18 Mar 2023

Sociology Hs 1st Year Question Paper 2020

Sociology Hs 1st Year Question Paper 2020

Sociology Hs 1st Year Question Paper 2020


Sociology Hs 1st Year Question Paper 2020: Here in this post you can avail Sociology Hs 1st Year Question Paper 2020.




HS 1st Year Sociology Question Paper 2020


Total number of pages: 8

20E SOCI

2020

SOCIOLOGY

Full Marks: 100

Pass Marks: 30

Time: Three hours

The figures in the margin indicate full marks for the questions.

Q. No. 1 carries 1 mark each  1×12=12

O No 2-13 carry 2 marks nach  2×12=24

Q. No. 14-23 carry 4 murks each  4×10=40

Q. No. 24-27 carry 6 marks each  6×4=24

Total-100



1. (a)  In which country, sociology was first started as separate discipline for teaching ? 1

কোনখন দেশত সমাজতত্বক এক শিকনীয় বিষয় হিচাপে প্ৰথমে আৰম্ভ কৰিছিল ?


(b) "History is past Sociology and Sociology is present History - Whose statement is this ? 1

"ইতিহাস হল, অতীত সমাজতত্ব আৰু সমাজতত্ব" বৰ্তমানৰ ইতিহাস - উক্তিটো কাৰ ?


(c) Who first introduced the Concept of Social Control ? 1

সামাজিক নিয়ন্ত্রণ অবধাৰণাটো প্ৰথমে কোনে আগবঢ়াইছিল ?


(d) "Institution is the established forms of procedures" - who said this ? 1

"সংস্থা পদ্ধতি সংস্থাপিত ৰূপ" - কোনে কৈছিল ?


(e) What is Sample ? 1

নমুনা কি ?


(f) Give one definition of social research. 1

সামাজিক গবেষণাৰ এটা সংজ্ঞা দিয়া ।


(g) What is social stratification ? 1

সামাজিক স্তৰীকৰণ কি ? 



(h) Who first coined the term 'ecology' ? 1

'পৰিস্থিতি বিজ্ঞান' শব্দটো প্ৰথমে কোনে আগবঢ়াইছিল?


(i) When did Bhopal Gas tragedy occur ? 1

ভূপালৰ গেছ দুর্ঘটনা কেতিয়া সংঘটিত হৈছিল ?


(j) "Competition is an impersonal, unconscious continuous process." (Yes or No) 1

"প্রতিযোগিতা হ'ল এক নৈৰ্ব্যতিক, অসচেতন প্রক্রিয়া।" (সত্য নে সত্য)


(k) Who coined the concept 'Ideal Type' ? 1

"আদর্শ নমুনা" অৱধাৰণা কোনে দাঙি ধৰিছিল ?


(l) Who wrote the book 'The Elementary forms of Religious Life" ? 1 

"The Elementary forms of Religious Life" গ্ৰন্থখন কোনে লিখিছিল ? 



2. Write two difference between Sociology and Anthropology. 2

সমাজতত্ব আৰু নৃতত্বৰ মাজত থকা দুটা পাৰ্থক্য লিখা ।



3. Write two difference between Institution and Association. 2

সন্থা আৰু সংস্থাৰ মাজত থকা দুটা পাৰ্থক্য লিখা ।


4. Write the types of status with examples. 2

উদাহৰণসহ প্ৰস্থিতিৰ প্ৰকাৰ কেইটা লিখা।

Or/ অথবা 

Differentiate between 'Role' and 'Status', 2

'প্ৰস্থিতি' আৰু 'ভূমিকা' ৰ মাজত থকা পাৰ্থক্য দেখুওৱা।



5. Write two aims of social research. 2

 সামাজিক গৱেষণাৰ দুটা লক্ষ্য লিখা ।


6. Mention the techniques or methods of data collection in social research. 2

সামাজিক গবেষণাত তথ্য সংগ্ৰহৰ পদ্ধতি বা কৌশল সমূহ উল্লেখ কৰা ।


7. Differentiate between Caste and Class. 2

জাতি আৰু শ্ৰেণীৰ মাজত থকা পার্থক্য দেখুওৱা ।


8. What are the two direction of social mobility ? Write with examples. 2

সামাজিক গতিশীলতাৰ দিশ দুটা কি কি ? উদাহৰণসহ লিখা ।


9. Differentiate between ecology and environment. 2

পৰিস্থিতি বিজ্ঞান আৰু পৰিবেশৰ মাজত পাৰ্থক্য দেখুওৱা ।


Sociology Question Paper 2020 Class 11

10. Mention to environmental problems. 2

দুটা পৰিবেশতান্ত্রিক সমস্যা উল্লেখ কৰা ।


11. Karl Marx mentioned two classes. What are these ? 2

কার্ল মাৰ্ক্সে দুটা শ্ৰেণীৰ উল্লেখ কৰিছিল । শ্ৰেণী দুটা কি কি ? 


12. Mention the types of society with examples as mentioned by Emile Durkheim. 2

ইমাইল ডুৰখেইমে উল্লেখ কৰা উদাহৰণসহ সমাজৰ প্ৰকাৰ সমূহ উল্লেখ কৰা ।


13. Write free features of welfare state as mentioned by A. R. Desai. 2

এ. আৰ. দেশাইয়ে উল্লেখ কৰা কল্যাণকামী ৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য লিখা ।


14. Define Social Control Discuss any one of the agencies of social control. 1+3=4

সামাজিক নিয়ন্ত্ৰণৰ সংজ্ঞা দিয়া । সামাজিক নিয়ন্ত্ৰণৰ যিকোনো এটা অভিকৰ্তাৰ বিষয়ে আলোচনা কৰা ।



15. Discuss the functions of family. 4

পৰিয়ালৰ কাৰ্য্যসমূহ আলোচনা কৰা।


16. Define Culture. Discuss the different types of culture. 1+3=4

সংস্কৃতিৰ সংজ্ঞা দিয়া । সংস্কৃতিৰ বিভিন্ন প্ৰকাৰ সমূহৰ বিষয়ে আলোচনা কৰা।



17. Differentiate between social survey and social research. 4

 সামাজিক গবেষণা আৰু সামাজিক জৰীপৰ মাজত পার্থক্য দেখুওৱা ।



18. Discuss the role of conflict in society. 4

সমাজত সংঘৰ্ষৰ ভূমিকা সম্পর্কে আলোচনা কৰা ।


19. Write the characteristics of rural life. 4

গ্ৰাম্যজীৱনৰ বৈশিষ্ট্য সমূহ লিখা।


20. Why 'environment' is important for sociological study ? Discuss. 4

'পৰিবেশ' সমাজতাত্বিক অধ্যয়নৰ বাবে কিয় গুৰুত্বপূর্ণ । আলোচনা কৰা ।


21. Discuss the social action as described by Max Weber. 4

মেক্স ৱেবাৰে বর্ণনা কৰা সামাজিক ক্ৰিয়াৰ বিষয়ে আলোচনা কৰা ।



HS 1st Year Sociology Question Answer

22. Discuss any one of the contribution of G. S. Ghuryee to sociology. 4

সমাজতত্বলৈ জি. এচ. ঘুৰীৰ যিকোনো এটা অৱদানৰ বিষয়ে আলোচনা কৰা ।


23. Write a note on "Tradition and Change as described by D. P. Mukherji. 4

জি. পি. মুখাৰ্জীৰ পৰম্পৰা আৰু পৰিবর্তন' সম্পর্কত এটা টোকা লিখা ।


24. Define Sociology. Discuss the field of sociology. 2+4=6

সমাজতত্বৰ সংজ্ঞা দিয়া । সমাজতত্বৰ ক্ষেত্ৰ সম্পর্কে আলোচনা কৰা ।

Or/ অথবা 

Discuss the emergence of Sociology in the west. 6

পাশ্চাত্যত সমাজতত্বৰ বিকাশ সম্পর্কে আলোচনা কৰা ।



25. Define Religion. Discuss the role of religion in Society. 2+4=6

ধৰ্মৰ সংজ্ঞা দিয়া ।  সমাজত ধৰ্মৰ ভূমিকা সম্পর্কে আলোচনা কৰা ।

Or/ অথবা 

Define Marriage. Discuss the different types of marriage. 2+4=6

বিবাহৰ সংজ্ঞা দিয়া । বিবাহৰ বিভিন্ন প্ৰকাৰ সমূহৰ বিষয়ে আলোচনা কৰা ।


26. Define Socialization. Discuss any one of the agencies of socialization. 2+4=6

সামাজিকীকৰণৰ সংজ্ঞা দিয়া । সামাজিকীকৰণৰ যিকোনো এটা অধিকর্তাৰ বিষয়ে আলোচনা কৰা ।


27. Define Social Change. Discuss any one of the factors of social change. 2+4=6

 সামাজিক পৰিবৰ্তনৰ সংজ্ঞা দিয়া । সামাজিক পৰিবৰ্তনৰ যিকোনো এটা কাৰকৰ বিষয়ে আলোচনা কৰা ।




HS 1st Year Sociology Question Paper 2020 PDF Download

English Model Paper 2023 Pdf 








No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.