HS 1st Year History Common MCQ for HS 2025
HS 1st Year History Common MCQ for HS 2025: Here you can avail HS 1st Year History Common MCQ for HS 2025.
HS 1st Year History Common MCQ for HS 2025 Pdf | Class 11 History Common Questions for HS 2025
1. Who was Inanna ?
ইনান্না কোন আছিল ?
(a) Goddess of Love - প্ৰেমৰ দেৱী
(b) God of Love - প্রেমৰ দেৱতা
(c) Goddess of Knowledge - জ্ঞানৰ দেৱী
(d) God of knowledge - জ্ঞানৰ দেৱতা
2. When was Islam founded ?
ইচলাম ধৰ্মৰ কেতিয়া সৃষ্টি হৈছিল ?
(a) 1st century AD - খ্রীষ্টীয় প্রথম শতিকাত
(b) 7th century AD - খ্রীষ্টীয় সপ্তম শতিকাত
(c) 5th century AD - খ্রীষ্টীয় পঞ্চম শতিকাত
(d) 9th century AD - খ্রীষ্টীয় নৱম শকিতাক
3. Who founded the Mongol Empire ?
মংগোল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ?
(a) Kublail Khan - কুবলাই খা
(b) Genghis Khan - জেৎগিজ খা
(c) Timur - তৈমুৰ
(d) Ogedei Khan - ওগেদেই খা
4. Louis XI was the ruler of which country ?
একাদশ লুই কোনখন দেশৰ শাসক আছিল?
(a) France - ফ্রান্স
(b) Spain - স্পেইন
(c) Austria - অস্ট্রিয়া
(d) England - ইংলেণ্ড
5. When was the People's Republic of China established ?
চীনত কেতিয়া গণ প্রজাতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা হয় ?
(a) 1947 - ১৯৪৭
(b) 1948 - ১৯৪৮
(c) 1949 - ১৯৪৯
(d) 1950 - ১৯৫০
6. What is the meaning of the word "Mesopotamia" ?
মেছোপটেমিয়া শব্দৰ অৰ্থ কি ?
(a) Land between rivers - নদীৰ মাজৰ ঠাই
(b) Land below the river - নদীৰ তলৰ ঠাই
(c) Land beside the river - নদীৰ কাষৰ ঠাই
(d) Land beyond the river - নদীৰ বাহিৰৰ ঠাই
7. Which was in known as the heart of the Roman Empire ?
কোনটো সাগৰক ৰোমান সাম্রাজ্যৰ হৃদপিণ্ড বুলি কোৱা হয় ?
(a) Arabian Sea - আৰৱ সাগৰ
(b) Bay of Bengal - বঙ্গোপাসাগৰ
(c) Mediterranean Sea - ভূমধ্য সাগৰ
(d) Red Sea - লোহিত সাগৰ
8. What was the language of the Assyrians ?
এছিৰীয়সকলৰ ভাষা কি আছিল ?
(a) Sumerian Language - ছুমেৰীয় ভাষা
(b) Tyrian Language - টাই ভাষা
(c) German Language - জার্মান ভাষা
(d) British Language - ব্রিটিছ ভাষা
9. Which was the oldest civilization in the world ?
বিশ্বৰ আটাইতকৈ পুৰণি সভ্যতা কোনটো আছিল ?
(a) China - চীন
(b) Indus Valley - সিন্ধু উপত্যকা
(c) Mesopotamia - মেছোপটেমিয়া
(d) Greek - গ্রীক
10. Alexander was the king of which city state ?
আলেকজেণ্ডাৰ কোনখন নগৰৰ ৰাষ্ট্ৰৰ ৰজা আছিল ?
(a) Athens - এথেন্স
(b) Sparta - স্পার্টা
(c) Macedonia - মেচিডনিয়া
(d) None of the above - ওপৰৰ এটাও নহয়
11. Who is referred to as the "Father of Modern China" ?
আধুনিক চীনৰ পিতৃ বুলি কাক কোৱা হয় ?
(a) Sun Yat-Sen - ছান-ইয়াত-ছেন
(b) Mao tse tong - মাও ছে তুং
(c) Chiang kai-shek - চিয়াং কাই শেক
(d) None of the above - ওপৰৰ এটাও নহয়
12. The main livelihood of the Mongols was
মঙ্গোলসকলৰ প্রধান জীবিকা আছিল
(a) Agriculture - কৃষি
(b) Industry - উদ্যোগ
(c) Animal husbandry - পশুপালন
(d) None of the above - ওপৰৰ এটাও নহয়
13. Who was called "Leo Africanus" ?
"লিঅ' আপ্রিকানচ" বুলি কাক কোৱা হৈছিল ?
(a) Columbus - কলম্বাছ
(b) Donamerina - ডনামেৰিনা
(c) Ibn Sina - ঈবন ছিনা
(d) Hasanoul-uzzan - হাছান-উল-উজান
14. Where are the Rocky Mountains located ?
ৰকি পর্বতমালা ক'ত অৱস্থিত ?
(a) In Australia - অস্ট্রেলিয়াত
(b) In North America - উত্তৰ আমেৰিকাত
(c) In South America - দক্ষিণ আমেৰিকাত
(d) In Europe - ইউৰোপত
HS 1st Year History Common MCQ for HS 2025 Answer
15. The most powerful class in Japan was....
জাপানৰ আটাইতকৈ ক্ষমতাশালী শ্রেণীটো আছিল-
(a) The Shoguns - চোগুণসকল
(b) The Samurai - ছামুৰাইসকল
(c) The Daimyos - ডাইমোসকল
(d) The Priests - পুৰোহিতসকল
16. Who first researched feudalism ?
কোনে প্রথম সামন্তবাদ সম্পর্কে গৱেষণা কৰিছিল ?
(a) Aristotle - এৰিষ্ট'টল
(b) Mark Block - মার্ক ব্লক
(c) Hildegard - হিল্ডগার্ড
(d) Choucer - চ'চাৰ
17. What did European travelers and scholars consider Mesopotamia to be ?
ইউৰোপৰ পৰিব্ৰাজক আৰু পণ্ডিতসকলে মেছোপটেমিয়াক কি বুলি জ্ঞান কৰিছিল ?
(a) Land of the Gods - ভগৱানৰ ভূমি
(b) Land of Humans - মানুহৰ ভূমি
(c) Land of Ancestors - পূর্বপুৰুষৰ ভূমি
(d) Land of Spirits - প্ৰেতৰ ভূমি
18. When is it known that cuneiform script was used ?
কিউনিফর্ম লিপিৰ ব্যৱহাৰ কেতিয়া হৈছিল বুলি জনা যায় ?
(a) Around 2400 BCE - প্রায় খ্রীঃ 2400 পূবঃ মানত
(b) Around 2500 BCE - প্রায় খ্রীঃ 2500 পূবঃ মানত
(c) Around 2600 BCE - প্রায় খ্রীঃ 2600 পূবঃ মানত
(d) Around 2700 BCE - প্রায় খ্রীঃ 2700 পূবঃ মানত
19. Which region was NOT conquered by the Mongol Emperor ?
মংগোল সাম্রাজ্যৰ সম্রাটসকলে কোনটো অঞ্চল জয় কৰা নাছিল ?
(a) China - চীন
(b) India - ভাৰত
(c) Persia - পাৰস্য
(d) Russia - ৰাছিয়া
20. The term "feudalism" is derived from which language ?
"সামন্তবাদ" শব্দটো কোনটো ভাষাৰ পৰা আহিছে ?
(a) German - জার্মান
(b) Greek - গ্রীক
(c) Latin - লেটিন
(d) French - ফৰাচী
21. Who was at the top of the feudal hierarchy ?
সামন্ততান্ত্রিক শ্রেণীবিৰত শীৰ্ষত কোন আছিল ?
(a) Knights - নাইটসকল
(b) Peasants - কৃষকসকল
(c) The clergy - পুৰোহিতসকল
(d) Merchants - ব্যবসায়ীক গোষ্ঠী
22. Who wrote the famous book "The Prince" during the Renaissance ?
বেনেছা সময়ছোৱাত "দ্যা প্রিন্স" নামৰ প্রসিদ্ধ কিতাপখন কোনে লিখিছিল?
(a) Thomas More - থমাছ ম'ৰ
(b) Erasmus - এৰাছমাছ
(c) Niccolo Machiavelli - নিকোল মেকিয়াভেলি
(d) Dante Alighieri - দান্তে আলিঘিয়েৰী
23. The Indigenous people of Australia migrated from where ?
অষ্ট্ৰেলিয়াৰ আদিম অধিবাসীসকল ক'ৰ পৰা প্ৰব্ৰজন কৰিছিল ?
(a) India - ভাৰতবৰ্ষ
(b) Vietnam - ভিয়েটনাম
(c) New Guinea - নিউগিয়েনা
(d) Indonesia - ইণ্ডোনেছিয়া
24. What did Genghis Khan implement to unify and govern his vast empire ?
জেংগিছ খান নিজৰ বৃহৎ সাম্রাজ্য একত্রিত আৰু শাসন কৰিবলৈ কি কাৰ্যসূচী পালন কৰিছিল ?
(a) A written constitution - এক লিখিত সংবিধান
(b) Multiple Offical Language - একাধিক চৰকাৰী ভাষা
(c) A postal system - এক ডাক ব্যৱস্থা
(d) A strict feudal system - এক কঠোৰ সামন্তবাদী ব্যৱস্থা
25. Which European nation first established a colony in North America ?
উত্তৰ আমেৰিকাত কোনটো ইউৰোপীয় জাতিয়ে প্রথম উপনিবেশ প্রতিষ্ঠা কৰিছিল ?
(a) British - বৃটিছ সকল
(b) Protuguese - পর্তুগীজ সকল
(c) Spanish - স্পেনিছসকল
(d) Dutch - ডাচ সকল
26. What language did the aristocarate class of the Eastern Roman Empire speak ?
ৰোমান সাম্ৰাজ্যৰ পূর্বাংশৰ সম্ভ্রান্ত শ্ৰেণীৰ লোকসকলে কি ভাষা কৈছিল ?
(a) Greek - গ্রীক
(b) Persian - পাৰ্চী
(c) Latin - লেটিন
(d) None of the above - ওপৰৰ এটাও নহয়
27. What was the primary duty of knights in the feudal system ?
সামন্ততান্ত্রিক ব্যৱস্থাত নাইটসকলৰ প্ৰধান দায়িত্ব কি আছিল ?
(a) Collecting taxes - কৰ সংগ্ৰহ কৰা
(b) Farming the land - খেতি কৰা
(c) Providing military service - সামৰিক সেৱা প্রদান কৰা
(d) Making laws - আইন বনোৱা
28. In ancient times, form which city did the Emperor of Japan rule ?
পুৰণি কালত জাপান সম্রাটে কোনখন নগৰৰ পৰা ৰাজত্ব কৰিছিল ?
(a) Tokyo - টকিঅ
(b) Kyoto - কিয়োটা
(c) Osaka - ওচাকা
(d) Edo - ইডো
29. Who is considered the greatest historian of ancient China ?
প্রাচীন চীনৰ শ্রেষ্ঠতম ঐতিহাসিকজনৰ নাম কি ?
(a) Sima Miao - ছিমা মিয়াৰ
(b) Xiang Qian - ছিয়াং কিয়ান
(c) Uyghur - উইঘুৰ
(d) Manchu - মাকু
30. The Hopis are the indigenous people of which continent ?
হপিছসকল কোন মহাদেশৰ আদিম জনগোষ্ঠী ?
(a) North America - উত্তৰ আমেৰিকা
(b) South America - দক্ষিণ আমেৰিকা
(c) Afirca - আফ্রিকা
(d) Asia - এছিয়া
No comments:
Post a Comment
Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.