স্বদেশী আন্দোলনৰ জন্ম হৈছিল অবিভক্ত বংগদেশত।

১০। কোন চনত ইংলেণ্ডৰ চৰকাৰে 'নিয়ন্ত্রণকাৰী আইন' (Regulating Act) প্ৰৱর্তন কৰে ?
উত্তৰঃ ১৭৭৩ চনত ইংলেণ্ডৰ চৰকাৰে 'নিয়ন্ত্রণকাৰী আইন' (Regulating Act) প্রবর্তন কৰে।

১১। ৰেগুলেটিং এক্টৰ জৰিয়তে বংগ প্রেচিডেন্সিৰ গৱর্ণৰ পদটো কি পদলৈ উন্নীত কৰা হৈছিল ?
উত্তৰঃ ৰেগুলেটিং এক্টৰ জৰিয়তে বংগ প্রেচিডেন্সিৰ গৱর্ণৰ পদটো 'গৱর্ণৰ জেনেৰেল' পদলৈ উন্নীত কৰা হৈছিল।

১২। ৰেগুলেটিং এক্টৰ প্ৰৱৰ্তনৰ জৰিয়তে মুম্বাই আৰু মাদ্রাজৰ গৱর্ণৰ দুগৰাকীক কাৰ তলতীয়া কৰা হৈছিল ?
উত্তৰঃ ৰেগুলেটিং এক্টৰ প্ৰৱৰ্তনৰ জৰিয়তে মুম্বাই আৰু মাদ্রাজৰ গৱর্ণৰ দুগৰাকীক ফ'র্ট ৱিলিয়ামৰ গৱর্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল।

১৩। বংগ বিভাজনৰ বিষয়টোৱে কেতিয়াৰ পৰা ব্রিটিছ প্রশাসকসকলৰ মনত ঠাই পাইছিল ? 
উত্তৰঃ চিপাহী বিদ্রোহৰ পাছৰ পৰা বংগ বিভাজনৰ বিষয়টোৱে ব্রিটিছ প্রশাসকসকলৰ মনত ঠাই পাইছিল।

১৪। 'অসম' নামৰ প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল ?
উত্তৰঃ 'অসম' নামৰ প্ৰদেশখন ১৮৭৪ চনৰ ৭ ফেব্রুৱাৰিত গঠন কৰা হৈছিল।

১৫। বংগ বিভাজনৰ প্রথম পদক্ষেপ বুলি কোনটো পদক্ষেপক কোৱা হয় ?
উত্তৰঃ ১৮৭৪ চনৰ ৭ ফেব্রুৱাৰিত 'অসম' নামৰ প্ৰদেশখন গঠন কৰা ঘটনাটোকেই বংগ বিভাজনৰ প্ৰথম পদক্ষেপ কোৱা হয়।

১৬। কোনকেইটা এলেকা সংলগ্ন কৰি ১৮৪৭ চনত 'অসম' নামৰ প্ৰদেশখন গঠন কৰা হৈছিল ?
উত্তৰঃ ব্রহ্মপুত্র উপত্যকাৰ ছখন জিলাৰ সৈতে খাছীয়া-জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্রীহট্টক সংলগ্ন কৰি ১৮৪৭ চনত 'অসম' নামৰ প্রদেশখন গঠন কৰা হৈছিল।

১৭। ১৮৪৭ চনত গঠিত 'অসম' প্রদেশত ব্রহ্মপুত্র উপত্যকাৰ কোনকেইখন জিলা সংলগ্ন কৰা হৈছিল ? 
উত্তৰঃ ১৮৪৭ চনত গঠিত 'অসম' প্রদেশত ব্রহ্মপুত্র উপত্যকাৰ ছখন জিলা, ক্রমে গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ আৰু লক্ষীমপুৰক সংলগ্ন কৰা হৈছিল।

১৮। ১৮৪৭ চনত গঠিত 'অসম' প্রদেশৰ সৰ্বমুঠ মাটিকালি কিমান আছিল ?
উত্তৰঃ ১৮৪৭ চনত গঠিত 'অসম' প্রদেশৰ সর্বমুঠ মাটিকালি আছিল ৫৪,১০০ বর্গমাইল।

১৯। কৃষ্ণকুমাৰ মিত্রই সম্পাদনা কৰা পত্রিকাখনৰ নাম কি আছিল ?
উত্তৰঃ কৃষ্ণকুমাৰ মিত্রই সম্পাদনা কৰা পত্রিকাখনৰ নাম আছিল- 'সঞ্জীবনী'।

২০। য়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ? 
উত্তৰঃ য়াণ্ডাবু সন্ধি ১৮২৬ চনত হৈছিল ।






Important MCQ for HSLC 2024

A Letter to God MCQ 

A Tiger in the zoo MCQ 

The Midnight Visitor MCQ 

A Question of Trust MCQ 

Animals MCQ 

A Letter to God VSA for HSLC 2024

Long Walk to Freedom VSA for HSLC 2024

A Tiger in the Zoo VSA for HSLC 2024

The Tale of Custard the Dragon VSA for HSLC 204


The Midnight Visitor Important VSA

A Letter to God Important Questions Answers 

Long Walk to Freedom Important Questions Answers

The Midnight Visitor Important Questions Answers

The Hack Driver Important Questions Answers


                

First Flight Solutions
• Dust of Snow
• Fire and Ice
• Long Walk to Freedom
• A Tiger in the Zoo
• Two Stories about Flying
• How to tell wild Animals
• The Ball Poem
• From the Diary of Anne Frank
• Amanda
• Animals
• Coorg
• Tea from Assam
• The Trees








No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.