17 Dec 2023

AHSEC HS 2nd Year Political Science Test Paper All Assam

AHSEC HS 2nd Year Political Science Test Paper All Assam

AHSEC HS 2nd Year English Test Paper All Assam


AHSEC HS 2nd Year Political Science Test Paper All Assam: Students who are studying in class 10/12 must be looking for Model Question Paper/Sample Question Paper/Pre Board Question Paper/Test Paper. Practicing model question papers is a good source for exam preparation. In this article you can avail AHSEC HS 2nd Year Political Science Test Paper All Assam.


Charaideo District Pre Board Question Paper 2023

Students who are studying in class 10/12 must be looking for Model Question Paper/Sample Question Paper/Pre Board Question Paper/Test Paper. Practicing model question papers is a good source for exam preparation. In this article you can avail Charaideo District Pre Board Question Paper 2023 for free



Charaideo District Class 12 Pre Board Question Paper 2023 |AHSEC Test Paper 2024


PRE-FINAL EXAΜΙΝΑΤΙΟΝ, 2023-24
CLASS-XII

Subject: POLITICAL SCIENCE 

Full Marks: 80
Pass Marks: 30

TIME: 3 Hours


The figures in the margin indicate full marks for the questions.

Part-A(ক অংশ)
(Contemporary world politics) 
(সমসাময়িক বিশ্ব বাজনীতি)

This page belongs to edunation19 

1. Answer any five from the following: 1x5=5
    নিম্নলিখিত বোৰৰ যিকোনো পাঁচটাৰ উত্তৰ লিখাঃ

(a) The collapse of which country is known as the collapse of 'Second World" ?
      কোনখন ৰাষ্ট্ৰৰ পতনক 'দ্বিতীয় বিশ্বৰ' পতন হিচাপে জনা যায় ?

(b) What is the full from of ASEAN ?
      ASEAN ৰ সম্পূৰ্ণ ৰূপটো লিখা ?

(c) In which year was Bangladesh born as on Independent country ?
     কোন বর্ষত বাংলাদেশ এখন স্বাধীন ৰাষ্ট্র ৰূপে জন্ম হৈছিল ?

(d) Where was the first SAARC summit held ?
       SAARC ৰ প্ৰথমখন শীর্ষ সম্মিলন ক'ত অনুষ্ঠিত হৈছিল ?

(e) Who was the first secretary general of UNO ?
      ৰাষ্ট্ৰসংঘৰ প্ৰথম জন সচিব প্রধান কোন আছিল ?

(f) What is security ?
      নিৰাপত্তা কি ?

(g) Earth summit was held in the year ................ (Fill in the blanks)
     বসুন্ধৰা সন্মিলন অনুষ্ঠিত হৈছিল ................ চনত। (খালী ঠাই পূৰণ কৰা)

(h) When was the nuclear non proliferation treaty signed ?
      পাৰমাণৱিক অস্ত্র নিঃসম্প্ৰসাৰণ চুক্তি কোন চনত সম্পাদন হৈছিল ?


2 Answer any five of the following question: 2×5=10
নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো পাঁচটাৰ উত্তৰ লিখাঃ

(a) Mention two reforms Mikhail Gorbachev initiated in the Soviet Union.
     মিখাইল গর্বাছেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটা উল্লেখ কৰা।

(b) When was ASEAN established and how many members were there at the begining ?
       ASEAN কোন চনত গঠন হৈছিল আৰু আৰম্ভণিতে ইয়াৰ কিমান সদস্য ৰাষ্ট্ৰ আছিল ?

(c) Mention two major areas of influence of European union.
      ইউৰোপীয় সংঘৰ প্ৰভাৱৰ দুটা প্রধান ক্ষেত্ৰৰ বিষয়ে লিখা।

(d) Mention a case of conflict and co-operation between India and Bangladesh.
      ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা আৰু সংঘাতৰ এটাকৈ দিশ উল্লেখ কৰা।

(e) Mention two causes of conflict between India and Pakistan.
      ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্র উল্লেখ কৰা।

(f) Write down five names of permanent member states of security council.
      নিৰাপত্তা পৰিষদৰ পাঁচখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম লিখা।

(g) Mention two sources of threats to human being. 
      মানৱ জাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি উল্লেখ কৰা।

(h) Write the name of two great powers of Asia.
      এছিয়াৰ দুটা বৃহৎ শক্তিৰ নাম লিখা।


3. Answer any five from the following question: 3x5=15
    নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো পাঁচটা উত্তৰ লিখাঃ

(a) Why did Soviet union disintegrate? Mention three causes.
      ছোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল ? তিনিটা কাৰণ দৰ্শোৱা।

(b) Discuss India's relationship with China.
      চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক আলোচনা কৰা।

(c) Discuss briefly the rise of China as an economic power.
      অর্থনৈতিক শক্তি হিচাপে চীনৰ উত্থানৰ সম্পৰ্কে আলোচনা কৰা।

(d) Point out the three reasons which led the people।of east Pakistan for a liberation movement. 
     পূব পাকিস্তানৰ জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্রহণ কৰিবলগীয়া হোৱাৰ তিনিটা কাৰণ আঙুলিয়াই দেখুওৱা।

(e) Mention three causes for the failure of stable democracy in Pakistan.
     সুস্থিৰ গণতন্ত্র প্রতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তানৰ ব্যৰ্থতাৰ তিনিটা কাৰণ আলোচনা কৰা।

(f) Do you support that India should get the perma nent membership in the UN security council ? Justify your answer.
     ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যপদ পাব লাগে বুলি তুমি সমর্থন কৰানে ? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রদর্শন কৰা।

(g) Discuss how terrorism threats to global security. 
      সন্ত্রাসবাদে বিশ্ব নিৰাপত্তাৰ প্ৰতি কেনেদৰে ভাবুকি কঢ়িয়াই আনে সেই বিষয়ে আলোচনা কৰা।

(h) Write three causes of Globalisation.
       বিশ্বায়নৰ তিনিটা কাৰণ লিখা।


4. Answer any two from the following questions: 5x2=10               নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো দুটা উত্তৰ লিখাঃ

(a) Discuss the role and limitation of SAARC as a regional organisation.
      আঞ্চলিক সহযোগিতামূলক সংগঠন হিচাপে ছাৰ্কৰ ভূমিকা আৰু সীমাবদ্ধতা আলোচনা কৰা

(b) Discuss about the need of reforms in the united nations.
       ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ বিষয়ে আলোচনা কৰা।

(c) What do you mean by 'Global Commons" ? Suggest two measures for the protection of the global commons. 
      'বিশ্বজনীন উমৈহতীয়া' মানে কি বুজা ? বিশ্বজনীন উমৈহতীয়াৰ ৰক্ষণাবেক্ষণৰ বাবে দুটা ব্যৱস্থাৰ পৰামৰ্শ দিয়া।

(d) Discuss briefly about the political and economic consequences of globalisation.
      বিশ্বায়নৰ ৰাজনৈতিক আৰু অর্থনৈতিক পৰিণতিসমূহৰ বিষয়ে আলোচনা কৰা।


Charaideo District Class 12 Pre Board Question Paper Pdf Download 

Part - B (খ-অংশ)

(Politics in India since Independence)
(স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি)

5. Answer any five from the following question: 1×5=5
    নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো পাঁচটাৰ উত্তৰ লিখাঃ

(a) When was the state reorganisation Act adopted ? 
       ৰাজ্য পুনৰ গঠন আইন কেতিয়া গ্রহণ কৰা হৈছিল ?

(b) In which year first general election was held in India ?
      ভাৰতত প্রথম সাধাৰণ নির্বাচন কোন বছৰত অনুষ্ঠিত হৈছিল ?

(c) Mention the name of the present chairman of "Niti Ayog in India. 
     ভাৰতৰ নীতি আয়োগৰ বৰ্তমানৰ অধ্যক্ষজনৰ নাম উল্লেখ কৰা।

(d) When was the first summit of NAM held ?
       গোষ্ঠীনিৰপেক্ষৰ প্ৰথমখন শীর্ষ সূন্মিলন ক'ত অনুষ্ঠিত হৈছিল ?

(e) Who is regarded as the 'Father of green revolution in India ? 
     ভাৰতৰ 'সেউজ বিপ্লৱৰ পিতৃ' হিচাপে কাক আখ্যা দিয়া হয় ?

(f) What was the main slogan of Indira Gandhi in 1971 general election ?
      ১৯৭১ চনৰ সাধাৰণ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ প্ৰধান শ্লোগান কি আছিল ?

(g) Who was the leader of MNF ? 
      MNF ৰ নেতা কোন আছিল ? 

(h) Which political party led the NDA ? 
       ৰাষ্ট্রীয় গণতান্ত্রিক মৰ্চাৰ (NDA) নেতৃত্ব কোনটো ৰাজনৈতিক দলে বহন কৰিছিল?


6. Answer any five from the following question: 2x5=10 
     নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো পাঁচটা উত্তৰ লিখাঃ

(a) Mention two major challanges that India faced after independence.
      ভাৰতবৰ্ষই স্বাধীনতাৰ পিছত সন্মুখীন হোৱা দুটা প্রধান 'প্রত্যাহ্বান উল্লেখ কৰা।

(b) Mention two consequences of 1967 election.
       ১৯৬৭ চনৰ নিৰ্বাচনৰ দুটা ফলাফল উল্লেখ কৰা।

(c) Mention any two regional political parties of India.
      ভাৰতৰ যিকোনো দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা।

(d) When was Bharatiya Jana Sangh formed and who was its founding president ?
       ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল আৰু সেই দলৰ প্রতিষ্ঠাপক সভাপতি কোন আছিল ?

(e) When was the national planning commitee formed and who was its chairperson ?
      ভাৰতীয় পৰিকল্পনা সমিতি কেতিয়া প্রতিষ্ঠা কৰা হৈছিল আৰু তাৰ সভাপতি কোন আছিল ?

(f) What do you mean by Panchsheel ?
      পঞ্চশীল বুলিলে কি বুজা ?

(g) Write two consequences of emergency decleration in 1975.
      ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি উল্লেখ কৰা।

(h) Mention any two propositios of the Mondol commision.
      মণ্ডল আয়োগৰ যিকোনো দুটা পৰামৰ্শ উল্লেখ কৰা।


7. Answer any five from the following question: 3x5=15 
     নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো পাঁচটা উত্তৰ লিখাঃ

(a) Explain briefly about "Two Nation Theory". 
     'দ্বি-জাতি তত্ত্ব' সম্পর্কে চমুকৈ ব্যাখ্যা কৰা।

(b) Discuss briefly the causes of decline of the congress party.
       কংগ্ৰেছ দলৰ অৱনতিৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা।

(c) Write short note on 1st five year plan. 
      প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ ওপৰত চমুকৈ লিখা।

(d) Discuss the main objectives of India's foreign policy.
       ভাৰতৰ বৈদেশিক নীতিৰ মূল উদেশ্যসমূহ আলোচনা কৰা।

(e) Write three features of coalition Government. 
      মৰ্চা চৰকাৰৰ যিকোনো তিনিটা বৈশিষ্ট্য লিখা।

(f) Discuss briefly about the initiative taken by Janta government.
      জনতা চৰকাৰে গ্ৰহণ কৰা উদ্যোগসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।

(g) Analyse the lessons India got from emergency. 
      জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে লাভ কৰা শিক্ষাৰ বিশ্লেষণ কৰা।

(h) Discuss elaborately about the Kashmir problem.
      কাশ্মীৰ সমস্যা সম্পর্কে বিশদভাৱে আলোচনা কৰা।


8. Answer any two from the following question: 5x2=10
     নিম্নলিখিত প্রশ্নসমূহৰ যিকোনো পাঁচটা উত্তৰ লিখাঃ

(a) What are the consequences of partition of India ? Discuss.
       ভাৰত বিভাজনৰ পৰিণতিসমূহ আলোচনা কৰা।

(b) Who is regarded as the architect of India's foreign policy ? What was the main aim of Nehru's foreign policy ?
       ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি কোন আছিল? জৱাহৰলাল নেহেৰুৰ বৈদেশিক নীতিৰ মূল উদেশ্য ব্যাখ্যা কৰা।

(c) What does emergency mean ? Mention three causes of emergency that was declared for intennal disturbances. 
     জৰুৰীকালীন অৱস্থা মানে কি ? আভ্যন্তৰীণ অশান্তিৰ বাবে ঘোষণা কৰা জৰুৰীকালীন অবস্থাৰ তিনিটা কাৰণ লিখা। 

(d) Discuss elaborately about the Secessionist-Move ments of North-East India. 
      উত্তৰ-পূব ভাৰতৰ বিছিন্নতাবাদী আন্দোলনসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা।

Thanx to Parag Jyoti Nath (Marigaon)

*******************

No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.