AHSEC HS 1st Year Assamese Paper 2024
AHSEC HS 1st Year Assamese Paper 2024: Sample Questions Paper/Model Questions Papers are a good source for preparation for Board Exam. Here you can avail Model HS 2nd Year Exam 2023 Question Paper Assamese AHSEC 2024/AHSEC HS 1st Year Assamese Paper 2024.
HS 1st Year Final Exam 2024 Question Paper Assamese
Students who are studying in class 11/HS 1st Year must be looking for model question paper/sample question paper. Practicing model question papers is a good source for exam preparation.
HS 1st Year final Exam Assamese Question Paper 2023
In this article you can find a sample question paper for upcoming AHSEC 1st Year Final Exam 2024 according to updated syllabus.
HS 1st Year Question Paper Assamese 2024
ASSAMESE
( Modern Indian Language )
Full Marks : 100
Pass Marks : 30
Time : 3 hours
The figures in the margin indicate full marks for the questions
১। তলৰ যি কোনো আঠোটা প্ৰশ্নৰ উত্তৰ লিখাঃ ১×৮=৮
(ক) অর্থ ব্যৱহাৰৰ মূলমন্ত্র কি ?
(খ) সত্যনাথ বৰাই ৰচনা কৰা এখন প্ৰবন্ধ পুথিৰ নাম লিখা।
(গ) মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল ?
(ঘ) গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে ?
(ঙ) 'ৰিপাব্লিক' নামৰ বিখ্যাত গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?
(চ) মানুহৰ ঋণ কেতিয়া হয় ?
(ছ) বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলক চীনত তাহানি কি আখ্যা দিছিল ?
(জ) 'কিতাপৰ কথা' পাঠটি ক'ৰ পৰা লোৱা হৈছে ?
(ঝ) সত্যনাথ বৰাৰ একমাত্ৰ গীতৰ পুথিখনৰ নাম কি ?
(ঞ) কৃপণ লোকৰ দুই ধর্ম কি কি ?
(ট) ডিভাইন কমেডি’ কাৰ ৰচনা ?
(থ) কি গ্ৰন্থৰ বাবে বৰগোহাঞি দেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ?
(ড) প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল ?
২। তলৰ যি কোনো পাঁচোটা প্ৰশ্নৰ উত্তৰ লিখাঃ ২×৫=১০
(ক) কি দুটা কাৰণত মানুহে কৃপণালি কৰে ?
(খ) 'অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদার্পণ' শীর্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা ।
(গ) কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কিদৰে নিৰ্বাচন কৰা হৈছিল ?
(ঘ) সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ উপজে ?
(ঙ) ইণ্ডিজেনাছ গেমছ কোনে, ক’ত, কেতিয়া অনুষ্ঠিত কৰিছিল ?
(চ) কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে ?
(ছ) হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল ?
(জ) দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্ৰৱন্ধটিৰ আধাৰত বিচাৰ কৰা ৷
(ঝ) হিমানী সম্প্ৰপাতৰ প্ৰলয়ংকৰী ৰূপক প্ৰতিহত কৰি ‘অসম এভাৰেষ্ট অভিযান’ৰ দলটোৱে নিজকে মৃত্যুপথৰ পৰা উদ্ধাৰ কৰিবলৈ কেনেধৰণৰ কৌশল অৱলম্বন কৰিছিল ?
(ঞ) ঢোপ খেলৰ প্ৰচলন ক’ত, কেনেকৈ হৈছিল বৰ্ণনা কৰা ৷
HS 1st Year Assamese Common Question 2023
৩। তলৰ যি কোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখাঃ ৪×৪=১৬
(ক) কেনেকুৱা ধৰণৰ সাদৃশ্যতাৰ বাবে সত্যনাথ বৰা দেৱক অসমীয়া সাহিত্যৰ ‘বেকন’ হিচাপে জনা যায় ।
(খ) আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান কিতাপে কেনেদৰে কাঢ়ি লৈছে 'কিতাপৰ কথা' পাঠটিৰ সহায়ত চমুকৈ আলোচনা কৰা ।
(গ) তেজপুৰ ঘাটত মহাত্মা গান্ধীক আদৰিবলৈ অহা তেজপুৰবাসী ৰাইজৰ মাজত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল আলোচনা কৰা ।
(ঘ) “…..কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে, বিবেচনাকে হত্যা কৰে৷” – কথাষাৰ ব্যাখ্যা কৰা ৷
(ঙ) 'ধনেই ধৰ্মৰ মূল, ধন নহ'লে যায় জাতি কুল'- কথাষাৰ বুজাই লিখা ।
(চ) “অনাখৰী চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্ৰদ্ধা নেদেখুৱায়।” পাঠটিৰ সহায়ত আলোচনা কৰা ।
(ছ) আহোম যুগত কোন ৰজাৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা লাভ কৰিছিল ?তেওঁৰ খেলৰ প্ৰতি থকা মোহ কেনেদৰে প্ৰকাশ পাইছিল, তাৰ এটি চমু বৰ্ণনা দিয়া ৷
(জ) 'ৰূপৰ কিবা আচৰিত চুম্বকশক্তি আছে'- তাৎপর্য ব্যাখ্যা কৰা ।
(ঝ) এভাৰেষ্ট অভিযানৰ সংশয়ৰ দিন এটিত লেখকৰ মনত হাঁহিৰ খোৰাক জন্মোৱা ঘটনাটো কি আছিল ?
(ঞ) অসজ বৃত্তিধাৰী কৃপনলোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা ।
৪। তলৰ যি কোনো এটাৰ বিষয়ে চমুকৈ লিখাঃ ৬
(ক) গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ
(খ) "কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকটি”
(গ) কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠদান-কাৰ্য
৫। তলৰ যি কোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঃ ২
(ক) কৃপণ সকলে ল’ৰা-জোবালী, তিৰোতাসকলৰ প্ৰতি কেনে ব্যৱহাৰ কৰে ?
(খ) অসমৰ কড়ি খেলৰ বিষয়ে এটি প্ৰবাদ আছে৷তাৰ এটি চমু বিৱৰণ দিয়া ।
(গ) জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে ? বুজাই লিখা৷
৬। “মই বিয়ালৈ নগ'লো । মানে, বিয়ালৈ যোৱা নহ'ল, মানে কথাষাৰ কোনে কেতিয়া কাক কৈছিল ? ১
৭। তলৰ যি কোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঃ ৪
(ক) কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ ক'ৰপৰা পইচা পালে ?
(খ) বিয়াৰ প্ৰেজেন্ট' গল্পটোত মানৱতাবোধৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা ।
(গ) কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল ?
Next Part Uploading Soon
HS 1st Year Mathematics Question Paper 2016 PDF Download
HS 1st Year Mathematics Question Paper 2017 PDF Download
HS 1st Year Mathematics Question Paper 2018 PDF Download
HS 1st Year Mathematics Question Paper 2020 PDF Download
HS 1st Year Mathematics Question Paper 2022 PDF Download
HS 1st Year Physics Question Paper 2022 PDF Download
HS 1st Year Political Science Question Paper 2016 PDF Download
HS 1st Year Political Science Question Paper 2017 PDF Download
HS 1st Year Political Science Question Paper 2018 PDF Download
HS 1st Year Political Science Question Paper 2019 PDF Download
HS 1st Year Political Science Question Paper 2020 PDF Download
HS 1st Year Political Science Question Paper 2021 PDF Download
HS 1st Year Political Science Question Paper 2022 PDF Download
HS 1st Year Economics Question Paper 2017 PDF Download (Uploading)
HS 1st Year Economics Question Paper 2019 PDF Download (Uploading)
HS 1st Year Economics Question Paper 2020 PDF Download
HS 1st Year Economics Question Paper 2021 PDF Download (Uploading)
HS 1st Year Economics Question Paper 2022 PDF Download (Uploading)
HS 1st Year History Question Paper 2016 PDF Download
HS 1st Year History Question Paper 2017 PDF Download
HS 1st Year History Question Paper 2018 PDF Download
HS 1st Year History Question Paper 2019 PDF Download
HS 1st Year History Question Paper 2020 PDF Download
English Model Paper 2023 Pdf
Also Read
The Portrait of a lady Solutions
The Portrait of a Lady New Questions
Landscape of the Soul Solutions
The Voice of the Rain Solutions
Albert Einstein at school short question
No comments:
Post a Comment
Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.