18 Mar 2023

Education Hs 1st Year Question Paper 2020

Education Hs 1st Year Question Paper 2020

Education Hs 1st Year Question Paper 2020


Education Hs 1st Year Question Paper 2020: Here in this post you can avail Education Hs 1st Year Question Paper 2020.





HS 1st year Education question paper 2020


Total No. of Printed Pages -- 7 

20 E - EDUC 


2020


EDUCATION


Full Marks: 100


Time: 3 hours


The figures in the margin indicate full marks for the questions



1. Give appropriate answer as directed : 1×12=12


    নির্দেশানুসাৰে যথাযথ উত্তৰ দিয়া :



(a) "Education is the manifestation of divine perfection, already existing in man." Who said this ? 


    “মানুহৰ অন্তনিহিত পূৰ্ণতাৰ বাহ্যিক প্রকাশেই হ'ল শিক্ষা ।” কথাষাৰ কোনে কৈছিল ?



(b) Name any one part of peripheral nervous system. 


      প্রান্তৱৰ্তী স্নায়ুতন্ত্ৰৰ যি কোনো এটা অংশৰ নাম লিখা ।



(c) Narcissism is the characteristic of infancy period.

( Write True or False )


আত্মকাম প্রবণতা হ'ল শৈশৱকালৰ বৈশিষ্ট্য ।

(শুদ্ধ নে অশুদ্ধ লিখা )



(d) In which year was the Total Literacy Campaign launched ?


     বিমান চনত সম্পূর্ণ সাক্ষৰতা অভিযান আৰম্ভ হৈছিল ?



(e) ________ instinct is related to emotion 'amusement'. ( Fill in the blank )

    ________ প্রবৃত্তি "বিনোদন" আৱেগৰ লগত জড়িত । (শালী ঠাই পূৰণ কৰা )



(f) Write the full form of DIET. 


      DIET'-ৰ সম্পূৰ্ণ ৰূপটো লিখা ।



(g) "Curriculum is a tool in the hands of the artist (teacher) to mould his material (pupil) according to his ideals (aims and objectives) in his studio (school)." Who said this ?


“পাঠ্যক্ৰম হ'ল শিল্পীৰ (শিক্ষক) হাতৰ মূল আহিলা যাৰ দ্বাৰা উৎপাদন (শিক্ষা) তেওঁৰ আদৰ্শ (লক্ষ্য আৰু উদ্দেশ্য) অনুসৰি চিত্ৰবনত (বিদ্যালয়) গঢ়ি তোলা হয়।” কথাযাৰ কোনে কৈছিল ?



(h) Give one example of ductless gland. 


     মলাহীন গ্ৰন্থিৰ এটা উদাহৰণ দিয়া ।



(9) Gang loyalty is the characteristic of ________ period. ( Fill in the blank )


     দলীয় আনুগত্য হৈছে ________ কালৰ বৈশিষ্ট্য । (খালী ঠাই পুৰণ কৰা )



(i) Name any one subject taught in 'Gurukula', 


    'গুৰুকুল'ত শিকোৱা যি কোনো এটা বিষয়ৰ নাম লিখা ।



(k) Keyboard of a computer is the output device. 

( Write True or False )


কীব'ৰ্ড হৈছে এটা কম্পিউটাৰৰ আউটপুট কৌশল।

(শুদ্ধ নে অশুদ্ধ লিখা )



(l) From which language is the term 'habit' originated ? 


    কোন ভাষাৰ শব্দৰ পৰা habit' শব্দটোৰ উদ্ভাবন হৈছে ?





HS 1st year Education question paper 2021


2. Answer the following questions : 2×12=24


    তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :



(a) What do you mean by vocational aim of education ? 


     শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বুলিলে কি বুজা ?



(b) Mention any two psycho-physical needs of infants.


     শিশুসকলৰ যি কোনো দুটা মনো-শাৰীৰিক প্ৰয়োজন উল্লেখ কৰা ।



(c) Mention any two functions of UGC. 


     UGC ৰ যি কোনো দুটা কার্য উল্লেখ কৰা ।



(d) Mention any one name of the branches of psychology.


     মনোবিজ্ঞানৰ যি কোনো এটা শাখাৰ নাম উল্লেখ কৰা ।



(e) Mention two advantages of individual aim of education.


     শিক্ষাৰ ব্যক্তিবাদী লক্ষণৰ দুটা সুবিধা উল্লেখ কৰা ।



(f) What is instinct ?


     প্ৰবৃত্তি কি ? 



(g) Write two types of needs as mentioned by Maslow. 


     Maslow-এ উল্লেখ কৰা সুবিধ প্ৰয়োজনৰ নাম লিখা । 



(h) Write two objectives of forming NCERT. 


     NCERT গঠনৰ দুটা উদ্দেশ্য লিখা ।



(i) Name two American Baptist Missionaries who contributed to education in Assam. 


    অসমৰ শিক্ষালৈ অৱদান আগবঢ়োৱা দুজন আমেৰিকান ব্যাপ্তিষ্ট মিছনেৰীৰ নাম লিখা ।



(j) What is universalization of elementary education ?


     সার্বজনীন প্রাথমিক শিক্ষা কি ?



(k) Name two objectives of SSA. 


    SSA ৰ দুটা উদ্দেশ্য লিখা ।



(l) After which treaty and when did missionaries come to Assam ? 1+1=2


   কেতিয়া আৰু কোন চুক্তিৰ পাছত মিছনেৰীসকল অসমলৈ আহিছিল ?




3. Answer the following questions : 4×10=40


  তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া


(a) Mention four differences between formal and non-formal education.


   আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ চাৰিটা পার্থক্য উল্লেখ কৰা ।



(b) Write four advantages of e-mail. 


   e-mailৰ চাৰিটা সুবিধা লিখা ।



(c) Explain the scope of educational psychology. 


    শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ ব্যাখ্যা কৰা ।



(d) Write four principles of curriculum construction.


    পাঠ্যক্ৰম প্ৰস্তুতিৰ চাৰিটা নীতি লিখা ।



(e) Mention four characteristics of habit. 


   অভ্যাসৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।



(f) Write a brief note on the relation between education and psychology.


   শিক্ষা আৰু মনোবিজ্ঞানৰ সম্বন্ধৰ ওপৰত এটি চমু টোকা লিখা ।



(g) Write four functions of cerebellum. 


    লঘুমস্তিষ্কৰ চাৰিটা কাৰ্য লিখা ।



(h) What is perception ? Mention three differences between illusion and hallucination. 1+3=4


   সংবোধন কি ? ভ্রান্ত প্রত্যক্ষ আৰু অমূল প্ৰত্যক্ষৰ তিনিটা পার্থক্য উল্লেখ কৰা ।



(i) Write a note on 'Satra' as indigenous educational institution.


   দেশীয় শিক্ষানুষ্ঠান হিচাপে 'সত্ৰ'ৰ ওপৰত এটি টোকা লিখা ।



(j) Mention four different types of students as classified on physical abilities. 


    শাৰীৰিক সামর্থ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা শিক্ষার্থীৰ চাৰিটা প্ৰকাৰ উল্লেখ কৰা ।



Education Question Paper 2020 Class 11

4. Who is the chief exponent of individual aim of education ? How is education related to economics ? Explain. 1+5=6


শিক্ষাৰ ব্যক্তিবাদী লক্ষাৰ মুখ্য পৃষ্ঠপোষক কোন? শিক্ষাৰ লগত অর্থনীতি কেনেদৰে সম্পর্কযুক্ত? ব্যাখ্যা কৰা।



Or / নাইবা 


Who wrote the book 'Democracy and Education' ? How is education related to sociology ? Explain. 1+5=6


’Democracy and Education' গ্ৰন্থ খনৰ লেখক কোন ? শিক্ষাৰ লগত সমাজবিজ্ঞান কেনেদৰে সম্পর্কযুক্ত ? ব্যাখ্যা কৰা ।



5. What do you mean by childhood ? Explain any four kinds of needs of adolescents. 2+4=6


বাল্যকাল বুলিলে তুমি কি বুজা? কিশোৰ-কিশোৰীসকলৰ যি কোনো চাৰিটা প্ৰয়োজন ব্যাখ্যা কৰা।



6. Explain the roles to be played by a teacher as facilitator and motivator of learning. 3+3=6


শিক্ষণ সূচলকাৰী আৰু অভিপ্ৰেৰক হিচাপে শিক্ষকৰ ভূমিকা ব্যাখ্যা কৰা ।


Or/নাইবা


Explain the roles to be played by a teacher for the development of school and society. 3+3=6


বিদ্যালয় আৰু সমাজৰ বিকাশৰ বাবে এখন শিক্ষকে পালন কৰিব লগা ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰা ।



7. What is the name of the first Anglo-Assamese Dictionary ? Explain any five provisions of the Assam Primary Education Act, 1926. 1+5=6


প্রথম এংলো-অসমীয়া অভিধানখনৰ নাম কি ? 1926 চনৰ অসম প্ৰাথমিক শিক্ষা আইনৰ যি কোনো পাঁচটা দফা ব্যাখ্যা কৰা ।




* * * 


Education Hs 1st Year Question Paper 2020 PDF download



English Model Paper 2023 Pdf 








No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.