30 Jun 2023

HS 1st Year Environmental Education Chapter 1 Question Answer

HS 1st Year Environmental Education Chapter 1 Question Answer 

HS 1st Year Environmental Education Chapter 1 Question Answer


HS 1st Year Environmental Education Chapter 1 Question Answer : Basic Concepts of Environment (পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা) is the chapter 1 from Class 11 Environmental Education (পৰিবেশ শিক্ষা). Here you can avail HS 1st Year Environmental Education Chapter 1 Question Answer for both English & Assamese Medium. 




HS 1st Year Environmental Education Chapter 1 Solutions Assamese Medium 


Chapter 1

প্ৰথম অধ্যায়


Basic Concepts of Environment

পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা 


প্ৰশ্নাৱলীঃ 


1. What is environment ?


১। পৰিৱেশ কি ?


Ans: All the biotic or abiotic factors of a site is called the environment. Environment is the sum total of water, air and land, interrelationships among themselves and also with the human beings, other living organisms and property,


উত্তৰঃ পৰিৱেশ বুলিলে আমাৰ চাৰিওফালে আগুৰি থকা জীৱ আৰু জড় বা জৈবিক আৰু অজৈবিক সকলো পদাৰ্থৰ সমষ্টিয়েই হল পৰিৱেশ । পৰিৱেশ হৈছে বায়ু, পানী, মাটি লগতে বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু মানুহবোৰৰ লগত থকা পাৰস্পৰিক সম্পৰ্কই হ'ল পৰিৱেশ।




2. What are the different components of the environment ?


২। পৰিৱেশৰ বিভিন্ন উপাদানবোৰ কি কি ?


Ans: The different components of the environment are:


         (i) Abiotic component or non-living component.


         (ii) Biotic component or living component


         (iii) Energy component 


The abiotic or physical environment is subdivided into three categories


         (a) Lithosphere (solid)


         (b) Hydrosphere (liquid)


         (c) Atmosphere (gas)


The biotic components consists of flora and fauna, including man.


The energy component includes solar energy, geothermal energy, hydroelectric energy, atomic energy etc.



উত্তৰঃ পৰিৱেশৰ বিভিন্ন উপাদানবোৰ হ'ল- 


         (ক) অজৈৱিক উপাদান


         (খ) জৈৱিক উপাদান


         (গ) শক্তি উপাদান


অজৈৱিক অথবা ভৌতিক পৰিৱেশক তিনিটা ভাগত ভাগ কৰিব পাৰি-


        (ক) ভূমণ্ডল (কঠিন)


        (খ) জলমণ্ডল (তৰল)


        (গ) বায়ুমণ্ডল (গেছ)


জৈৱিক উপাদানসমূহ মানৱ জাতিকে ধৰি উদ্ভিদ আৰু প্ৰাণীকূলক লৈ গঠিত।


শক্তি উপাদানসমূহ হৈছে, সৌৰশক্তি, ভূতাপ শক্তি, জল-বৈদ্যুতিক শক্তি, পাৰমানৱিক শক্তি ইত্যাদি।




3. What are the different segments of the environment ? 


৩। পৰিৱেশৰ বিভিন্ন অংশবোৰ কি কি ?


Ans: The different segments of the environment are: There are four segments of the environment-


        (i) Atmosphere


       (ii) Hydrosphere


       (iii) Lithosphere


       (iv) Biosphere



উত্তৰঃ পৰিৱেশৰ বিভিন্ন অংশবোৰ হ'ল-


       ১। বায়ুমণ্ডল (Atmosphere)


       ২। জলমণ্ডল (Hydrosphere)


       ৩। ভূমণ্ডল (Lithosphere)


        ৪। জীৱমণ্ডল (Biosphere)




ৰিৱেশৰ মৌলিক ধাৰণা | HS 1st Year Environment Chapter 1 Question and Answer English Medium | High Secondary 1st Year Environment Lesson 1 Solution 

4. Mention the major components of the atmosphere. 


৪। বায়ুমণ্ডলৰ ঘাই ঘাই উপাদানসমূহ উল্লেখ কৰা।


Ans: The major components of the atmosphere:


Major components (i) Nitrogen (N2) 78.09%


                                  (ii) Oxygen (0) 20.94%


Minor components  (i) Argon (Ar) 9.34×10-1%


                                    (ii) Carbon dioxide (CO) 3.25 ×10-20/0


Trace gases: Neon, helium, methane, water vapor. krypton, nitrous oxide, xenon, hydrogen, sulphur dioxide, ozone, ammonia, carbon monoxide, nitrogen dioxide etc.




উত্তৰঃ বায়ুমণ্ডলৰ ঘাই ঘাই উপাদানসমূহ হ'ল-


প্ৰধান উপাদান (ক) নাইট্ৰ'জেন, N₂ (78.09%)


                       (খ) অক্সিজেন, O₂ (20.94%)


লঘু উপাদান     (ক) আৰ্গন, Ar (9.34 × 10-¹%)


                        (খ) কাৰ্বন ডাই অক্সাইড (CO₂, 3.25 × 10-²%)


অতি নগণ্য পৰিমাণৰ গেছ ঃ নিয়ন, হিলিয়াম, মিথেন, জলীয় বাষ্প, ক্ৰিপটন, নাইট্ৰাছ অক্সাইড, জেনন, হাইড্ৰ'জেন, ছালফাৰ ডাই অক্সাইড, অজ'ন, এম'নিয়া, কাৰ্বন মন'ক্সাইড, নাইট্ৰ'জেন ডাই অক্সাইড আদি।




5. What is the role of ozone present in the stratosphere ? 


৫। ষ্ট্ৰেট'স্ফিয়াৰত থকা অজ'ন গেছৰ স্তৰৰ ভূমিকা কি ?


Ans: The ozone present in the stratosphere plays an important role for us. It acts as a protective shield for life on earth from the injurious effects of the sun’s ultra violet radiations.


উত্তৰঃ বায়ুমণ্ডলৰ ষ্টেট'স্ফিয়েৰত উপস্থিত অজ'ন গেছে আমাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা পৃথিৱীত জীৱৰ বাবে এক ৰক্ষা কৱচ হিচাপে এই অজ'ন গেছে কাম কৰে।




HS 1st Year Environmental Education Chapter 1 Solutions English Medium 


6. What do you mean by environmental education ?


৬। পৰিৱেশ শিক্ষা সম্পৰ্কে তুমি কি বুজিছা ?


Ans: It can be said that environmental education is education through environment, about environment and for the environment. Environmental education is the educational process dealing with man’s relationship with his natural and man made surroundings and includes the relation of population, pollution, resource allocation and depletion, conservation, transportation technology and urban and rural planning to the total human environment. Environmental education is the process of recognizing values and clarifying concepts in order to develop skills and attitudes necessary to understand and appreciate the interrelatedness among man, his culture and his biophysical surroundings.



উত্তৰঃ পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ জৰিয়তে, পৰিৱেশৰ বিষয়ে আৰু পৰিবেশৰ বাবে গ্ৰহণ কৰা শিক্ষা । পৰিৱেশ শিক্ষা হৈছে এনে এক শিক্ষাগত প্ৰক্ৰিয়া যাৰ জৰিয়তে মানুহৰ সৈতে তেওঁলোকৰ প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা পৰিৱেশ সম্পৰ্কে অধ্যয়ন কৰা হয়। ইয়াত সামৰি লোৱা হৈছে জনসংখ্যাৰ সম্পৰ্ক, প্ৰদূষণ, সম্পদৰ আৱণ্টন আৰু নিঃশেষ (ক্ষয়), সংৰক্ষণ পৰিবহন প্রযুক্তি আৰু সমগ্ৰ মানৱ পৰিৱেশৰ বাবে নগৰাঞ্চল আৰু গ্ৰামীণ পৰিকল্পনাক। পৰিবেশ শিক্ষা হৈছে এনে এক প্রক্রিয়া, যি প্ৰক্ৰিয়াই মানুহৰ মাজৰ আন্তঃ সম্পৰ্ক, সংস্কৃতি, জৈৱ ভৌতিক পৰিৱেশৰ মাজত থকা পাৰস্পৰিক সম্পৰ্ক বুজিবলৈ আৰু প্ৰশংসা কৰিবলৈ প্ৰয়োজনীয় দক্ষতা আৰু মনোভাৱ গঢ়ি তুলিবলৈ মূল্যবোধক চিনাক্ত কৰা আৰু ধাৰণাসমূহ স্পষ্ট কৰাৰ প্ৰক্ৰিয়াটোৱেই হৈছে পৰিৱেশ শিক্ষা।




7. What are the broad guidelines of environmental education ?


৭। পৰিৱেশগত শিক্ষাৰ বহল নীতি-নিৰ্দেশিকা সমূহ কি কি ?


Ans: The broad guidelines of environmental education are:


         (i) Awareness and sensitivity to the environment and environmental challenges. 


         (ii) Knowledge and understanding of the environment and environmental challenges


         (iii) Attitude of concern for the environment and motivation to improve or maintain environmental quality.


         (iv) Skills to identify and help resolve environmental coal lunges. 


         (v) Participation in activities that lead to the resolution of environmental challenges.



উত্তৰঃ পৰিৱেশগত শিক্ষাৰ বহল নীতি-নিৰ্দেশিকা সমূহ হ'ল-


         (ক) পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহবান সমূহৰ প্ৰতি অনুভূতিশীলতা আৰু সজাগতা।


         (খ) পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহবানসমূহৰ বিষয়ে উপলদ্ধি আৰু জ্ঞান অৰ্জন কৰা।


        (গ) পৰিৱেশৰ বাবে উদ্বেগৰ মনোভাব আৰু পৰিৱেশগত গুণমান ৰক্ষা আৰু উন্নত কৰাৰ মানসিকতা।


        (ঘ) পৰিৱেশগত প্ৰত্যাহবানসমূহৰ সমাধানত সহায় কৰা আৰু সেইবোৰক চিহ্নিত কৰাৰ দক্ষতা।


        (ঙ) পৰিৱেশগত প্ৰত্যাহবানসমূহত সমাধান কৰাৰ লক্ষ্যেৰে আৰম্ভ কৰা কাম-কাজত অংশগ্ৰহন । 



8. Mention the basic principles of environmental education.


৮। পৰিৱেশ শিক্ষাৰ মৌলিক নীতিসমূহ উল্লেখ কৰা।


Ans: The basic principles of environmental education are:


        (i) Be interdisciplinary in its approach.


       (ii) Consider the holistic environment.


       (iii) Be continuous, beginning at preschool level and continuing through all the formal and non formal stages.


       (iv) Examine the major environmental issues critically from the local. regional, national and international points of view.


      (v) Dwell on the current and future environmental trends and scenario.


      (vi) Help learners discover the symptoms and real causes of environmental problems and plan accordingly


       (vii) Strive to promote the value and necessity of local, national and international cooperation in solving environmental problems.



উত্তৰঃ পৰিৱেশৰ শিক্ষাৰ মৌলিক নীতিসমূহ হ'ল-


       (ক) শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন বিষয়ৰ আন্তঃসম্পৰ্কত গুৰুত্ব।


       (খ) সামগ্ৰিকভাৱে পৰিৱেশক বিবেচনা কৰা।


       (গ) নিৰন্তৰ শিক্ষা, প্ৰাক স্কুল পৰ্যায়ৰ পৰা আৰম্ভণি আৰু সকলো আনুষ্ঠানিক আৰু অনানুষ্ঠানিক পৰ্যায়জুৰি অব্যাহত ৰখা।


       (ঘ) স্থানীয়. আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক দৃষ্টিভঙ্গীৰ পৰা ঘাই ঘাই পৰিৱেশ সংক্ৰান্ত বিষয়বোৰ সমালোচনামূলক দৃষ্টিৰে পৰীক্ষা কৰা।


        (ঙ) বৰ্তমান আৰু ভৱিষ্যৎ পৰিৱেশৰ প্ৰৱণতা আৰু অৱস্থাৰ বিষয়ে অধ্যয়ন চলোৱা।


        (চ) পৰিৱেশৰ সমস্যা সৃষ্টিৰ প্ৰকৃত কাৰণবোৰ আৰু উপসৰ্গবোৰ আৱিস্কাৰ কৰাত ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰা আৰু সেই মতে পৰিকল্পনা কৰা।


        (ছ) চূড়ান্ত পৰ্যায়ত পৰিৱেশৰ সমস্যাবোৰৰ সমাধানৰ কাৰণে স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজনীয়তা আৰু মূল্যবোধক জগাই তোলাৰ বাবে গুৰুত্ব প্ৰদান কৰা।



Class 11 Environmental Education Notes PDF all chapters

9. Discuss the multidisciplinary nature of environmental education.


৯। পৰিবেশ শিক্ষাৰ বহুমুখী বিষয়ৰ চৰিত্ৰ সম্পৰ্কে আলোচনা কৰা।


Ans: Environmental education is a multidisciplinary subject. In order to know the environment and its different complex phenomena, One requires knowledge form various disciplines. Subjects like botany, zoology, biotechnology, bioengineering, microbiology, genetics, biochemistry etc. help in understanding biotic components and their interactions. The basic knowledge of physics, chemistry, mathematics and statistics help in understanding the different phenomena in the environment. Computer and information technology is part and parcel of environmental education. Similarly, for control of pollution, environmental engineering is essential. Other branches of engineering e.g. chemical, civil, mechanical, including new innovative technologies, have been involved in protecting the environment. Green chemistry finds its distinct and well specified role in protecting the degraded environment, subjects like sociology, economics, education and philosophy are involved in a number of ways. Environmental laws are always enacted for the protection of the environment. So environmental education is of a multidisciplinary nature where different aspects are dealt with through a holistic approach.



উত্তৰঃ পৰিৱেশ শিক্ষা হৈছে বহুমুখী বিষয় ।  পৰিৱেশ আৰু ইয়াৰ বিভিন্ন জটিল পৰিঘটনা বিষয়ক দিশবোৰৰ সম্পৰ্কে জানিবলৈ হ'লে বিভিন্ন বিষয়ত জ্ঞান অৰ্জন কৰা প্ৰয়োজন। উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান, জৈৱ প্ৰযুক্তি, জৈৱ অভিযান্ত্ৰিক, অনুজীৱ তত্ত্ব, জিন তত্ত্ব জৈৱ ৰসায়ন বিদ্যা আদিয়ে জৈৱিক উপাদানসমূহ আৰু ইহঁতৰ আন্তঃক্ৰিয়া সম্পৰ্কে বুজাত সহায় কৰে। পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, পৰিসংখ্যা বিজ্ঞান আদিয়ে পৰিৱেশৰ বিভিন্ন পৰিঘটনাবোৰক বুজাত সহায় কৰে। কম্পিউটাৰ বিজ্ঞান, তথ্য প্ৰযুক্তি আদি হৈছে পৰিৱেশ শিক্ষাৰ অপৰিহাৰ্য অংগ। একেদৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পৰিৱেশ অভিযান্ত্ৰিক বিদ্যা অত্যাৱশ্যক। অভিযান্ত্ৰিক বিদ্যাৰ অন্যান্য শাখাসমূহ, যেনে, ৰসায়ন, অসামৰিক, কাৰিকৰী আৰু নতুন উদ্ভাৱনমূলক প্ৰযুক্তিবোৰো পৰিৱেশ সুৰক্ষা কাৰ্যত যুক্ত। ধ্বংস হৈ গৈ থকা পৰিৱেশক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সেউজ ৰসায়ন বিজ্ঞানে এটা সুনিৰ্দিষ্ট আৰু অত্যন্ত স্পষ্ট ভূমিকা পালন কৰে। সমাজ তত্ত্ব, অৰ্থনীতি বিজ্ঞান, শিক্ষা, দৰ্শন আদি বিষয়ো বিভিন্নভাৱে যুক্ত। পৰিৱেশ সুৰক্ষাৰ বাবে সদায় পৰিৱেশ আইন বলৱৎ কৰা হয়। গতিকে পৰিৱেশক শিক্ষাই বহুবিধ বিষয়ৰ চৰিত্ৰ বহন কৰে য'ত এক বহুমুখী দৃষ্টিভংগী লৈ বিভিন্ন দিশবিলাকৰ মোকাবিলা কৰা হয়।




10. How do environmental awareness help to protect our environment ? 


১০। আমাৰ পৰিৱেশ সুৰক্ষিত ৰখাত পৰিৱেশগত সজাগতাই কেনেকৈ সহায় কৰে ?


Ans: The world today is confronted with the great problem of environmental degradation and pollution. Different types of pollution, fast depleting forest resources, rapid population explosion, expanding industrialization, unplanned urbanization, mining, soil erosion etc. have created ecological imbalances in recent years. Man’s quest for economic development has been mainly responsible for the ruthless exploitation of natural resources. Moreover, the highly materialistic, greedy and luxurious life style and attitude of the human race has led in indiscriminate exploitation and destruction of the natural resources. All these activities have become a threat to the very existence of a number of living organisms. So creation of public awareness is a must to protect the environment from further deterioration, Environmental problems can be best addressed if the people become environmentally aware. No government can solve these problems by simply implementing certain environmental protection rules if people do not coOperate. People are to be environmentally educated. They should learn that if we degrade our environment today, we will have to suffer tomorrow and our future generation will be in great danger. We are a part of the environment and it is our duty to protect it.



উত্তৰঃ বিশ্বই আজি পৰিৱেশ অৱক্ষয় আৰু প্ৰদূষণৰ দৰে বৃহৎ সমস্যাৰ মোকাবিলা কৰিবলগীয়া হৈছে। বিভিন্ন ধৰণৰ প্ৰদূষণ, বনজ সম্পদৰ দ্ৰুত ক্ষয়, দ্ৰুত হাৰত জনসংখ্যা বিস্ফোৰণ, ঔদ্যোগীকৰণৰ প্ৰসাৰ, অপৰিকল্পিতভাৱে নগৰীকৰণ, খনিৰ কাম-কাজ, ভূমিক্ষয় আদিয়ে সাম্প্ৰতিক বছৰবোৰত পৰিৱেশতন্ত্ৰৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিছে। অৰ্থনৈতিক উন্নয়নৰ বাবে মানুহৰ অনুসন্ধানেই ঘাইকৈ প্ৰাকৃতিক সম্পদক নিৰ্দয়ভাৱে ব্যৱহাৰৰ বাবে দায়ী। তদুপৰি মানৱ জাতিয়ে অত্যন্ত কঠোৰ বস্তুবাদী, লোভী আৰু বিলাসী জীৱন-যাপন মনোভাবেৰে প্ৰাকৃতিক সম্পদক বাছ-বিচাৰহীনভাৱে শোষণ কৰিছে বা নিৰ্দয়ভাৱে ধ্বংস কৰিছে। এই সকলো কাৰ্যকলাপেই বহুসংখ্যক জীৱিত প্ৰাণীকূলৰ অস্তিতৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে। গতিকে পুনৰ অৱনতি ৰোধ কৰি পৰিৱেশ ৰক্ষাৰ বাবে গণ সজাগতা সৃষ্টি কৰাটো জৰুৰী। পৰিৱেশৰ সমস্যাক আটাইতকৈ ভাল উপায়েৰে সমাধান কৰিব পাৰি যদিহে জনসাধাৰণ পৰিৱেশগতভাৱে সজাগ হয়। কোনো চৰকাৰেই কেৱল কিছুমান পৰিৱেশ সুৰক্ষা বিষয়ক বিধি ৰূপায়ণ কৰি এই সমস্যাৰ সমাধান কৰিব নোৱাৰে, যদিহে জনসাধাৰণে এই ক্ষেত্ৰত সহযোগিতা নকৰে। জনসাধাৰণক পৰিৱেশগতভাৱে শিক্ষিত কৰিব লাগিব। তেওঁলোকে জানিব পাৰিব লাগিব যে যদি আমি আজি আমাৰ পৰিৱেশক ধ্বংস কৰোঁ, তেনেহ'লে কাইলৈ ইয়াৰ ফল ভূগিব লাগিব আৰু আমাৰ ভৱিষ্যৎ প্ৰজন্ম বৃহৎ বিপদৰ সন্মুখীন হ'ব। আমি পৰিৱেশৰ এক অংশ আৰু পৰিৱেশ ৰক্ষা কৰাটো আমাৰ কৰ্তব্য।


"Important & Common Question for Exam will be updated soon 

পৰীক্ষাৰ বাবে দৰকাৰী আৰু কমন প্ৰশ্ন সমূহ সোনকালেই আপডেট কৰা হ'ব"


Class 11 (HS 1st Year) Environmental Education 

Chapter 2: Ecological Concepts Solutions 


Class 11 / HS 1st Year Science Biology English Medium



HS 1st Year Mathematics Question Paper 2016 PDF Download 

HS 1st Year Mathematics Question Paper 2017 PDF Download

HS 1st Year Mathematics Question Paper 2018 PDF Download

HS 1st Year Mathematics Question Paper 2020 PDF Download

HS 1st Year Mathematics Question Paper 2022 PDF Download


HS 1st Year Physics Question Paper 2022 PDF Download



HS 1st Year Political Science Question Paper 2016 PDF Download 

HS 1st Year Political Science Question Paper 2017 PDF Download 

HS 1st Year Political Science Question Paper 2018 PDF Download 

HS 1st Year Political Science Question Paper 2019 PDF Download

HS 1st Year Political Science Question Paper 2020 PDF Download 

HS 1st Year Political Science Question Paper 2021 PDF Download 

HS 1st Year Political Science Question Paper 2022 PDF Download


HS 1st Year Economics Question Paper 2017 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2018 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2019 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2020 PDF Download 

HS 1st Year Economics Question Paper 2021 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2022 PDF Download (Uploading) 


HS 1st Year History Question Paper 2016 PDF Download

HS 1st Year History Question Paper 2017 PDF Download

HS 1st Year History Question Paper 2018 PDF Download

HS 1st Year History Question Paper 2019 PDF Download 

HS 1st Year History Question Paper 2020 PDF Download





English Model Paper 2023 Pdf 
















No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.