22 Dec 2022

Model Question Paper Assamese HS 2nd Year

Model Question Paper Assamese HS 2nd Year

Model Question Paper Assamese HS 2nd Year


Model Question Paper Assamese HS 2nd Year: Assam Higher Secondary Education Council (AHSEC) is the main state level Higher Secondary Education Council of Assam. In this article you can avail Model Question Paper Assamese HS 2nd Year AHSEC 2024.



Model Question Paper Assamese MIL Class 12 AHSEC 2024

AHSEC, Assam conducts HS Final Examination for students studying in 12th standard every year. Higher Secondary Final Examination is conducted for four types of streams i.e. Arts, Commerce, Science and Vocational. 

There are many subjects in each of these streams. For better results, we recommend all students check all these question papers of the previous year at least once. These old papers will help the students to determine the pattern of this exam.



HS 2nd Year MIL Assamese Model Question Answer

Assam Higher Secondary Education Council (AHSEC) Responsible for the conduct Higher Secondary Exam (HS) Public Examination 2024 for Academic Year Regular and Private Students, AHSEC has Released HS Final Exam Date Sheet 2024 Very Soon, Assam AHSEC Date Sheet 2024 is Available AHSEC official website, AHSEC HS Question Paper 2024 are one of the most important Resources for Public Exam 2024, Students Regular Practising These Latest Exam Paper especially for AHSEC Upcoming Exam is a mandate of Sorts.

We have Provided Exam Paper Analysis of Board Exam for All the Compulsory Subjects for AHSEC Maths and Science and Physics, Chemistry, Biology and Mathematics, Students must Solve These Assam 12th Sample Paper 2024 to get an idea beforehand, While Preparing for the HS Exam for AHSEC Previous Question Paper play a vital role in helping Students to Score Outstanding marks, AHSEC Previous year Question Paper 2024 will make them feel more Confident while writing the Final Board Paper.



AHSEC Model Question Paper Assamese MIL 

AHSEC HS Question Paper 2024 are one of the most important Resources for Final Exam, AHSEC Students Regular Practicing These Previous Question Paper especially for AHSEC Upcoming Examinations is a mandate of Sorts, Assam Conduct 10th class Examination in 35 Administrative Geographical units called Districts wise, AHSEC 12th Exam are held in Month of March Annually and Private and Regular Students Participate in Assam AHSEC Examination every year more than laks of students, AHSEC Exam are Conducted by Secondary Education Board of Assam Only. 




AHSEC Model Question Bank Answers AHSEC 2024


AHSEC 2024

Sub: MIL (Assamese) 

Class: H.S. 2nd Year

Full Marks: 100

Time : Three hours

১। যিকোনো সাতোটা প্ৰশ্নৰ উত্তৰ কৰিবাঃ ১×৭= ৭

(ক) মোৰ মাতৃমুখ দৰ্শন ভ্ৰমণ কাহিনীটো সৰ্বমুঠ কেইটা খণ্ডত ৰচিত ?

(খ) কটন কলেজৰ প্ৰথম গৰাকী অসমীয়া অধ্যক্ষৰ নাম লিখা।

(গ) প্রথম বড়ো কথাছবি খনৰ নাম কি ?

(ঘ) কোন গৰাকী বৰকুঁৱৰী ছত্ৰছায়াত হস্তিবিদ্যাৰ্গৰ পুথিখন ৰচিত হৈছিল?

(ঙ) ফাও কোন ?

(চ) জনবিশ্বাস মতে বসন্ত ৰোগৰ কাৰক কি ?

(ছ) খাচী ভাষাত অনুদিত প্ৰথম অসমীয়া কথাছবি খনৰ নাম কি ?

(জ) ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান কি ?

(ঝ) কৰ্ম কৰাৰ কৌশলক মদ্ভাগবত গীতাত কি বুলি কৈছে?

(ঞ) বৃন্দাবন নামৰ গল্প সংকলনটোৰ ৰচক কোন ?

(ন) অসমীয়া চিনেমাৰ জনক কোন ? 

(ঠ) ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসম সন্তান কোন ?

(ড) প্ৰথম অসমীয়া সাধুকথা ভিত্তিক কথাছবি খনৰ নাম কি ? 

(ঢ) সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া সাহিত্যিকৰ নাম লিখা।


২। যিকোনো সাতোটা প্ৰশ্নৰ উত্তৰ লি‌খাঃ ৭×২=১৪

(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাগলগা কাৰণ দুটা লিখা। 

(খ) বৈজ্ঞানিক মানসিকতা কাক বোলে ?

(গ) হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা । 

(ঘ) শীলভদ্ৰ ৰচিত দুখন গল্প সংকলনৰ নাম লিখা ।

(ঙ) চুটি গল্পৰ দুটা বৈশিষ্ট্য লিখা । 

(চ) জয়মতী কথাছবি ক'ত আৰু কেতিয়া মুক্তিলাভ কৰিছিল ?

(ছ) বৃহৎ সংহিতা আৰু যশভিলক গ্ৰন্থ দুখনৰ ৰচক কোন?

(জ) আনন্দৰাম বৰুৱাই দেশপ্রেম প্রকাশৰ মাধ্যম হিচাপে কোনযুগল শব্দ ব্যৱহাৰ কৰিছিল ?

(ঝ) কথা কবিতাৰ দুটা বৈশিষ্ট লিখা ।



৩। প্রসঙ্গ সংগতি দশহি ব্যাখ্যা কৰা (যিকোনো এচোৱা‌): ৪

(ক) "পানীমে মীন পিয়াসী

        মোক সুনত সুনত লাহে হাসি।”

(খ) “কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ।”

(গ) “ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ।”

(ঘ) “বিজ্ঞানৰ গোটেই পদ্ধতিটোতেই এই মুকলি মনতোৰ গুৰুত্ব বেছি।"



৪। যিকোনো দু‌‌ষটাঃ ৫×২=১০

(ক) মগনিয়াৰ পাঠটিত কথা কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে ?

(খ) অসমীয়া চলচিত্ৰ জগতলৈ ব্ৰজেন বৰুৱাৰ অৱদান সম্পর্কে এটি ঢোকা প্রস্তুত কৰা ।

(গ) গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ণ সমাপ্ত হোৱাৰ পিচত কি কি উপদেশ দিছিল ?

(ঘ) হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলী সম্পর্কে এটি টোকা প্রস্তুত কৰা।

(ঙ) বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কিদৰে অৰিহণা যোগাই বুজাই লিখা। 



৫। যিকোনো পাঁচোটা লি‌খাঃ ৫×১=৫

(ক) মাধৱদেৱ বিৰচিত বৰগীতৰ সংখ্যা কিমান ?

(খ) কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম লিখা 

(গ) নলিনীবালা দেৱীৰ পিতৃৰ নাম কি ? 

(ঘ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ মাতৃৰ নাম কি ?

(ঙ) প্রবুদ্ধ জনতা শব্দটোৱে কি বুজাইছে ?

(চ) নিৰ্মলপ্ৰভা বৰদলৈৰ গবেষণামূলক গ্ৰন্থ দুখনৰ নাম লিখা।

(ছ) কোনখন পুথিৰ বাবে কেশব মহন্তই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ?

(জ) প্ৰথম অসমীয়া চুফী ভাৱধাৰাৰ দ্বাৰা প্রভাবিত কবিতাটো কি ?



৬। যিকোনো পাচোটাঃ ২×৫=১০

(ক) সত্ত্বঃ ৰজঃ তমঃ গুণ কি?

(খ) মাধৱদেৱ বিৰচিত দুখন আখ্যানমূলক গ্ৰন্থৰ নাম লিখা।

(গ) জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা

(ঘ) নলিনীবালা দেৱীৰ আধ্যাত্মিক তত্বমূলক দুখন কাব্যগ্ৰন্থৰ নাম লিখা। 

(ঙ) নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা ।

(চ) পাঠ্যভূক্ত কবিতাৰ আধাৰত কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সজুলিৰ নাম লিখা।

(ছ) “কৰুণতম’ কবিতাটোত কবিৰ মাতৃস্মৃতি কিহে জাগ্ৰত কৰিছে।

(জ) নৱকান্ত বৰুৱাৰ দুখন কবিতাপুথিৰ নাম লিখা



৭। প্ৰসংগ সংগতি দেশাই ব্যাখ্যা কৰা (এছোৱা): ১×৪=৪

(ক) “সিদ্ধমুনিগনে            চিন্তিয়া নপাবে

               সো হৰি যশোদা কোলে 
 
        ত্ৰিজগতপতি             ভকতি মিলিল

               মুৰুখ মাধৱে বোলে ।।"


(খ) “উঠা মিস্ত্রি, কঁহাৰ কমাৰ 

       আন্ধাৰৰ শেষ আহিল তোমাৰ 

        লোৱা অধিকাৰ নিজ বাহুবলে 

         নিজে কৰা কৰ্মৰ, 

         কাঠ মিস্ত্রিৰ ঘন।"


(গ) “যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ 

       সেই মন্ত্রকে গালো

        জীয়াই থকাৰ ধেমালিটো মই 

        এবাৰেই খেলি গ'লোঁ।"



৮। যিকোনো দুটাঃ ৩×২=৬

(ক) আঘোণৰ কুৱলীয়ে কবিক কিদৰে আমনি কৰিছে ?

(গ) জনতাৰ আহ্বান কবিতাটোত কবিয়ে কিহৰ জয় বিচাৰিছে ?

(গ) সব পুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে ?

(ঘ) নবকান্ত বৰুৱাৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিবৰ্ত্তন হব ?



৯। যিকোনো দুটাঃ ১×২=২

(ক) মূল্যবোধৰ ত্ৰিণীতি মানে কি ?

(খ) কৈশোৰ কালক কি কাল বুলি কোৱা হয় ?

(গ) মাধ্যমিক শিক্ষাৰ জীৱনৰ আলিদোমোজা বুলি কোনে কৰিছিল।

(ঘ) মোক্ষ মানে কি



১০। যিকোনো দুটাঃ ২×২=৪

(ক) মূল্যবোধৰ অৰ্থ উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখা। 

(খ) কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰব মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা প্ৰাথমিক আৰু মৌলিক বিষয়কেইটা কি কি ? 

(গ) মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বৈশিষ্ট দুটা কি ?



১১। যিকোনো এটাঃ ১×৪=৪

(ক) নন্দনতাত্বিক মূল্যবোধ সম্পর্কে চমুকৈ লিখা ।

(খ) আধ্যাত্মিক মূল্যবোধ সম্পর্কে চমুকৈ লিখা ।


১২। যিকোনো এটাঃ ২+২+৩=৭

(ক) কৃৎপ্রত্যয় আৰু তদ্ধিত প্রত্যয় কাক বোলে দুয়োটাৰে মূল প্রার্থক্য সমূহ উদাহরণ সহ বুজাই লিখা ।

অথবা

ব্যকৰণৰ উপাদানসমূহৰ বিষয়ে আলোচনা কৰা।

অথবা

বিভক্তি কাক বোলে ? অসমীয়া ভাষাত সম্বন্ধবাচক বিশেষ্যৰ পিচত যোগ হোৱা পুৰুষবাচক বিভক্তিবোৰৰ প্ৰয়োগ দেখুওৱা ।



১৩। প্রত্যয় ভাঙি দেখুওৱা (যিকোনো পাঁচোটা) : ১×৫=৫

ধাননি, ৰসাল, ধৰুৱা, বহুৱা, উজনি খেতি, অনাঅসমীয়া, বেআইন, নামনি ।


১৪। অর্থনিতি বাক্য ৰচনা কৰা (যিকোনো চাৰিটা): ৪×২=৮

আউল লাগ, হিয়াৰ আমঠু, কপাল ফুলা, গা টঙা,  মুখ বজোৱা,  অজীর্ণ পাতকী।


১৫। ৰচনা লিখা (যিকোনো এখন) : ১০

(ক) অসমৰ কুটিৰ শিল্প আৰু ইয়াৰ ভৱিষ্যৎ।

(আৰম্ভণি, কুটিৰ শিল্পৰ বিভাগ, অসমৰ পৰম্পৰাগত কুটিৰ শিল্প, স্বাভিমান আৰু ঐতিহ্য, বিপন্নতাৰ গৰাহত অসমীয়া কুটিৰ শিল্প, কুটিৰ শিল্পৰ পুনৰুত্থান কিদৰে সম্ভৱ, সামৰণি।)


(খ) অনুশাসনহীনতা (আধুনিক সমাজৰ ব্যাধি)। 

(আৰম্ভণি, অনুশাসনহীনতাৰ কাৰণসমূহ, যুৱ উশৃংখলতা, মূল্যবোধৰ অবক্ষয় আৰু ইয়াৰ প্ৰতিকাৰৰ সাম্ভাব্য উপায়, সামৰণি।)


(গ) মানসিক উৎকৰ্ষ সাধনত সাহিত্যৰ ভূমিকা। 

(সাহিত্য কি, সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা, সামৰণি ।)



























No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.