2 Aug 2023

Class 9 Social Science Part 2 Chapter 1 MCQs Short Question Answer ভূ- পৃষ্ঠৰ পৰিৱৰ্তন

Class 9 Social Science Part 2 Chapter 1 MCQs Short Question Answer ভূ- পৃষ্ঠৰ পৰিৱৰ্তন

Class 9 Social Science Part 2 Chapter 1 MCQs Short Question Answer ভূ- পৃষ্ঠৰ পৰিৱৰ্তন


Class 9 Social Science Part 2 Chapter 1 MCQs Short Question Answer ভূ- পৃষ্ঠৰ পৰিৱৰ্তন: Class 9 Social Science (Geography) Multiple Choice (MCQ) Question Answer to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Social Science MCQ Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন Question Answer. Here you can avail SEBA Class 9 Social Science Question Answer | নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান প্রশ্ন-উত্তৰ | Assamese Medium.



SEBA Class 9 Social Science Question Answer | নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান প্রশ্ন-উত্তৰ | Assamese Medium


১। পৃথিৱীৰ উপৰিভাগ কিহেৰে গঠিত ?

(ক) পানী আৰু বায়ু।

(খ) মহাদেশ আৰু দেশ।

(গ) পানী আৰু মাটি।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) পানী আৰু মাটি।



২। পৃথিৱীৰ উপৰিভাগ কিহেৰে পৰিপূৰ্ণ ?

(ক) দেশ আৰু মহাদেশ।

(খ) পানী আৰু বতাহ।

(গ) পানী আৰু মাটি।

(ঘ) মহাদেশ আৰু মহাসাগৰ।

উত্তৰঃ (ঘ) মহাদেশ আৰু মহাসাগৰ ৷



৩। পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ জলভাগেৰে আগুৰি আছে ?

(ক) ৭২ শতাংশ

(খ) ৭৫ শতাংশ

(গ) ৭১ শতাংশ

(ঘ) ৭৩ শতাংশ

উত্তৰঃ (গ) ৭১ শতাংশ



৪। পৃথিৱীৰ খোলাটো কিহেৰে গঠিত ?

(ক) পানী।

(খ) মাটি।

(গ) ফলক।

(ঘ) বায়ু।

উত্তৰঃ (গ) ফলক।



৫। হিমযুগত পৃথিৱীৰ উপৰিভাগ কিহেৰে ঢাকি ৰাখিছিল ?

(ক) শিল।

(খ) ডাৱৰ।

(গ) তুষাৰ।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) তুষাৰ ৷




৬। পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান ?

(ক) ০.৯ নিযুত কিলোমিটাৰ ।

(খ) ০.৭ নিযুত কিলোমিটাৰ ।

(গ) ০.৫ নিযুত কিলোমিটাৰ ।

(ঘ) ০.৬ নিযুত কিলোমিটাৰ ।

উত্তৰঃ (গ) ০.৫ নিযুত কিলোমিটাৰ । 




৭।  ভূ-পৃষ্ঠৰ বাহ্যিক কাৰকবোৰ মূলতঃ ক’ৰ পৰা ক্রিয়া কৰে ?

(ক) ওপৰৰ পৰা।

(খ) বাহিৰৰ পৰা।

(গ) ভিতৰৰ পৰা।

(ঘ) মাজৰ পৰা।

উত্তৰঃ (খ) বাহিৰৰ পৰা।




৮। তলৰ কোনটো আভ্যন্তৰীণ কাৰক ?

(ক) নদী

(খ) ভূমিকম্প

(গ) বতাহ

(ঘ) সাগৰৰ ঢৌ

উত্তৰঃ (খ) ভূমিকম্প




৯। নিম্নলিখিত কোনটো বাহ্যিক কাৰক ?

(ক) বৰষুণ।

(খ) ভূমিকম্প।

(গ) সাগৰ।

(ঘ) নদী।

উত্তৰঃ (ক) বৰষুণ।



১০।  নদীৰ পানীৰ মূল উৎস কি ?

(ক) পুখুৰীৰ পানী।

(খ) বৰষুণৰ পানী।

(গ) সাগৰৰ পানী।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) বৰষুণৰ পানী।



১১।  নদীৰ কাৰ্যক কেইটা ভাগত ভাগ কৰিব পাৰি ?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (গ) তিনিটা।



১২। অসমৰ কোনটো নদীৰ এটা কাৰ্য ?

(ক) খনন।

(খ) চলন।

(গ) স্খলন।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) খনন।



১৩। উচ্চ ভূমি অঞ্চলত নদীৰ গতিবেগ—

(ক) নিম্ন।

(খ) ক্ষীপ্র।

(ঘ) প্রবল।

(গ) মন্থৰ।

উত্তৰঃ (ঘ) প্রবল



১৪।  ভৈয়াম অঞ্চলত নদীৰ গভীৰতা—

(ক) বৃদ্ধি।

(খ) হ্রাস পায়।

(গ) গহীন।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) হ্রাস পায়।



Class 9 Social Science MCQ Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ

১৫। নদীয়ে কেইধৰণৰ গেদ কঢ়িয়াই ?

(ক) দুই।

(খ) এক।

(গ) চাৰি।

(ঘ) তিনি।

উত্তৰঃ (ঘ) তিনি।



১৬। নদীৰ খনন কাৰ্য ক’ত চলে ?

(ক) নিম্নগতি অংশত।

(খ) উচ্চগতি অংশত।

(গ) মধ্যগতি অংশত।

(ঘ) উচ্চ-নিম্নগতি অংশত।

উত্তৰঃ (খ) উচ্চগতি অংশত।



১৭। উৎসৰ পৰা মোহনালৈকে যি পথেৰে নদীয়ে গতি কৰে তাক কি বোলে ?

(ক) নদীৰ খনন।

(খ) পৰিবহন।

(ঘ) নদীৰ গতিপথ।

(গ) জমাকৰণ।

উত্তৰঃ (ঘ) নদীৰ গতিপথ।



১৮। পৃথিৱীৰ মহাসাগৰ কেইখন ?

(ক) পাঁচখন।

(খ) চাৰিখন।

(গ) সাতখন।

(ঘ) ছয়খন।

উত্তৰঃ (ক) পাঁচখন।




১৯। অশ্বখুৰা হ্রদ ক’ত অৱস্থিত ?

(ক) কাঠমাণ্ডু।

(খ) ছিডনী।

(গ) এৰিজ’না।

(ঘ) চেন্নাই।

উত্তৰঃ (গ) এৰিজ’না।




২০। দ্বীপৰ বিল ক’ত অৱস্থিত ?

(ক) তেজপুৰ।

(খ) গুৱাহাটী।

(গ) সৰ্থেবাৰী।

(ঘ) লক্ষীপুঞ্জ।

উত্তৰঃ (খ) গুৱাহাটী।




২১। দ্বীপৰ বিল কিহৰ বিচৰণভূমি ?

(ক) গঁড়ৰ।

(খ) পৰিভ্ৰমী চৰাইৰ।

(গ) হৰিণৰ।

(ঘ) হলৌ বান্দৰৰ।

উত্তৰঃ (খ) পৰিভ্ৰমী চৰাইৰ।




২২। দ্বীপবোৰৰ আকৃতি অসমীয়া কোন আখৰৰ দৰে ?

(ক) ব আকৃতিৰ 

(খ) ৱ আকৃতিৰ

(গ) চ আকৃতিৰ

(ঘ) দ আকৃতিৰ

উত্তৰঃ (ক) ব আকৃতিৰ




২৩। ঘৰ্ষণৰ যোগেদি ঘটা ক্ষয় প্রক্রিয়াক কি বোলে ?

(ক) হিমবাহ।

(খ) বালিয়াৰি।

(গ) অপঘর্ষণ।

(ঘ) অৱনমন।

উত্তৰঃ (গ) অপঘৰ্ষণ



২৪। শুভ্ৰ মৰুভূমি ক’ত আছে ?

(ক) আৰৱ।

(খ) ছিংগাপুৰ।

(গ) তুৰষ্ক।

(ঘ) ইজিপ্ত।

উত্তৰঃ (ঘ) ইজিপ্ত।



২৫। ৰ’কি পৰ্বত মালা ক’ত অৱস্থিত ?

(ক) উওৰ অমেৰিকা

(খ) দক্ষিণ আমেৰিকা

(গ) ইউৰোপ

(ঘ) এছিয়া

উত্তৰঃ (ক) উওৰ আমেৰিকা




২৬। আল্পছ পৰ্বত মালা ক’ত অৱস্থিত ?

(ক) আফ্ৰিকা

(খ) ইউৰোপ

(ঘ) উওৰ আমেৰিকা

(গ) দক্ষিণ আমেৰিকা

উত্তৰঃ (খ) ইউৰোপ



২৭। গ্ৰাব কেই প্ৰকাৰৰ ?

(ক) ২ প্ৰকাৰৰ

(খ) ৩ প্ৰকাৰৰ

(গ) ৪ প্ৰকাৰৰ

(ঘ) ৫ প্ৰকাৰৰ

উত্তৰঃ (গ) ৪ প্ৰকাৰৰ



২৮। হিমবাহ প্ৰধানকৈ কেই প্ৰকাৰৰ ?

(ক) ৪ প্ৰকাৰৰ

(খ) ৬ প্ৰকাৰৰ

(গ) ২ প্ৰকাৰৰ

(ঘ) ৫ প্ৰকাৰৰ

উত্তৰঃ (গ) ২ প্ৰকাৰৰ



২৯। হিমবাহৰ গতিবেগ দিনটোৰ ভিতৰত কিমান ?

(ক) ২ মিটাৰতকৈ কম।

(খ) ৩ মিটাৰতকৈ কম।

(গ) ১ মিটাৰতকৈ কম।

(ঘ) ১.৫ মিটাৰতকৈ কম।

উত্তৰঃ (গ) ১ মিটাৰতকৈ কম।



৩০। হিমবাহৰ গতিপথ দীঘলীয়া-পথালিয়ে কি আকৃতিৰ ?

(ক) V আকৃতিৰ।

(খ) U আকৃতিৰ।

(গ) W আকৃতিৰ।

(ঘ) Y আকৃতিৰ।

উত্তৰঃ (খ) U আকৃতিৰ।



৩১। অসমত কিমান চনত ডাঙৰ ভূমিকম্প হৈছিল ?

(ক) ১৯০১ চনত।

(খ) ১৯৫০ চনত।

(গ) ১৯৭০ চনত।

(ঘ) ১৮৫০ চনত।

উত্তৰঃ (খ) ১৯৫০ চনত।



৩২। জাপানত প্ৰলয়ংকাৰী ছুনামি কিমান চনত হৈছিল ?

(ক) ১৯৫০ চনত। 

(খ) ২০১১ চনত।

(গ) ২০০০ চনত।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ২০১১ চনত।



৩৩। বালি জমা হৈ সৃষ্টি ঢালযুক্ত অৱয়বক কি বোলে ?

(ক) তউ।

(খ) বালিয়াৰি।

(গ) গেদ।

(ঘ) বালিয়াতট।

উত্তৰঃ (ঘ) বালিয়াতট।



৩৪। গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমি সৃষ্টি হোৱাকে কি বোলে ?

(ক) প্লাৱনভূমি।

(খ) হিউমাছ।

(গ) বালিয়ৰি।

(ঘ) দ্বীপ।

উত্তৰঃ (ক) প্লাৱনভূমি।



৩৫। মহাদেশ আৰু মহাসাগৰত নানা ধৰণৰ পৰিবৰ্তন কিহে কৰে ?

(ক) পাহাৰ-পৰ্বতে।

(খ) সাগৰ-উপসাগৰে।

(গ) নদ-নদীয়ে।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) নদ-নদীয়ে।








No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.