29 May 2026

Class 9 Social Science Chapter 10 Important MCQ Question with Answers

Class 9 Social Science Chapter 10 Important MCQ Question with Answers 

Class 9 Social Science Chapter 10 Important MCQ Question with Answers


Class 9 Social Science Chapter 10 Important MCQ Question with Answers: Political parties in India (ভাৰতৰ ৰাজনৈতিক দল) are classified into National Parties and State (Regional) Parties by the Election Commission of India (ECI). Based on the ECI's latest national recognition criteria, these parties play an essential role in how representatives are chosen and how the government is formed. Here you can avail Class 9 Social Science Chapter 10 Important MCQ Question with Answers. 


Class 9 Social Science Chapter 10 ভাৰতৰ ৰাজনৈতিক দল | Class 9 Political Science Chapter 1 Common MCQ Question with Answers 

১। ভাৰতৰ প্ৰথম ৰাজনৈতিক দল কোনটো ? 

(ক) ভাৰতীয় জনতা দল 

(খ) ভাৰতীয় জাতীয় কংগ্ৰেছ 

(গ) ভাৰতীয় সাম্যবাদী দল 

(ঘ) মুছলিম লীগ 

উত্তৰঃ (খ) ভাৰতীয় জাতীয় কংগ্ৰেছ


২। ভাৰতৰ দ্বিতীয় ৰাজনৈতিক দলটোৰ নাম কি ?

(ক) সৰ্বভাৰতীয় মুছলীম লীগ

(খ) স্বৰাজ পাৰ্টী

(গ) হিন্দু মহাসভা

(ঘ) ভাৰতীয় জনতা পাৰ্টী

উত্তৰঃ (ক) সৰ্বভাৰতীয় মুছলীম লীগ


৩। ভাৰতৰ তৃতীয় ৰাজনৈতিক দলটোৰ নাম কি ?

(ক) সৰ্বভাৰতীয় মুছলীম লীগ

(খ) স্বৰাজ পাৰ্টী

(গ) হিন্দু মহাসভা

(ঘ) ভাৰতীয় জনতা পাৰ্টী

উত্তৰঃ (গ) হিন্দু মহাসভা


৪। ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটোৰ নাম কি ?

(ক) সৰ্বভাৰতীয় মুছলীম লীগ

(খ) স্বৰাজ পাৰ্টী

(গ) হিন্দু মহাসভা

(ঘ) ভাৰতীয় জনতা পাৰ্টী

উত্তৰঃ (খ) স্বৰাজ পাৰ্টী


৫। ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠিত হৈছিল ? 

(ক) ১৮৭৬ চনত 

(খ) ১৮৮০ চনত 

(গ) ১৮৮৫ চনত 

(ঘ) ১৮৯০ চনত 

উত্তৰঃ (গ) ১৮৮৫ চনত


৬। মুছলিম লীগ কেতিয়া গঠিত হৈছিল ? 

(ক) ১৯০০ চনত 

(খ) ১৯০৬ চনত 

(গ) ১৯১০ চনত 

(ঘ) ১৯১৬ চনত 

উত্তৰঃ (খ) ১৯০৬ চনত


৭। হিন্দু মহাসভা কেতিয়া গঠিত হৈছিল ? 

(ক) ১৯০৬ চনত 

(খ) ১৯১০ চনত 

(গ) ১৯১৬ চনত 

(ঘ) ১৯২২ চনত 

উত্তৰঃ (গ) ১৯১৬ চনত


৮। ভাৰতীয় সাম্যবাদী দল কেতিয়া গঠিত হৈছিল ? 

(ক) ১৯২০ চনত 

(খ) ১৯২৪ চনত 

(গ) ১৯৩০ চনত 

(ঘ) ১৯৪৭ চনত 

উত্তৰঃ (খ) ১৯২৪ চনত


৯। কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্মলাভ কৰিছিল ?

(ক) জৱাহৰলাল নেহৰু 

(খ) উমেশ চন্দ্ৰ বেনাৰ্জী

(গ) এলেন অক্টেভিয়ান হিউম

(ঘ) সুৰেন্দ্ৰনাথ বেনাৰ্জী

উত্তৰঃ (গ) এলেন অক্টেভিয়ান হিউম


১০। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ? 

(ক) মহাত্মা গান্ধী 

(খ) জৱাহৰলাল নেহৰু 

(গ) উমেশ চন্দ্ৰ বেনাৰ্জী

(ঘ) বাল গংগাধৰ তিলক 

উত্তৰঃ (গ) উমেশ চন্দ্ৰ বেনাৰ্জী


১১। দুটা বা তাতকৈ অধিক ৰাজনৈতিক দলে মিলি গঠন কৰা চৰকাৰক কি বোলে ?

(ক) মৰ্চা চৰকাৰ

(খ) একনায়কত্ববাদী চৰকাৰ

(গ) ৰাষ্ট্ৰপতি শাসন

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মৰ্চা চৰকাৰ 


১২। ভাৰতত কেন্দ্ৰত প্ৰথমখন মৰ্চা চৰকাৰ কেতিয়া গঠিত হৈছিল ? 

(ক) ১৯৬৭ চনত 

(খ) ১৯৭১ চনত 

(গ) ১৯৭৭ চনত 

(ঘ) ১৯৮৪ চনত 

উত্তৰঃ (গ) ১৯৭৭ চনত


১৩। ভাৰতৰ প্ৰথম মৰ্চা চৰকাৰ কাৰ নেতৃত্বত গঠিত হৈছিল ? 

(ক) ইন্দিৰা গান্ধী 

(খ) মোৰাৰজী দেশাই 

(গ) চৌধৰী চৰণ সিং 

(ঘ) ৰাজীৱ গান্ধী 

উত্তৰঃ (খ) মোৰাৰজী দেশাই


১৪। অসমৰ আঞ্চলিক দল কোনটো ? 

(ক) ডি.এম.কে. 

(খ) নেচনেল কনফাৰেন্স 

(গ) অসম গণ পৰিষদ 

(ঘ) শিৱসেনা 

উত্তৰঃ (গ) অসম গণ পৰিষদ


১৫। ভাৰতৰ প্ৰথম আঞ্চলিক দল কোনটো ? 

(ক) অসম গণ পৰিষদ 

(খ) ডি.এম.কে. 

(গ) নেচনেল কনফাৰেন্স 

(ঘ) আকালি দল 

উত্তৰঃ (খ) ডি.এম.কে. 


১৬। ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ? 

(ক) ১৯৪৭ চনত 

(খ) ১৯৫০ চনত 

(গ) ১৯৫২ চনত 

(ঘ) ১৯৫৭ চনত 

উত্তৰঃ (গ) ১৯৫২ চনত


১৭। ‘দি ইণ্ডিয়ান এছচিয়েচন’ কাৰ নেতৃত্বত গঠিত হৈছিল ? 

(ক) উমেশ চন্দ্ৰ বেনাৰ্জী 

(খ) সুৰেন্দ্ৰনাথ বেনাৰ্জী 

(গ) বাল গংগাধৰ তিলক

(ঘ) মহাত্মা গান্ধী 

উত্তৰঃ (খ) সুৰেন্দ্ৰনাথ বেনাৰ্জী


১৮। চীনত কি ধৰণৰ দলীয় ব্যৱস্থা আছে ? 

(ক) দ্বিদলীয় ব্যৱস্থা 

(খ) বহুদলীয় ব্যৱস্থা 

(গ) একদলীয় ব্যৱস্থা 

(ঘ) কোনো দলীয় ব্যৱস্থা নাই 

উত্তৰঃ (গ) একদলীয় ব্যৱস্থা


১৯। আমেৰিকা যুক্তৰাষ্ট্ৰত কি ধৰণৰ দলীয় ব্যৱস্থা আছে ? 

(ক) একদলীয় ব্যৱস্থা 

(খ) দ্বিদলীয় ব্যৱস্থা 

(গ) বহুদলীয় ব্যৱস্থা 

(ঘ) কোনো দলীয় ব্যৱস্থা নাই 

উত্তৰঃ (খ) দ্বিদলীয় ব্যৱস্থা


২০। ভাৰতত বৰ্তমান কি ধৰণৰ দলীয় ব্যৱস্থা প্ৰচলিত ? 

(ক) একদলীয় ব্যৱস্থা 

(খ) দ্বিদলীয় ব্যৱস্থা 

(গ) বহুদলীয় ব্যৱস্থা

(ঘ) দলহীন গণতন্ত্ৰ 

উত্তৰঃ (গ) বহুদলীয় ব্যৱস্থা


২১। ভাৰতীয় সাম্যবাদী দলৰ আদৰ্শ কাৰ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত ? 

(ক) মহাত্মা গান্ধী 

(খ) কাৰ্ল মাৰ্ক্স 

(গ) জৱাহৰলাল নেহৰু 

(ঘ) ড° বি.আৰ. আম্বেদকাৰ 

উত্তৰঃ (খ) কাৰ্ল মাৰ্ক্স


২২। NDA-ৰ সম্পূৰ্ণ অৰ্থ কি ? 

(ক) National Democratic Alliance 

(খ) National Development Authority 

(গ) New Democratic Alliance 

(ঘ) National Democratic Association 

উত্তৰঃ (ক) National Democratic Alliance


২৩। UPA-ৰ সম্পূৰ্ণ অৰ্থ কি ? 

(ক) United Political Alliance 

(খ) United Progressive Alliance 

(গ) Universal Progressive Alliance 

(ঘ) United Party Alliance 

উত্তৰঃ (খ) United Progressive Alliance


২৪। স্বৰাজ পাটী কাৰ নেতৃত্বত গঠিত হৈছিল ? 

(ক) মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰু 

(খ) চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰু 

(গ) বাল গংগাধৰ তিলক আৰু লালা লাজপত ৰায় 

(ঘ) সুভাষচন্দ্ৰ বোস আৰু ৰাসবিহাৰী বোস 

উত্তৰঃ (খ) চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰু


২৫। ২০১৪ চনত ভাৰতত কোনটো দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল ? 

(ক) ভাৰতীয় জাতীয় কংগ্ৰেছ 

(খ) ভাৰতীয় কমিউনিষ্ট পাৰ্টি 

(গ) ভাৰতীয় জনতা দল 

(ঘ) তৃণমূল কংগ্ৰেছ 

উত্তৰঃ (গ) ভাৰতীয় জনতা দল

No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.