4 Mar 2023

Class 10 Maths Important MCQ questions for HSLC 2023

Class 10 Maths Important MCQ questions for HSLC 2023

Class 10 Maths Important MCQ questions for HSLC 2023


Class 10 Maths Important MCQ questions for HSLC 2023: Here in this article you can avail Class 10 Maths Important MCQ questions for HSLC 2023.




MCQ Questions for class 10 Maths with Answers

1. যদি লঃ সাঃ গুঃ (91,26)=182 হয়, তেতিয়া গঃ সাঃ গুঃ (91,26)= ?

(a) 9   

(b) 26 

(c) 13 

(d) 7

Ans: (c) 13


2. যদি y=f(x) বহুপদ ৰাশিটোৰ লেখডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে তেন্তে f(x) ৰ শূণ্য সংখ্যা হ'ব

(a) 0 

(b) 1

(c) 2 

(d) 3

Ans: (c) 2


3. P(x)=3x³ - 5x² - 11x - 3 ত্ৰিঘাট বহুপদটোৰ যোগফল হ'ব

(a) 3 

(b) 5

(c) 5/3 

(d) 11

Ans: (c) 5/3


4. এটা গোলকৰ আয়তন 288π cm³ হ'লে গোলকটোৰ ব্যাসাৰ্ধ হ'ল

(a) 2 cm 

(b) 4cm

(c) 6cm 

(d) 8cm

Ans: (c) 6cm


5. n² আৰু (n+1)² ৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে

(a) n 

(b) 2n²

(c) 2n 

(d) 3n

Ans: (c) 2n


6. 4u² + 8u ৰ শূণ্যকেইটাৰ পূৰণফল হ'ল

(a) -5 

(b) 5

(c) -10 

(d) 10

Ans: (c) -10


7. এজন বলাৰে 8 খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ-

3, 2, 0, 1, 6, 2, 2, 1, 2 

তথ্যখিনিৰ বহুলক হ'ব-

(a) 1 

(b) 2

(c) 3 

(d) 6

Ans: (b) 2


8. 9sec²60° - 9tan²60° ৰ মান হ'ব-

(a) 3 

(b) 9

(c) 9/2 

(d) 18

Ans: (b) 9


9. যদি sin2A = 12tan² 45, য'ত A এটা সুক্ষ্মকোণ A ৰ মান হ'ব-

(a) 15° 

(b) 30°

(c) 45° 

(d) 60°

Ans: (a) 15°


10. এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান হ'লে গোলকটোৰ ব্যাস হব

(a) 2 একক 

(b) 3 একক

(c) 4 একক 

(d) 6 একক

Ans: (d) 6 একক


11. 18² আৰু 19² মাজত কেইটা স্বাভাৱিক সংখ্যা আছে ?

(a) 36 

(b) 38

(c) 40 

(d) 42

Ans: (a) 36


12. কি চৰ্ত সাপেক্ষে ax² + 5x + 7 = 0 এটা দ্বিঘাত সমীকৰণ হ'ব ?

(a) a > 0 

(b) a < 0

(c) a = 0 

(d) a ≠ 0

Ans: (d) a ≠ 0


13. যদি এটা ঘনকৰ পৃষ্টকালি 600cm² হয় তেন্তে ঘনকটোৰ এটা বাহুৰ দৈৰ্ঘ হব-

(a) 5 m 

(b) 8m

(c) 10 m 

(d) 15 m

Ans: (c) 10m


14. তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ

(a) 169 

(b) 256

(c) 546 

(d) 754

Ans: (a) 169




Class 10 Maths Common MCQ questions for HSLC 2023

15. 4a² + 8a ৰ শূণ্যকেইটাৰ পূৰণফল হব

(a) 4 

(b) 8

(c) 32 

(d) 0

Ans: (d) 0


16. এটা তথ্যৰ মাধ্যমা আৰু বহুলক ক্ৰমে 33 আৰু 45 হ'লে মাধ্য হ'ব

(a) 27 

(b) 33

(c) 35 

(d) 39

Ans: (a) 27


17. তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব

(a) 18² 

(b) 19²

(c) 20² 

(d) 34²

Ans: (b) 19²


18. তলৰ কোনটো পৰিমেয় সংখ্যা নহয় 

(a) 0 

(b) 43.234 

(c) 43.1234 

(d) 0.101001000

Ans: (d) 0.101001000


19. এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0, সমীকৰণটো হ'ব -

(a) x² + 4 = 0 

(b) x² - 4 = 0

(c) 4x² - 1 = 0 

(d) x² - 2 = 0

Ans: (b) x² - 4 = 0


20. এটা বৃত্তৰ বৰ বেছি................. ডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে 

(a) 1 

(b) 2

(c) 3 

(d) 4

Ans: (b) 2


21. যদি দুটা সদৃশ ত্ৰিভূজৰ বাহুৰ অনুপাত 4:9 তেন্তে ত্ৰিভূজ দুটাৰ কলিৰ অনুপাত হ'ব

(a) 2:3 

(b) 4:9

(c) 81:16 

(d) 16:81

Ans: (d) 16:81


22. দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 । সিহঁতৰ পৃষ্টকালিৰ অনুপাত হ'ব

(a) 1:2 

(b) 2:3

(c) 9:16 

(d) 16:9

Ans:  (d) 16:9


23. (0, 0) আৰু (-8, 6) বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ল

(a) 2 

(b) 6

(c) 8 

(d) 10

Ans: (d) 10


24. (1,0) আৰু (0,1) বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ল

(a) 1 

(b) √2

(c) 0 

(d) 2

Ans: (b) √2


25. 75 মি. ওখ স্তম্ভ এটাৰ ওপৰৰ পৰা বস্তু এটাৰ পতন কোণ 30° । তেতিয়া স্তম্ভটোৰ পাদবিন্দুৰ পৰা বস্তুটোৰ দূৰত্ব হ'ব -

(a) 150 m 

(b) 25√3m

(c) 50√3m 

(d) 75√3m

Ans: (d) 75√3m


26. তলৰ কোনটো উক্তি শুদ্ধ ?

(a) সকলোবোৰ বৃত্তই সৰ্বসম

(b) সকলোবোৰ বৰ্গই সদৃশ

(c) সকলোবোৰ আয়তেই সৰ্বসম

(d) সকলোবোৰ সমদ্বিবাহু ত্ৰিভুজেই সৰ্বসম

Ans: (b) সকলোবোৰ বৰ্গই সদৃশ


27. এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ'ল -

(a) 1 

(b) 1.25

(c) 1.5 

(d) 2

Ans: (a) 1


28. এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ল -

(a) 0 

(b) 0.25

(c) 0.5 

(d) 1

Ans: (a) 0


29. ঘটনা 'E' ৰ সম্ভাৱিতা + ঘটনা 'E' নহয়'ৰ সম্ভাৱিতা হ'ব -

(a) 0 

(b) 0.1

(c) 1 

(d) 2

Ans: (c) 1


30. তিনিটা লুডুগুটি একেলগে মাৰিলে মুঠ ঘটনা হ'ব -

(a) 6 

(b) 18

(c) 81 

(d) 216

Ans: (d) 216



MCQ Questions for class 10 Maths with Answers PDF Download







No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.