15 Dec 2023

Udalguri District Pre Board Question Paper 2023

Udalguri District Pre Board Question Paper 2023

Udalguri District Pre Board Question Paper 2023


Udalguri District Pre Board Question Paper 2023: Students who are studying in class 10/12 must be looking for Model Question Paper/Sample Question Paper/Pre Board Question Paper/Test Paper. Practicing model question papers is a good source for exam preparation. In this article you can avail Udalguri District Pre Board Question Paper 2023.



Udalguri District Class 10 Pre Board Question Paper 2023 | SEBA Test Paper 2024


Pre-Board Examination, 2023 

Class X

Sub: ASSAMESE
(Modern Indian Language)

Full Marks: 100
Pass Marks: 30

Time: Three hours

The figures in the margin indicate full marks for the questions


This page belongs to edunation19

Group-A

(বিভাগ-ক)

(মূল্যাংক: ৭৫)

১।  অতি চমু উত্তৰ লিখাঃ ১×৩=৩

(ক) ভাৰতীয় সংস্কৃতিৰ প্রাণ কি ? 

(খ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ?

(গ) 'কবিতাৰ আকাশ' নামৰ গ্রন্থখনৰ গ্রন্থকাৰৰ নাম কি ?


২। চমুকৈ উত্তৰ দিয়াঃ (যিকোনো দুটা) ২×২=৪

(ক) ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুটি ঘটাব পাৰে ?

(খ) মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহন কৰিছিলn? তেওঁ তাত কিমান সময় ধৰি আছিল?

(গ) ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে ?


৩। 'ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।'—এই কথাষাৰ কিমান যুক্তিপূর্ণ, ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা। ৩


৪। চমু প্ৰশ্নৰ উত্তৰ দিয়াঃ ১×২=২

(ক) স্লাম বাৰ্জাৰ কি ?

(খ) মহীচন্দ্র মিৰি কোন ?


৫। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁতে কি বিপদত পৰিছিল ? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল ? ৩

৬। টেহৰণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা ? ২

৭। কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল ? ২


৮। চমু প্রশ্নৰ উত্তৰ দিয়াঃ ২×১=২

(ক) ভাইৰাচ কি ?

(খ) ইনফচিচ কোম্পানীৰ প্রতিস্থাপক কোন ?


৯। "প্রচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্টসহিষ্ণুতাৰ ফল অৱশেষত ফলিল।" - কথাষাৰ কি প্রসংগত উল্লেখ কৰা হৈছে পাঠৰ সহায়ত বুজাই লিখা। ৩

১০। সফল উদ্যোগী হবলৈ কিয় কঠিন ? ২

১১। ব্ৰজাৱলী ভাষা কি ? বৰগীতৰ দুটা লক্ষণ লিখা। ২ 


১২। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, 
যেনে শালে শ'লৰ লগত দৰিকাৰ টপালি। 
-উল্লেখিত কবিতাফাঁকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা। ২


Udalguri District Pre Board Assamese Question Paper 2023


১৩। তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰাঃ ৪

(ক) আতুৰ ভৈলোহো হৰি বিষয়ে বিকলে, 
কৰিলা উদ্ধাৰ মোক চৰণ কমলে।

(খ) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, 
খোদা ৰচুল লুকাই আছে মোমিনৰ আৰত।


১৪। চমু প্ৰশ্নৰ উত্তৰ দিয়াঃ ১×৩=৩

(ক) 'আগন্তুক' নামৰ উপন্যাসখনৰ ৰচক কোন ?

(খ) মহামহিমৰ গান কোনে গায় বুলি কবিয়ে কৈছে ?

(গ) অসমৰ হেংদাং ক'ত জিলিকিছিল ?


১৫। (ক) 'মই অসমীয়া' কবিতাটিত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। ৩

(খ) দৃশ্যান্তৰ কবিতাটিত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে বুজাই লিখা।


১৬। (ক) তলৰ যিকোনো এটাৰ ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ ১

বৃকোদৰ, নৱৰত্ন, দেৱতুল্য


(খ) যিকোনো এটা শব্দৰ সন্ধি ভাঙাঃ ১

জনৈক, আদ্যন্ত, যথেষ্ট


(গ) তলৰ বাক্যটি জটিল বাক্যলৈ পৰিৱৰ্ত্তন কৰাঃ ১

মনোযোগেৰে পঢ়িলে পৰীক্ষাত প্রথম স্থান পাবা।


(ঘ) তলৰ যিকোনো এটা শব্দৰ 'ণ' বা 'ষ' হোৱাৰ কাৰণ লিখাঃ ১

পাষাণ, অভিলাষ, কণ্টক


(ঙ) যথাস্থানত যতি চিহ্ন বহুওৱাঃ ১

হেৰা অচিনাকি মানুহজন তোমাক কি লাগেহে ইয়াত


(চ) তলৰ যিকোনো এটাৰ অৰ্থ প্রকাশ হোৱাকৈ এটি বাক্য গঠন কৰাঃ ১

ধোদৰ পচলা, হাত-দীঘল, গা-বাই-চা


(ছ) তলৰ যিকোনো এটাৰ বিপৰীতার্থক শব্দ লিখাঃ ১ 

স্থাৱৰ, দ্রুত, সুৰ


(জ) তলৰ যিকোনো এটাৰ এটা শব্দত প্ৰকাশ কৰাঃ ১

যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে-

যি কোনো পক্ষ নলয়-

কাৰো নাম নধৰাকৈ পৰা গালি-


(ঝ) তলৰ যিকোনো এটাৰ সমার্থক শব্দ লিখাঃ ১ 

নিৰবিছিন্ন, হাবিয়াস, অন্তৰীক্ষ


(ঞ) তলৰ যিকোনো এটা শব্দৰ প্রত্যয় ভাঙি দেখুওৱাঃ ১

আবাসিক, শেহতীয়া, হালোবা


১৭। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়াঃ ৪

(ক) ভাৱ সম্প্ৰসাৰণ কৰাঃ

শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।


(খ) তোমাৰ বিদ্যালয়ৰ পুথিভঁৰালটোৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ তুমি পুথিভঁৰালৰ সম্পাদক/সম্পাদিকা হিচাপে এখন আবেদন লিখা।

(গ) তুমি বাস কৰা অঞ্চলৰ খোৱা পানীৰ সমস্যাৰ কথা জনাই বাতৰি কাকতৰ বাবে এটি প্রতিবেদন যুগুত কৰা।


১৮ তলৰ যিকোনো এটা বিষয়ৰ এখন বচনা লিখাঃ ৮

(ক) ইণ্টাৰনেট।

(আৰম্ভণি – উপকাৰিতা- অপকাৰিতা  – সামৰণি)


(খ) পৰিবেশ প্রদূষণ আৰু ইয়াৰ প্ৰতিকাৰ।

(আৰম্ভণি - প্ৰদূষণৰ কাৰণ  – প্ৰতিকাৰ  – সামৰণি)


(গ) তুমি ভাল পোৱা এখনি গ্রন্থ।

(আৰম্ভণি - পৰিচয়  – বিষয়বস্তু  – ভাল লগাৰ কাৰণ  –সামৰণি)


১৯।  বৈচিত্র্যময় অসম' নামৰ দ্রুতপাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পার্বন সম্পর্কে চমুকৈ লিখা। ২×২=৪

২০। তোমাৰ দ্রুতপাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাবে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমু টোকা লিখা।২×৩=৬


Udalguri District Pre Board Question Paper 2023 PDF download 

Group-B

(বিভাগ-খ)

(মূল্যাংক: ২৫)

১। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়াঃ ২x১=২

(ক) মহাৰথী কাক বোলে ?

(খ) নাগার্জুন কোন ?


২২। চমু প্ৰশ্নৰ উত্তৰ দিয়াঃ (যিকোনো দুটা) ২×২=৪

(ক) প্রাচীন ভাৰতৰ চাবিখন বিশ্ববিদ্যালয়ৰ নাম লিখা।

(খ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়নৰত কোনজন চীনা ছাত্রক কামৰূপৰ কোনজন বজাই নিমন্ত্রণ কৰিছিল ?

(গ) কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে ?


২৩। চমু টোকা লিখাঃ শ্রীভট্টদেৱ ২


২৪। ব্যাখ্যা কৰাঃ  (যি কোনো এটা) ৪

(ক) ধৰ ঝাড়ু ধৰ ভাই 
       আৰু চাবৰ সময় নাই 
       চাই থাকোতে মুখত কেৱল 
       ভৰিল কাজল ছাই।

(খ) মোহিনী স্বৰূপে      অমৃত পিয়ালো 
              সাধিলো দেৱৰ কাম, 
তোমাৰ ঘৰে আসি       বৰ যশ পাইলো 
             লৈলো দধি চোৰ নাম।

২৫। কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বর্ণনা কৰা। ৩

অথবা,

'ধৰ ঝাড়ু ধৰ ভাই' কবিতাটিৰ মাজেৰে কবি ৰায়চৌধাৰীদেৱৰ 'স্বদেশ প্রেম'ৰ ভাৱ কি দৰে প্ৰকাশ পাইছে লিখা।

২৬। অম্বিকাগিৰি ৰায়চৌধাৰীদেৱে সম্পাদনা কৰা আলোচনী খনৰ নাম কি ? ১

২৭। (ক) তলৰ বাক্যটো শুদ্ধকে লিখাঃ ১

              অহাকালি মই গুৱাহাটীলৈ যাম।

(খ) 'অপ' উপসৰ্গৰে এটা শব্দ গঠন কৰা। ১

(গ) তলৰ শব্দ দুটাৰ এটাকৈ সমার্থক শব্দ লিখাঃ ১

শ্রুতি, সমীপ

(ঘ) অনুসর্গ কাক বোলে ? এটা উদাহৰণ দিয়া। ২

(ঙ) তলৰ শব্দ দুটাৰ আধুনিক ৰূপ লিখাঃ ১

খণ্ডিবে, কটাহ

২৮। তলৰ যিকোনো দুটাৰ চমুটোকা লিখা। ২×২=৪

(ক) ঝুমুৰা।

(খ) কুসুমমালা।

(গ) পয়াৰ।








Class 10 Model Question Paper SET I (English)

Class 10 Science Model Paper SET I 

Class 10 Social Science Model Paper SET I


Important MCQ for HSLC 2023

A Letter to God MCQ 

A Tiger in the zoo MCQ 

The Midnight Visitor MCQ 

A Question of Trust MCQ 

Animals MCQ 

A Letter to God VSA for HSLC 2023

Long Walk to Freedom VSA for HSLC 2023

A Tiger in the Zoo VSA for HSLC 2023

The Tale of Custard the Dragon VSA for HSLC 2023


The Midnight Visitor Important VSA

A Letter to God Important Questions Answers 

Long Walk to Freedom Important Questions Answers

The Midnight Visitor Important Questions Answers

The Hack Driver Important Questions Answers


                

First Flight Solutions
• Dust of Snow
• Fire and Ice
• Long Walk to Freedom
• A Tiger in the Zoo
• Two Stories about Flying
• How to tell wild Animals
• The Ball Poem
• From the Diary of Anne Frank
• Amanda
• Animals
• Coorg
• Tea from Assam
• The Trees















No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.