6 Jul 2023

HS 1st Year Swadesh Adhyayan Chapter 1 Question Answer

HS 1st Year Swadesh Adhyayan Chapter 1 Question Answer

HS 1st Year Swadesh Adhyayan Chapter 1 Question Answer


HS 1st Year Swadesh Adhyayan Chapter 1 Question Answer : Assam : Locational Significance, Physiographic Divisions, Climate, Soil (অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্রাকৃতিক বিভাগ জলবায়ু আৰু মৃক্তিকা) is the chapter 1 from Class 11 Swadesh Adhyayan (স্বদেশ অধ্যয়ন). Here you can avail HS 1st Year Swadesh Adhyayan Chapter 1 Question Answer for both English & Assamese Medium. 





HS 1st Year Swadesh Adhyayan Chapter 1 Solutions Assamese Medium 

Chapter 1
প্ৰথম অধ্যায়

Assam : Locational Significance, Physiographic Divisions, Climate, Soil 
অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্রাকৃতিক বিভাগ জলবায়ু আৰু মৃক্তিকা


অনুশীলনী প্রশ্নোত্তৰ


1. (a) What is the percentage of area occupied by Assam of the total area of India?


(ক) অসম ৰাজ্যই সমগ্র ভাৰবৰ্ষৰ কিমান শতাংশ ঠাই আগুৰি আছে ? 


Ans: 2.93 percent.


উত্তৰঃ ২.৯৩ শতাংশ।



(b) Name the two foreign countries sharing common boundaries with Assam. 


(খ) অসমৰ সীমান্তত অৱস্থিত বিদেশী ৰাষ্ট্র দুখনৰ নাম লিখা । 


Ans: Bhutan and Bangladesh.


উত্তৰঃ ভূটান আৰু বাংলাদেশ।



(c) Name the Indian states sharing common boundaries with Assam. 


(গ) অসমৰ সিমান্তৱৰ্তী ভাৰতীয় প্রশাসন ব্যৱস্থাৰ অন্তর্ভুক্ত ৰাজ্যকেইখনৰ নাম একাৰ্ধিক্রমে লিখা ? 


Ans: Arunachal Pradesh, Nagaland, Manipur, Mizoram Meghalaya and West Bengal.


উত্তৰঃ অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপূৰ, মিজোৰাম, মেঘালয় আৰু পশ্চিম বংগ।




(d) What is the total area of plateau region in Assam ?


(ঘ) অসমৰ মালভূমি অঞ্চলৰ আয়তন কিমান ? 


Ans: The plateau region of Assam covers an area

of 74,000 Sq. Km.


উত্তৰঃ অসমৰ মালভূমি অঞ্চলৰ আয়তন ৭৪,০০০ বৰ্গ কিলোমিটাৰ।




(e) Name the plain separating the Karbi Rengma plateau from Barail range.


(ঙ) কাৰ্বি ৰেংমা মালভূমিক বৰাইল ভংগিল পর্বত মালাৰ পৰা পৃথক কৰা সমভূমি খনৰ নাম কি ?


Ans: The Kopili-Dakaba platform. 


উত্তৰঃ কপিলী ডবকা সমভূমি।




(f) Name the highest peak of Assam located on Rengma Hills.


(চ) ৰেংমা পাহাৰত অৱস্থিত অসমৰ উচ্চতম শৃংগটোৰ নাম কি ?


Ans: Dambukso (1363 metre).


উত্তৰঃ ডামবুকছ' (১৩৬৩ মি.)



(g) By which name the part of Patkai range in southern part of Myanmar is known? 


(ছ) পাটকাই পর্বতশাৰী ম্যানমাৰৰ দক্ষিণ অংশত কি নামেৰে জনাজাত? 


Ans: The part of Patkai range in southern part of Myanmar is know as Regu Yema.


উত্তৰঃ পাটকাই পর্বতশাৰী ম্যানমাৰৰ দক্ষিণ অংশত ৰেগুয়'মা নামে নামেৰে জনাজাত।



(h) The foot-hill belt in the northern part of the Brahmaputra valley extending from Jonai in the east to Jankosh in the west is known by which name ? 


(জ) হিমালয় পর্বতমালাৰ পাদদেশেত ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ অংশত অবস্থিত পূৰ্ব জোনাইৰ পৰা পশ্চিমে সোণকোষলৈ বিস্তৃত পলসুৱা ভূমিখণ্ডক কি নামেৰে জনা যায় ?


Ans: Known as Bhabar Terai Zone.


উত্তৰঃ ভাবৰ টৰাই নামাৰে জনা যায়।



(i) Borgogna is a sub tributary to which tributary ? 


(ঝ) বৰগংগা অসমৰ কোনখন নদীৰ উপনদী ?


Ans: Borgogna is a sub tributary to Brahmaputra.


উত্তৰঃ বৰগংগা অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপনদী 



(j) Name the sub-stream of Brahmaputra flowing through the northern side of Majuli. 


(ঞ) মাজুলীৰ উত্তৰেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ সূতিটোৰ নাম কি ?


Ans: The kherkatia Suli. 


উত্তৰঃ মাজুলীৰ উত্তৰেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ সূতীটোৰ নাম আছিল খেৰকুটীয়া  । 



(k) What is the average gradient of the Borak plain.


(ট) বৰাক সমভূমি খনৰ গড় নতি কিমান ?


Ans: The average gradient of the Borak plain is 20cm/km.


উত্তৰঃ বৰাক সমভূমিখনৰ গড় নতি প্ৰতি কিলোমিটাৰত ২০ চেন্টিমিটাৰ।




1st Year Swadesh Adhyayan Question Answer English Medium

2. In which two geological periods the Barrail Hills system was formed ?


২। বৰাইল পৰ্বত শ্ৰেণী কোন দুটা ভূ-তাত্ত্বিক যুগত সৃষ্টি হৈছিল ?


Ans: The Barrail Hills system was formed in Eocene and Oligocene Geological period.


উত্তৰঃ বৰাইল পৰ্বত শ্ৰেণী ইয়োচিন আৰু অলিগ'চিন ভূ-তাত্ত্বিক যুগত সৃষ্টি হৈছিল।




3. Which two rock systems forming two different land forms have been separated by the drainage ?


৩। লোভা জলধাৰাই কোন দুটা যুগৰ শিলাখণ্ডৰে গঠিত দুটা ভূ-খণ্ডক পৃথক কৰিছে ?


Ans: Meghalaya plateau formed by the Gondwana series of rock from the Barrail Range formed by the shotified sedimentary rocks of Tertiary period.


উত্তৰঃ লোভা জলধাৰাই গণ্ডোৱানা জুগৰ শিলাখণ্ডৰে গঠিত মেঘালয় মালভূমিক টাচিয়াৰি যুগত সৃষ্টি হোৱা স্তৰীভূত শিলৰে গঠিত বৰাইল পাহাৰ শ্ৰেণীক পৃথক কৰিছে।




4. The Bhabar-Tarai belt in Assam is located in between which two places ?


৪। অসমত ”ভাবৰ-টৰাই অঞ্চল” কোন দুটা স্থানৰ মাজত অৱস্থিত ?


Ans: Murkongchelek (Jonai) to Sonkash.



উত্তৰঃ মুৰ্কংচেলেক জোনাই আৰু সোনকোষ।



স্বদেশ অধ্যয়ন Class 11 Question Answer 

5. The foot-hill plain in the southern part of the Brahmaputra is located between which two places.


৫। ব্ৰহ্মপুত্ৰৰ দক্ষিন পাৰত অৱস্থিত গিৰিপদী সমভূমিখন কোন দুখন স্থানৰ মাজত দেখা যায়।


Ans: The foot-hill plain in the southern part of the Brahmaputra is located between Bageri of Golaghat dialect to Dibrugarh.


উত্তৰঃ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত গিৰিপদী সমভূমিখন গোলাঘাট জিলাৰ বাগৰিৰ পৰা পূৰ্বলৈ ডিব্ৰুগড় পৰ্যন্ত দুখন স্থানৰ মাজত দেখা যায়।



6. Draw a sketch-map of Assam and insert there in the major physiographic regions.


৬। অসমৰ এখন আৰ্হি মানচিত্ৰ অংকন কৰি মূল ভূ-প্ৰাকৃতিক বিভাগকেইটা চিহ্নিত কৰা ?

HS 1st Year Swadesh Adhyayan Chapter 1 Question Answer


7. Vladimir Koppen has included the climate of Assam under which type ?


৭। অসমৰ জলবায়ুক ব্লাডিমিৰ কোপেনে কি জলবায়বীয় প্ৰতিৰূপৰ অন্তৰ্ভুক্ত কৰিছে ?


Ans: Humid Mesothermal Gangetic type of climate (Cwg).


উত্তৰঃ উপক্ৰান্তিয় খৰাং শীত গুৰুতাপীয়।




8. The wind with very high velocity that ravage Assam in and around Rongali Bihu is Known by which common name ?


৮। ৰঙালী বিহুৰ আশে পাশে প্ৰবাহিত বায়ুক অসমত কি নামেৰে জনা যায় ?


Ans: Bordoichila.


উত্তৰঃ বৰদৈচিলা নামেৰে জনা যায়।




9. The velocity of monsoon wind in Assam is dependent on–


(a) Intensity of pressure


(b) Physiography


(c) Relief


(d) All of the above



৯। অসমত মৌচুমী বতাহৰ গতিবেগ নিৰ্ভৰ কৰে।


(ক) বায়ুৰ চাপৰ তীব্ৰতাৰ গতি।


 (খ) ভূ-প্রাকৃতি। 


(গ) বন্ধুতৰা।


(ঘ) উপৰোক্ত ক, খ, আৰু গ এই অটাইকেইটাৰ ওপৰত।



Ans: (d) All of the above


উত্তৰঃ (ঘ) উপৰোক্ত ক, খ, আৰু গ এই অটাইকেইটাৰ ওপৰত।




10. The Tropic of Cancer passes through which side of Assam ?

(a) Northern side

(b) Southern side

(c) Through the middle

(d) Extreme east



১১। কর্কট ক্রান্তি ৰেখা অসমৰ কোন ফালেৰে পাৰ হেছে ? 


(ক) উত্তৰ দিশেৰে। 

(খ) দক্ষিণ দিশেৰে। 

(গ) সোমাজেৰে।

(ঘ) একেবাৰে পূব ফালেৰে।


Ans: Southern side.


উত্তৰঃ দক্ষিণ দিশেৰে। 




11. What is the temperature in Assam on average during summer and winter ?


১১। অসমৰ গড় হিচাপত গ্ৰীষ্ম আৰু শীত কালত উষ্ণতাৰ পৰিমাণ কিমান ? 


Ans: The temperature in Assam on average during summer is 28°Celcius and winter is 13°Celcius


উত্তৰঃ গ্রীষ্ম কালত ২৮° ছেলছিয়াছ আৰু শীত কালত ১৩° ছেলছিয়াছ।




Class 11 Swadesh Adhyayan Chapter 1 Locational Significance, Physiography Divisions, Climate & Soil

12. What is the average rainfall in Assam during summer and winter?


১২। গ্রীষ্ম আৰু শীতকালত গড় হিচাপে অসমৰ বৃষ্টিপাতৰ পৰিমাণ কিমান ? 


Ans: The average rainfall in Assam during summer is 220 centimetre and in winter is 12 centimetre. 


উত্তৰঃ গড় হিচাপে অসমৰ বৃষ্টিপাতৰ পৰিমাণ গ্রীষ্ম কালত ২২০ছেন্টিমিটাৰ আৰু শীতকালত ১২ ছেন্টিমিটাৰ।




13. Menton the factors on which the climate of Assam depends.


১৩। অসমৰ জলবায়ু কোনবোৰ কাৰকৰ ওপৰত নির্ভৰ কৰে ?


Ans: (a) Sub tropical location.


(b) Physiography and relief


(c) The alternating pressure condition over

the north-west India, and the Bay of Bengal and north-eastern part of India and their seasonal shifting nature


(d) Pre dominance of topical maritime airman.


(e) Local mountain and valley wind.



উত্তৰঃ (১) উপক্রান্তীয় অৱস্থান।


(২) ভূ-প্রকৃতি আৰু বন্ধুৰতা।


(৩) বংগোপ সাগৰৰ উত্তৰ পশ্চিম আৰু পূব দিশত সৃষ্টি হোৱা সম্পূর্ণ বিপৰীতমুখী আৰু বিপৰীতধর্মী চাপবলয় আৰু সেইবোৰ ঋতু অনুযায়ী সাময়িকভাবে স্থান পৰিবর্তন। 


(৪) ক্রান্তীয় সামুদ্রিক বায়ু প্রভাবত প্রভাব। 


(৫) স্থানীয় পাহাৰীয়া আৰু উপত্যকা অঞ্চলৰ পৰা বলা বায়ুপ্রবাহ।




14. In which parts of Assam soils composed of sand, silt, cobbles, pebbles gravels etc. are found ?


১৪। অসমত কোন অঞ্চলত কংকৰ মিশ্রিত ৰঙামাটি পোৱা যায় ?


Ans: In Karbi Anglong, West Karbi Anglong, Dima Hasao and the foothill region of Upper Brahmaputra valley soils composed of sand, silt, cobbles, pebbles gravels etc. are found. 


উত্তৰঃ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু ব্রহ্মপুত্র উপত্যকাৰ উজনি অঞ্চলৰ পাহাৰৰ পাদদেশৰ ঠায়ে ঠায়ে কংকৰ মিশ্রিত ৰঙামাটি পোৱা যায়।




15. In which soil extensively found in Assam there is deficiency in lime, iodine, potash, phosphorus ? 


১৫। অসমত ব্যাপক ধ​ৰনে পোৱা কোনবিধ মাটিত সাধাৰনতে চূন, অয়ডিন, পটাছ, ফছফৰাছ অদি নাথাকে ?


Ans: Hilly mud soil or red loamy soils.


উত্তৰঃ ৰঙামাটি।



16. What is Humus ?


১৬। হিউমাছ কি ?


Ans: The organic component of soil, formed by the decomposition of plant material by soil microorganisms is called Humus.



উত্তৰঃ মাটিৰ অণুজীৱৰ দ্বাৰা উদ্ভিদ পদাৰ্থৰ পচনৰ ফলত গঠিত মাটিৰ জৈৱিক উপাদানটোক হিউমাছ বোলা হয়।




17. Which soil of Assam is very congenial for the plantation ? 


১৭। চাহখেতিৰ বাবে অসমৰ কোনবিধ মাটি উৎকৃষ্ট ?


Ans: The latent soils.


উত্তৰঃ ফছফৰাছ যুক্ত মাটি।




18. In which two major floodplains of Assam levee found ?


১৯। নতুন পলসুৱা মাটি অসমৰ কোন দুটা প্লাৱনভূমিত পোয়া যায় ?


Ans: Brahmaputra and Barak flood plain.


উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উওৰ অৰু দক্ষিণ পাৰৰ বৰাকৰ প্লাৱনভূমিত পোয়া যায়।




19. What are major soil Types of Assam ?


১৯। অসমত বহলভিত্তিত বিভক্ত কৰা মাটিৰ শ্ৰেণী কেইপ্ৰকাৰৰ আৰু কি কি ?


Ans: The major soil types of Assam divided into four types. These are Alluvial fort, Red sandy soil, Red soil and laterite soil.


উত্তৰঃ অসমৰ মাটি চাৰিটা শ্ৰেণীত বিভক্ত । সেইকেইটা হল– পলসুৱা মাটি, পাহাৰীয়া মাটি, ৰঙা মাটি আৰু কংকৰ বা লেটেৰাইট মাটি। 



"Important & Common Question for Exam will be updated soon 

পৰীক্ষাৰ বাবে দৰকাৰী আৰু কমন প্ৰশ্ন সমূহ সোনকালেই আপডেট কৰা হ'ব"


Class 11 / HS 1st Year Science Biology English Medium



HS 1st Year Mathematics Question Paper 2016 PDF Download 

HS 1st Year Mathematics Question Paper 2017 PDF Download

HS 1st Year Mathematics Question Paper 2018 PDF Download

HS 1st Year Mathematics Question Paper 2020 PDF Download

HS 1st Year Mathematics Question Paper 2022 PDF Download


HS 1st Year Physics Question Paper 2022 PDF Download



HS 1st Year Political Science Question Paper 2016 PDF Download 

HS 1st Year Political Science Question Paper 2017 PDF Download 

HS 1st Year Political Science Question Paper 2018 PDF Download 

HS 1st Year Political Science Question Paper 2019 PDF Download

HS 1st Year Political Science Question Paper 2020 PDF Download 

HS 1st Year Political Science Question Paper 2021 PDF Download 

HS 1st Year Political Science Question Paper 2022 PDF Download


HS 1st Year Economics Question Paper 2017 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2018 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2019 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2020 PDF Download 

HS 1st Year Economics Question Paper 2021 PDF Download (Uploading) 

HS 1st Year Economics Question Paper 2022 PDF Download (Uploading) 


HS 1st Year History Question Paper 2016 PDF Download

HS 1st Year History Question Paper 2017 PDF Download

HS 1st Year History Question Paper 2018 PDF Download

HS 1st Year History Question Paper 2019 PDF Download 

HS 1st Year History Question Paper 2020 PDF Download





English Model Paper 2023 Pdf 













No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.