29 May 2025

Class 10 Social Science Chapter 7 Common MCQ for HSLC 2026

Class 10 Social Science Chapter 7 Common MCQ for HSLC 2026

Class 10 Social Science Chapter 7 Common MCQ for HSLC 2026


Class 10 Social Science Chapter 7 Common MCQ for HSLC 2026: পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা is the chapter 6 from Class 10 Social Science Geography Section Chapter 2. Here you can avail Class 10 Social Science Chapter 7 Common MCQ for HSLC 2026. 


Class 10 Social Geography Chapter 2 Common MCQ for HSLC 2026

১। গোলকীয় উষ্ণতা বৃদ্ধি হৈছে এটা-
(ক) স্থানীয় সমস্যা
(খ) আঞ্চলিক সমস্যা
(গ) ব্যক্তিগত সমস্যা
(ঘ) আন্তঃৰাষ্ট্ৰীয় সমস্যা
উত্তৰঃ (ঘ) আন্তঃৰাষ্ট্ৰীয় সমস্যা

২। গোলকীয় উষ্ণতাৰ ফলত _____ পাইছে
(ক) সাগৰৰ জলপৃষ্ঠ হ্রাস
(খ) শস্যৰ উৎপাদন বৃদ্ধি 
(গ) সাগৰৰ জলপৃষ্ঠ বৃদ্ধি
(ঘ) মানুহৰ মৃত্যুৰ হাৰ কমি যোৱা
উত্তৰঃ (গ) সাগৰৰ জলপৃষ্ঠ বৃদ্ধি

৩। তলৰ কোনটো সেউজ গৃহ গেছ নহয় ?
(ক) কার্বন ডাই অক্সাইড
(খ) চালফাৰ ডাই অক্সাইড
(গ) মিথেন
(ঘ) নাইট্র'জেন
উত্তৰঃ (ঘ) নাইট্র'জেন

৪। তলৰ কোনটো ভূমি প্ৰদূষণৰ উৎস নহয় ?
(a) ঔদ্যোগিক আৱৰ্জনা
(b) তেজস্ক্রিয় পদার্থ
(c) বনানীকৰণ
(d) এচিড বৰষুণ
উত্তৰঃ (গ) বনানীকৰণ

৫। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী নহয় 
(ক) কার্বন ডাই অক্সাইড
(খ) মিথেন
(গ) চালফাৰ
(ঘ) এচিটাইলিন
উত্তৰঃ (ঘ) এচিটাইলিন

৬। তলৰ কোনটো বায়ু প্ৰদূষণৰ পৰিণতি ?
(ক) এচিড বৰষুণ
(খ) বনাঞ্চল ধ্বংস
(গ) ঔদ্যোগিক আৱৰ্জনা
(ঘ) মৰুভূমি
উত্তৰঃ (ক) এচিড বৰষুণ

৭। সেউজ গৃহ গেছত কোনটো গেছৰ ভূমিকা বেছি ?
(ক) কার্বন-ডাই-অক্সাইড
(খ) ক্ল'ৰ'ফ্ল'ৰ' কাৰ্বন
(গ) মিথেন
(ঘ) নাইট্রাছ অক্সাইড
উত্তৰঃ (ক) কার্বন-ডাই-অক্সাইড

৮। তলৰ কোনটো প্রাকৃতিক প্রক্রিয়াই মৰুভূমিৰ সূচনা কৰিব পাৰে ?
(ক) ভূমিকম্প
(খ) খৰাং
(গ) আগ্নেয়গিৰিৰ বিস্ফোৰণ
(ঘ) চুনামী
উত্তৰঃ (খ) খৰাং

৯। মৰুভূমিৰ দ্বাৰা অতিশয় প্রভাৱিত হোৱা মহাদেশখন হ'ল
(ক) এছিয়া
(খ) আফ্রিকা
(গ) উত্তৰ আমেৰিকা
(ঘ) দক্ষিণ আমেৰিকা
উত্তৰঃ (গ) উত্তৰ আমেৰিকা


Social Studies MCQs with Answers PDF Class 10 | Social Science Class 10 MCQ Assamese Medium

১০। পৃথিৱীৰ কোনখন মহাদেশত মৰুভূমিৰ পৰিমাণ সর্বাধিক ?
(ক) দক্ষিণ আমেৰিকা
(খ) ইউৰোপ
(গ) উত্তৰ আমেৰিকা
(ঘ) এছিয়া
উত্তৰঃ (গ) উত্তৰ আমেৰিকা

১১। মৰুভূমিৰ অর্থ হ'ল 
(ক) গোলকীয় উষ্ণতা বৃদ্ধি নিয়ন্ত্ৰণ কৰা
(খ) উৰ্বৰ ভূমি বৃদ্ধি কৰা
(গ) বনাঞ্চল ধ্বংস
(ঘ) ভূমিৰ জৈৱিক সম্ভাৱনা ধ্বংস কৰাৰ এক প্রক্রিয়া
উত্তৰঃ (ঘ) ভূমিৰ জৈৱিক সম্ভাৱনা ধ্বংস কৰাৰ এক প্ৰক্ৰিয়া

১২। মানুহৰ কোনটো কার্যকলাপ মৰুভূমিৰ প্ৰধান কাৰণ ?
(ক) গছ ৰোপণ কৰা
(খ) অতিমাত্ৰা চৰণীয়া পথাৰ
(গ) সৌৰশক্তিৰ ব্যৱহাৰ
(ঘ) বায়ু শক্তি উৎপাদন
উত্তৰঃ (খ) অতিমাত্ৰা চৰণীয়া পথাৰ

১৩। তলৰ কোনটো মৰুভূমিৰ কাৰণ নহয় ?
(ক) বনাঞ্চল ধ্বংস
(খ) অতিমাত্ৰা চৰণীয়া পথাৰ
(গ) গোলকীয় উষ্ণতা বৃদ্ধি
(ঘ) বহনক্ষম কৃষি পদ্ধতি
উত্তৰঃ (ঘ) বহনক্ষম কৃষি পদ্ধতি

১৪। সকলো সেউজ গৃহ গেছৰ ভিতৰত তলৰ কোনটো গেছ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী ?
(ক) অক্সিজেন
(খ) কার্বন ডাই অক্সাইড
(গ) নাইট্র' জেন
(ঘ) আর্গন
উত্তৰঃ (খ) কার্বন ডাই অক্সাইড

১৫। পৰিৱেশ সমস্যাৰ সংখ্যাক ভৌগোলিকভাৱে কেইটা ভাগ কৰিব পাৰি ? 
(ক) তিনিটা ভাগ 
(খ) চাৰিটা ভাগ
(গ) পাচটা ভাগ
(ঘ) ছয়টা ভাগ
উত্তৰঃ (ক) তিনিটা ভাগ

১৬। পৃথিৱীৰ ভূ-পৃষ্ঠৰ কিমান শতাংশ মৰুভূমিৰ ফলত প্ৰভাৱিত হৈছে ?
(ক) ৩৫ শতাংশ
(খ) ৩০ শতাংশ
(গ) ২৫ শতাংশ
(ঘ) ২০ শতাংশ
উত্তৰঃ (ক) ৩৫ শতাংশ

১৭। যোৱা ১৫০ বছৰৰ ভিতৰত বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ বৃদ্ধিৰ পৰিসৰ প্ৰায় বুলি অনুমান কৰা হৈছে। 
(ক) ১০ শতাংশ
(খ) ৩০ শতাংশ
(গ) ২৫ শতাংশ
(ঘ) ৩৬ শতাংশ
উত্তৰঃ (খ) ৩০ শতাংশ

১৮। বায়ুমণ্ডল প্রায় ________ উচ্চতালৈকে বহলভাৱে বিস্তৃত।
(ক) ১০০০ কিলোমিটাৰ
(খ) ১০,০০০ কিলোমিটাৰ
(গ) ১০০,০০০ কিলোমিটাৰ
(ঘ) ১০,০০,০০০ কিলোমিটাৰ
উত্তৰঃ (খ) ১০,০০০ কিলোমিটাৰ

১৯। জলমণ্ডলৰ অৱস্থা আৰু পৰিৱৰ্তন নিৰ্ভৰ কৰে।
(ক) শিলামণ্ডল
(খ) বায়ুমণ্ডল
(গ) জৈৱমণ্ডল
(ঘ) ওপৰৰ সকলোবোৰ
উত্তৰঃ (ঘ) ওপৰৰ সকলোবোৰ


Class 10 Social Science Previous Years MCQ Question Answer

২০। স্থানীয় পৰিৱেশ সমস্যাৰ উদাহৰণ হ'ল
(ক) সাগৰৰ জলপৃষ্ঠ বৃদ্ধি
(খ) ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যা
(গ) এটা ক্ষুদ্র উদ্যোগৰ দ্বাৰা সৃষ্টি হোৱা সীমিত ভূমি প্রদূষণ
(ঘ) উত্তৰ আমেৰিকা মহাদেশত মৰুভূমিৰ সমস্যা
উত্তৰঃ (গ) এটা ক্ষুদ্র উদ্যোগৰ ফলত হোৱা সীমিত ভূমি প্ৰদূষণ

২১। বায়ুমণ্ডলত কার্বন ডাই-অক্সাইডৰ পৰিমাণ কিমান ?
(ক) ০.০০৩৫ শতাংশ
(খ) ০.০৩৫ শতাংশ
(গ) ০.৩৫ শতাংশ
(ঘ) ৩.৩৫ শতাংশ
উত্তৰঃ (খ) ০.০৩৫ শতাংশ

২২। ২০২৩ চনৰ নৱেম্বৰ মাহত বায়ু প্ৰদূষণৰ ফলত তলৰ কোনখন চহৰ গুৰুতৰভাৱে প্রভাৱিত হৈছিল ?
(ক) মুম্বাই
(খ) কলকাতা
(গ) দিল্লী
(ঘ) বেংগালুৰু
উত্তৰঃ (গ) দিল্লী

২৩। তলৰ কোনটো গেছ গোলকীয় উষ্ণতাৰ বাবে দায়ী নহয় ? 
(ক) কার্বন ডাই অক্সাইড
(খ) অ'জন
(গ) মিথেন
(ঘ) নাইট্রাছ অক্সাইড
উত্তৰঃ (খ) অ'জন

২৪। বনাঞ্চল ধ্বংসে মৰুভূমিত কেনেদৰে অৰিহণা যোগায় ?
(ক) বায়ু প্ৰদূষণ হ্রাস কৰি
(খ) মাটিৰ খহনীয়া ৰোধ কৰাত সহায়ক হোৱা উদ্ভিদ আঁতৰাই
(গ) জৈৱ বৈচিত্র্য বৃদ্ধি কৰি
(ঘ) বৰষুণৰ প্ৰসাৰ ঘটাই
উত্তৰঃ (খ) মাটিৰ খহনীয়া ৰোধ কৰাত সহায়ক হোৱা উদ্ভিদ আঁতৰাই

২৫। পৃথিৱীৰ পৰিবেশৰ দ্রুত পৰিৱৰ্তনৰ বাবে তলৰ কোনবোৰ কাৰক দায়ী ?
        (i) জনসংখ্যা বৃদ্ধি        (ii) ঔদ্যোগীকৰণ
        (iii) বনানীকৰণ           (iv) নগৰায়ন

(ক) (i), (ii), (iii)
(খ) (i), (ii), (iv)
(গ) (ii) আৰু (iv)
(ঘ) (i) আৰু (ii)
উত্তৰঃ (খ) (i), (ii), (iv)

২৬। এচিড বৰষুণৰ কাৰণ কি ?
(ক) বায়ুমণ্ডলত চালফাৰ-ডাই-অক্সাইড আৰু নাইট্রজেন অক্সাইডৰ উপস্থিতি
(খ) বায়ুমণ্ডলত চালফাৰ-ডাই-অক্সাইড আৰু কাৰ্বন মনোক্সাইডৰ উপস্থিতি
(গ) বায়ুমণ্ডলত মিথেন আৰু নাইট্ৰজেন অক্সাইডৰ উপস্থিতি
(ঘ) বায়ুমণ্ডলত চালফাৰ-ডাই-অক্সাইড আৰু ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনৰ উপস্থিতি
উত্তৰঃ (ক) বায়ুমণ্ডলত চালফাৰ-ডাই-অক্সাইড আৰু নাইট্রজেন অক্সাইডৰ উপস্থিতি

No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.